বাৰ্তা:বাঁহী (আলোচনী)

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সম্পাদনা দ্বন্দৰ টেগ লগোৱা থাকিলে বিলোপনৰ টেগ লগোৱাৰ আগে আগে কিমানদিন আগত শেষ সম্পাদনা হৈছে চাবলৈ অনুৰোধ জনালো। ‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍‍Drnayanjyoti (talk) 17:24, 14 May 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

হয়, মই নোচোৱাকৈ, বহুদিনৰ প্ৰবন্ধ বুলি টেগ লগাই দিলোঁ, ক্ষমা কৰিব, আগলৈ সতৰ্ক হম। দিব্য দত্ত (বাৰ্তা) 18:40, 14 May 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

একো নাই। ঠিক কৰিব নোৱাৰা একো হোৱা নাই। ধন্যবাদ। ‍‍Drnayanjyoti (talk) 18:43, 14 May 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]