সমললৈ যাওক

বাৰ্তা:বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

সুস্মিতা, মই 6 ছেপ্তেম্বৰত মানে কালি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ এখন পৃষ্ঠা তৈয়াৰ কৰিছিলোঁ৷ তুমি আকৌ এখন তৈয়াৰ কৰিলা৷ http://as.wikipedia.org/wiki/%E0%A6%AC%E0%A7%80%E0%A7%B0%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A6%B0_%E0%A6%95%E0%A7%81%E0%A6%AE%E0%A6%BE%E0%A7%B0_%E0%A6%AD%E0%A6%9F%E0%A7%8D%E0%A6%9F%E0%A6%BE%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%8D%E0%A6%AF

Anjal Borah ০৫:০৪, ৭ চেপ্তেম্বৰ ২০১১ (UTC)

তথ্য সংযোগ

[সম্পাদনা কৰক]

১৪ মে', ২০২২ তাৰিখে, অসমীয়া ৱিকিৰ ৱাটচ আপ গ্ৰুপত আন কুৰিজন প্ৰসিদ্ধ অসমীয়া সাহিত্যিকৰ লগতে ২০১১ চনত সৃষ্টি কৰা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য প্ৰৱন্ধটি উন্নত কৰাৰ প্ৰস্তাৱ এটি ৰখা হৈছিল। এই প্ৰস্তাৱ মৰ্মে, ১৯৮৩ চনৰ আগষ্ট মাহত চন্দ্ৰ প্ৰকাশে প্ৰকাশ কৰা ডক্টৰ হেমন্তকুমাৰ শৰ্মা সংকলিত বীৰেন্দ্ৰ ভট্টাচাৰ্যৰ সাহিত্য-কৃতি গ্ৰন্থখনৰ সহায় লৈ প্ৰৱন্ধটিত তথ্য সংযোগ আৰু কিছু সালসলনি কৰা হ'ল। JyotiPN (বাৰ্তা) 04:30, 18 মে' 2022 (ইউ.টি.চি.)JyotiPN