বাৰ্তা:ধন্বন্তৰি
অৱয়ব
নাম
[সম্পাদনা কৰক]অসমীয়া নামটো ধনন্তৰী বা ধনন্ত্বৰীহে নেকি? — গীতাৰ্থ বৰদলৈ (talk) 08:32, 17 October 2017 (ইউ.টি.চি.)
- হয় চাগে। লিপ্যান্তৰত ভুল হব পাৰে। ৱিকি উৎসৰ কীৰ্তন ঘোষাত ধন্বন্তৰি বুলি আছে। সঠিক বানানটো কি হব নাজানোঁ।-অজয় দাস (বাৰ্তা) 08:49, 17 October 2017 (ইউ.টি.চি.)
- ধন্বন্তৰি কৰাই ভাল তেন্তে। — গীতাৰ্থ বৰদলৈ (talk) 05:30, 18 October 2017 (ইউ.টি.চি.)
- হয় বাৰু, কৰি দিব
-অজয় দাস (বাৰ্তা) 05:48, 18 October 2017 (ইউ.টি.চি.)
- ধন্বন্তৰি হ'ব লাগে। দিব্য দত্ত (বাৰ্তা) 17:34, 18 October 2017 (ইউ.টি.চি.)