বাৰ্তা:বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহীম

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সংজ্ঞা আৰু প্ৰবন্ধ[সম্পাদনা কৰক]

কেৱল সংজ্ঞাৰে এটা প্ৰবন্ধ হ'ব নালাগে। এনেকুৱা অন্তৰ্ভুক্তি ৱিকিঅভিধানৰ আওতাত আহিব, ৱিকিপিডিয়াৰ নহয়। — গীতাৰ্থ বৰদলৈ (talk) 05:36, 11 October 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

প্ৰৱন্ধটো এজনে ডিলিট কৰিবলৈ কৈছে বহলাই নথকাৰ বাবে। প্ৰস্তাৱটো গ্ৰহণযোগ্য নহয়। কিয়নো প্ৰৱন্ধটো অতি সোনকালেই বহলাই লিখা হ'ব। ছাজিদুল ইছলাম (talk) 10:27, 11 October 2017 (ইউ.টি.চি.)[উত্তৰ দিয়ক]