বাৰ্তা:নিৰুপমা বৰগোহাঞি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

শুদ্ধ নাম "নিৰুপমা বৰগোহাঞি"। কিতাপৰ বেটুপাত ইয়াত চাব। — গীতাৰ্থ বৰদলৈ (talk) 08:57, 17 July 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

লখিমপুৰ মহাবিদ্যালয়ৰ লিংক হিচাপে মই নৰ্থ লখিমপুৰ কলেজ দিছোঁ। লখিমপুৰত উত্তৰ লখিমপুৰ মহাবিদ্যালয়/নৰ্থ লখিমপুৰ মহাবিদ্যালয়/নৰ্থ লখিমপুৰ কলেজ একেখনেই, কিন্তু অকল লখিমপুৰ মহাবিদ্যালয় বুলি কওঁতেও ছাগে একেখনকেই বুজাইছে। নহ'লে আৰু তাত লখিমপুৰ বালিকা মহাবিদ্যালয়হে আছে। (+ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়) Prankrishnab (talk) 07:02, 19 July 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]