সমললৈ যাওক

বাৰ্তা:ডাঙৰীয়া

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

ডাঙৰীয়া

[সম্পাদনা কৰক]

কেইবা প্ৰকাৰৰ ডাঙৰীয়া আছে যেনে বুঢ়া ডাঙৰীয়া, গন্তিয়াল ডাঙৰীয়া, হাবি ডাঙৰীয়া। সেয়ে পৃষ্ঠাটোৰ নাম ডাঙৰীয়া ৰাখিবলৈ প্ৰস্তাৱ ৰাখিলোঁ। এনেও বৰ্তমান wp:common name মানি চলিলে ডাঙৰীয়া শব্দই অধিক প্ৰচলিত।KHI-LAN-TZI

  • অসমীয়া লোকবিশ্বাসত বুঢ়া-ডাঙৰীয়া এক অলৌকিক শক্তি বা ৰূপ বুলি বিশ্বাস কৰা হয়৷ কিন্তু কেৱল ডাঙৰীয়া শব্দই আহোম যুগৰ মন্ত্ৰী বা সমপৰ্যায়ৰ বিষয়াসকলকহে বুজায়৷ আলোচনা নকৰাকৈ আনে সৃষ্টি কৰা পৃষ্ঠা এটাৰ নাম সলনি নকৰিলেই ভাল৷ Pranamikaadhikary (বাৰ্তা) 18:51, 27 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Pranamikaadhikary WP:COMMONNAME মতে নাম অধিক প্ৰচলিত সেয়াই ব্যৱহাৰ কৰিব লাগে। বৰ্তমান ইণ্টাৰনেটত ডাঙৰীয়া অধিক প্ৰচলিত। মই নতুনকৈ দিয়া WP:RS বোৰত বুঢ়া ডাঙৰীয়া, গন্তিয়াল ডাঙৰীয়া, হাবি ডাঙৰীয়া সকলো আছে। যদি বুঢ়া ডাঙৰীয়া সম্পৰ্কে WP:RS দি যথেষ্ট তথ্য গোট খাই বুঢ়া ডাঙৰীয়া redirect পৰা পৃথক পৃষ্ঠা বনাব পাৰি। আহোম যুগৰ ডাঙৰীয়া (যিটো কেৱল আহোম যুগত নহয় বৰ্তমানো ব্যৱহাৰ হয় উপাধি হিছাপে) যদি পৃথক পৃষ্ঠা কৰিবও লগা হয়। Guidelines মতে ডাঙৰীয়া (লোকবিশ্বাস) আৰু ডাঙৰীয়া (উপাধি) এনেকৈ লিখিব লাগিব। Wikipedia:Requested moves অসমীয়া ৱিকিপিডিয়াত নাই সেয়ে talk page ত লিখি দিয়া হৈছে। ৱিকিপিডিয়া মুক্ত encyclopedia গতিকে ইয়াত পৃষ্ঠা সৃষ্টি কৰ্তাৰ কোনো বিশেষ অধিকাৰ থাকে বুলি নাজানো। যদি এনে কোনো guidelines আছে জনাব। KHI-LAN-TZI 03:49, 28 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
পৃষ্ঠাটো “বুঢ়া ডাঙৰীয়া’’ নামৰ পৃষ্ঠাটো অলৌকিক আৰু লোকবিশ্বাসত প্ৰচলিত এটা বিষয়েৰেহে আৰম্ভ কৰা হৈছিল৷ কোনোবাই তাত সংযোগ কৰিব পাৰে৷ ৱিকিৰ পৃষ্ঠাত কাৰো একচেটিয়া অধিকাৰ নাথাকে৷ কেৱল দ্ব্যৰ্থতা আঁতৰ কৰিবলৈ পৃষ্ঠাটোৰ বিষয়বস্তু পঢ়ি বোধগম্য নহ’লে আলোচনা কৰা ভাল বুলিহে কৈছিলোঁ৷ সন্মানীয় এডমিনসকলে যি ভাল দেখে, তেওঁলোকলৈ এৰিলোঁ৷ Pranamikaadhikary (বাৰ্তা) 16:32, 28 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
“WP:COMMONNAME মতে নাম অধিক প্ৰচলিত” সম্পৰ্কে আপোনাৰ ধাৰণাটো ভুল। “অধিক প্ৰচলিত” আৰু “ভাইৰেল”ৰ মাজত পাৰ্থক্য আছে। বৰ্তমান “ডাঙৰীয়া” শব্দটো এটা ভাইৰেল শব্দহে। “অধিক প্ৰচলিত” মানে বিষয়টো সমাজৰ অধিকাংশ মানুহৰ মাজত কি বুলি প্ৰচলিত সেয়াহে বুজায়। লোকবিশ্বাসত “বুঢ়া ডাঙৰীয়া” আৰু “ডাঙৰীয়া” দুয়োটা শব্দই সমানে প্ৰচলিত, আনহাতে সম্বোধন হিচাপে “ডাঙৰীয়া” শব্দটো বেছি প্ৰচলিত হ’ব পাৰে, কিন্তু সেইটো এই পৃষ্ঠাটোৰ বিষয়বস্তুৰ সৈতে সম্পৰ্ক নাই। ইয়াৰ উপৰিও পৃষ্ঠাটোত যিহেতু “বুঢ়া ডাঙৰীয়াক ডাঙৰীয়া বুলিও কোৱা হয়” বুলি উল্লেখ কৰা আছেই, গতিকে দুটা ভিন্ন অৰ্থ বহন কৰা “ডাভৰীয়া” শব্দতকৈ “বুঢ়া ডাঙৰীয়া” শব্দটো শিৰোনাম হিচাপে বেছি উপযুক্ত। দিব্য দত্ত (বাৰ্তা) 10:07, 28 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@দিব্য দত্ত গন্তিয়াল ডাঙৰীয়া আৰু হাবি ডাঙৰীয়াৰ বিষয়ে কি ক'ব ? তেওঁলোক ডাঙৰীয়া (Sylvan spirit) দ্বাৰা সামৰি লোৱা হৈছে কিন্তু বুঢ়া ডাঙৰীয়াৰ দ্বাৰা সামৰি লোৱা নহয়। লগতে পূৰ্বৰ উৎসসমূহৰ নিৰ্ভৰযোগ্যতা কম WP:DUE দিলে মই দিয়া নতুন উৎসৰ দ্বাৰা বিভিন্ন ধৰণৰ ডাঙৰীয়াৰ তথ্য আহিছে যিবোৰ অধিক নিৰ্ভৰযোগ্য WP:RS। আনকি নামঘৰটো এজন ডাঙৰীয়া থাকে বৰ খুটাত। এয়া এটা বৃহৎ বিষয় আৰু সকলোকে নতুন উৎস সমূহ মুক্ত মনে অধ্যয়ন কৰিবলৈ আহ্বান জনালোঁ। বুঢ়া ডাঙৰীয়াক পৃথক কৰিব পৰাকৈ পিছে পৃথক পৃষ্ঠাৰ বিশেষত্ব পোৱা নাই।WP:COMMONNAME ত চোৱা যায় যাতে ৰাইজে বিচাৰি পায়। আৰু viral শব্দ ৰাইজে বেছি বিচাৰি পায় পিছে ভাইৰেল হওঁক নহওঁক উৎস মতে কেইবা প্ৰকাৰৰ ডাঙৰীয়া আছে। KHI-LAN-TZI 14:16, 28 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
এই পৃষ্ঠাটো বুঢ়া ডাঙৰীয়াৰ বিষয়েহে, অন্য ডাঙৰীয়াৰ নামত বেলেগ পৃষ্ঠা হ’ব পাৰে। সকলো ডাঙৰীয়াক সামৰি ডাঙৰীয়া (লোকবিশ্বাস) বুলিও অন্য এটা প্ৰবন্ধ হ’ব পাৰে। লগতে প্ৰবন্ধটোত উল্লেখ কৰা দুয়োখন গুগল বুকত বুঢ়া ডাঙৰীয়াৰ বিষয়েহে উল্লেখ আছে।.দিব্য দত্ত (বাৰ্তা) 15:20, 28 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
নামঘৰত থকাজনকো বুঢ়া ডাঙৰীয়া বুলিয়ে কয়দিব্য দত্ত (বাৰ্তা) 15:41, 28 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@দিব্য দত্ত.
1.Black Magic, Witchcraft and Occultism 4th para: Habi Dangoria (Lord of forest)
2.Khanna Bhairav 2023 : GAANTIYAL DANGORIYA has a whole page description
3. ৱিকি উৎসৰ তথ্যটো হয়টো WP:RSPRIMARY তথাপি প্ৰবন্ধত মই দিয়া নাই নামঘৰৰ জনৰ কথা।
  • ডাঙৰীয়া আৰু বুঢ়া ডাঙৰীয়া মাজত যথেষ্ট WP:OVERLAP আছে সেয়ে বুঢ়া ডাঙৰীয়াকে ডাঙৰীয়া কৰা হৈছে যদি overlapping নোহোৱাকৈ আৰু তথ্য গোট খাই বুঢ়া ডাঙৰীয়া আৰু ডাঙৰীয়া পৃথক কৰাত আপত্তি নাই।
  • ডাঙৰীয়া (লোকবিশ্বাস) লিখিবলৈ ডাঙৰীয়া (উপাধি) বুলি পৃষ্ঠা থাকিব লাগিব। অকল এটা ডাঙৰীয়া প্ৰবন্ধ থাকিলে (লোকবিশ্বাস) নালাগে।
KHI-LAN-TZI 16:27, 28 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
খেলিমেলি আঁতৰ কৰিবলৈ ডাঙৰীয়া, ডাঙৰীয়া (লোকবিশ্বাস), বুঢ়া ডাঙৰীয়া তিনিওটা পৃষ্ঠাৰ প্ৰয়োজন আছে। দিব্য দত্ত (বাৰ্তা) 17:26, 28 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@দিব্য দত্ত পৰা যায় WP:OVERLAP নহলে। KHI-LAN-TZI 03:08, 29 May 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]