বাৰ্তা:নাচপতি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

নাচপতি আৰু আভাকাডো একে নহয়৷ দুইটা সম্পূৰ্ণ ভিন্ন ফল৷ পুনঃনিৰ্দেশনা আঁতৰাই নতুনকৈ লিখিলে ভাল হ’ব নেকি?জলি বৰা (talk) 18:06, 8 June 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Joli: একমত, নাচপতি হৈছে Pear; আভাকাডোৰ মোৰ বোধেৰে অসমীয়া নাম নাই। --SlowPhoton (talk) 02:28, 9 June 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]