বাৰ্তা:প্ৰচেষ্টা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমৰ ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ভিতৰত প্ৰচেষ্টা অন্যতম।মহিলা আত্মসহায়ক গোট গঠন আৰু উক্ত গোটসমূহক প্ৰশিক্ষণ দি বিত্তীয় সেৱা আগবঢ়োৱাটো ইয়াৰ মূল কাম।

ৃৃসাঁচ:ইতিহাস মহিলাৰ সমস্যা সমাধানৰ বাবে এক উপায় বিচাৰি এই অনুষ্ঠানটোৰ জন্মৰ বীজ ১৯৮৭ চনতেই ৰোপন কৰা হৈছিল। সেই সময়তে বিজ্ঞান জনপ্ৰিয়কৰণৰআৰু মানুহৰ মাজত বিজ্ঞান মানসিকতা সৃষ্টি কৰাৰ বাবে কিছু লোক ভূপালত লগ লাগিছিল। সেই সভাতেই আলোচনা হৈছিল যে শিক্ষাৰ প্ৰাথমিক জ্ঞান নহলে মানুহৰ মনত বিজ্ঞান মানসিকতাৰ সৃষ্টি কৰাটো সম্ভৱ নহয়। তেতিয়াই ভাৰতৰ বিভিন্ন ঠাইৰ ২৪ টা বিজ্ঞান মঞ্চ আৰু বিজ্ঞান সমিতি লগ হৈ অল ইণ্ডিয়া পিপুলছ ছাইঞ্চ নেটৱৰ্ক নামৰ এক সৰ্বভাৰতীয় সংস্থাৰ জন্ম দিয়ে। নিৰক্ষৰতা নিৰ্মূকৰণৰ উদ্দেশ্বে এই বিজ্ঞান সমিতিবোৰে তেওলোকৰ নিৰ্দিষ্ট ৰাজ্যত জ্ঞান বিজ্ঞান সমিতিৰ জন্ম দিয়ে।

বিলোপন প্ৰত্যাহ্বান[সম্পাদনা কৰক]

মই এই পৃষ্ঠাটো সৃষ্টি কৰোতে কিছু সময় লাগিব

আপুনি ২৬ আগষ্টত চমুকৈ এই পৃষ্ঠাখন আৰম্ভ কৰাৰ পিছত ১ ছেপ্টেম্বৰত বিলোপনৰ জাননী দিয়া হৈছিল। প্ৰবন্ধটোত ত্ৰুটি কেইটামান আছে। ইয়াত কোনো তথ্যসূত্ৰ (ৰেফাৰেন্স) দিয়া হোৱা নাই। ৰেফাৰেন্স নিদিলে প্ৰবন্ধ‌ই বিশ্বাসযোগ্যতা হেৰুৱায়। গতিকে প্ৰবন্ধটো প্ৰচাৰধৰ্মী যেনো লাগিব পাৰে। আপুনি এই দিশলৈ অলপ মন দিবচোন। এই পৃষ্ঠা দুখনত চকু ফুৰাব পাৰে: ৱিকিপিডিয়া:পাঁচটা স্তম্ভ আৰু ৱিকিপিডিয়া:সৰল সহায়িকা— গীতাৰ্থ বৰদলৈ (talk) 13:58, 4 ছেপ্টেম্বৰ 2013 (UTC)

লেখকৰ অনুৰোধ মতে এই প্ৰবন্ধটোৰ জাননীখন new use articleলৈ সলনি কৰা হ'ল। Ani ttbr (talk) 13:07, 6 ছেপ্টেম্বৰ 2013 (UTC)

সৰু শুধৰনি কৰা হল ।