বাৰ্তা:বেটুপাত/Archive 1

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অলপ বেছি অসমীয়া হৈছে | instruction বিলাক বাংলাত আছে |

অসমীযা ৱিকিপেদিয়াৰ আৰম্ভনি দেখি ভাল লাগিল| এই লিখকে ইংৰাজী ৱিকিপেদিয়াত সামান্য কাম কৰিছে যদিও অসমীয়া খনত নতুন|

Psneog ১৪:২৫, ১৮ January ২০০৭ (UTC)

অসমীয়া ডিফল্ট ফন্ট চাইজ ১৪/১৬ পইন্ট কৰিব লাগিব নহ'লে একোকে নেদেখি|

এই প্ৰথম পাতৰ কথাখিনি বৰ টেকনিকেল হৈছে|সাধাৰণ ৰাইজে বুজিবলৈ দিগদাৰ পাব নেকি! অলপ সহজকে লিখিলে ভাল হয়| Priyankoo ০৭:০৩, ২৫ January ২০০৭ (UTC) - I'll rewrite the firt page article in simpler language, and move the current paragraph which I wrote to another page. - Yes, front page should be less cluttered. Psneog ১৩:৫৬, ২১ January ২০০৭ (UTC)

ই লিকে চোচ্ক্

এতিয়া কেনে? (আৰু লিখিব লাগিব, মই যি পাৰো লিখি আছো, অলপ ঠিকঠাক কৰি দিযক)

Psneog ০৮:৩১, ২২ January ২০০৭ (UTC) (Note: Please sign your message using 4 "~" marks)

ৰ'ব, ফন্ট ছাইজৰ সমস্যাটো আছেই, HTML -ত ছাইজটো স্পেছিফাই কৰি দিয়া ভাল হ'ব নেকি!Priyankoo ০৭:০২, ২৫ January ২০০৭ (UTC)

এই "নিবন্ধ" শব্দটো বৰ হিন্দিৱালা ধৰণৰ। অসমীয়াত 'প্ৰবন্ধ' বুলি ধুনীয়া শব্দ এটা আছেই যেতিয়া তাকেই ব্যৱহাৰ কৰিব পাৰি! Priyankoo ০৭:৩৩, ২৫ January ২০০৭ (UTC)

"প্ৰৱন্ধ"ৰ কথাটো থিকেই কৈছে, মই আকৌ অন্য এজনে ব্যৱহাৰ কৰা দেখিহে কৰিলো| কিন্তু "প্ৰবন্ধ" বুলিলেও আকৌ বৰ গহীন যেন লাগে| Psneog ১১:৫৩, ২৬ January ২০০৭ (UTC)

গহীন লাগিলেও লাগক দিয়ক, একেবাৰে খাঁটি অসমীয়া শব্দ এটা যেতিয়া! নহ'লে "লিখনি" শব্দটোও ব্যৱহাৰ কৰিব পাৰি। Open Source ৰ কাৰণে "মুকলি উৎস" আৰু Open Contentৰ কাৰণে "মুকলি সমল" শব্দকেইটা কেনেকুৱা দেখে?Priyankoo ০১:৫৫, ২৯ January ২০০৭ (UTC)

Template কেইখন এডিট কৰি ফ'ন্ট ছাইজটো ডাঙৰ কৰিব লাগিছিল! নহ'লে একোকে নেদেখি মেনু ফ্ৰেম কেইটাত!Priyankoo ০২:০১, ২৯ January ২০০৭ (UTC)

প্ৰবন্ধ, ফণ্ট ইত্যাদি[সম্পাদনা কৰক]

  • "লেখা" বা "লিখনি" ভাল হব যেন লাগিছে, এনেকুৱা সৰল শব্দ ৰাইজে ব্যৱহাৰ কৰি ভাল পাব
  • ফন্টৰ কাৰণে
     <div> 
    teg ব্যৱহাৰ কৰক, সহজ হ'ব

Open Vs "মুকলি "[সম্পাদনা কৰক]

  • আক্ষৰিক অনুবাদ কৰিলে Open-টো "মুকলি" হয় ঠিক, কিন্তু প্ৰসংগৰ লগত সংগতি ৰাখি অনুবাদ কৰিলেহে ঠিক হ'ব বুলি মই ৰাজহুৱা বা উমৈহতীয়া অৰ্থত "সাৰ্বজনীন" ব্যৱহাৰ কৰিলো|
  • Content-অৰ কাৰণে "সমল" উপযুক্ত হৈচে| কিন্তু "source"-অৰ কাৰণে বেলেগ কিবা ষব্দ নোলাবনে?

Psneog ১৫:২৩, ২৯ January ২০০৭ (UTC)

I think সাৰ্বজনীন => For all people and গণ => Public. "অসমীয়া সাৰ্বজনীন গণবিশ্বকোষ" না হয় "অসমীয়া সাৰ্বজনীন বিশ্বকোষ" হলে সংগত হয়। --উত্তম সিংহ ০৪:২৯, ৩০ January ২০০৭ (UTC)
আছলতে "গণ" শব্দটো "wiki" অৰ্থত ব্যৱহাৰ কৰা হৈছে| তলত "গুগল"ৰ সংজ্ঞা চাওক: Psneog ০৪:৫১, ৩০ January ২০০৭ (UTC)
  1. A website or similar online resource which allows users to add and edit content collectively. www.parliament.vic.gov.au/sarc/E-Democracy/Final_Report/Glossary.htm
  2. A collection of websites of hypertext, each of them can be visited and edited by anyone. “Wiki wiki” means "rapidly" in the Hawaiian language. www.cpsr-peru.org/english_version/privacy_ngo/part4
  3. online collaboration model and tool that allows any user to edit some content of webpages through a simple browser. mobileman.projects.supsi.ch/glossary.html
  4. A wiki (pronounced , or ; see Pronunciation below) is a web application that allows users to add content, as on an Internet forum, but also allows anyone to edit the content. Wiki also refers to the collaborative software used to create such a website (see Wiki software).

en.wikipedia.org/wiki/WIKI

সাৰ্বজনীন and গণ do not go together[সম্পাদনা কৰক]

I understood what you ment but it would be more meaning full if you use "অসমীয়া সাৰ্বজনীন বিশ্বকোষ"/"অসমীয়া গণবিশ্বকোষ". I am saying সাৰ্বজনীন and গণ do not go together. If you say "All public people are my brothers," does not sound right.

--উত্তম সিংহ ০৫:১৪, ৩০ January ২০০৭ (UTC)

হয়| "অসমীয়া সাৰ্বজনীন বিশ্বকোষ" বা "অসমীয়া গণবিশ্বকোষ" যিকোনো এটা ৰাখিলেই হ'ল| মই "অসমীয়া গণবিশ্বকোষ"-ত ভোট দিম|
  • "Wiki wiki” means "rapidly but গণ does not mean that.
I meant "wiki wiki", if used to mean "a software facilitating collaborative content management" with the attribute "where people can start writing easily/rapidly/readily - with least amount of preparation, by anybody, without loosing his spirits/time creating accounts thru' complicated procedures. So I feel in this sense, the emphesis is on "encyclopedia created using collaborative editing by common public" => জনতাৰ দ্বাৰা (গণ) সৃষট বিশ্বকোষ = গণবিশ্বকোষ|

Psneog ০৭:৫০, ৩০ January ২০০৭ (UTC)

Pardon me for using English here but I dont know Assamese. I noticed the following index (Template:Index) in Bangla wikipedia which I think might be of use here as well. So, if the sysop finds it useful, please add it to main page:

ক্ষ ড় ঢ় য়
০-৯ সম্পূৰ্ণ তালিকা অনিৰ্দিষ্ট

Thank you.--Eukesh ০৬:১০, ৩ February ২০০৭ (UTC)

I'm doing it right away, sir! Thank you.

Psneog ০৬:৩১, ৩ February ২০০৭ (UTC)


মতামত দিয়ক![সম্পাদনা কৰক]

প্ৰিয় পাঠক, আপুনি হয়তো লক্ষ্য কৰিছে যে যোৱা কিছুদিন ধৰি গণবিশ্বকোষত যঠেষ্ট সালসলনি ঘতিছে| আপোনাৰ মতামত অবিহনে এইবোৰৰ গুণাগুন বিচাৰ কৰা সম্ভৱ নহয়| গতিকে সংশ্লিষ্ট "আলোচনা" পৃষ্ঠাত আপোনাৰ সমালোচনা বাঞ্ছা কৰা হ'ল|


বেতুপ্আট্

Psneog ০৩:৫৮, ১৬ February ২০০৭ (UTC)

বেটুপাতত ‘ অসমৰ সুপ্ৰসিদ্ধ মনুহ’( বানান ভূল) টো ‘অসমৰ সুপ্ৰসিদ্ধ মনিষী’ বা তেনেধৰনৰ কিবা এটা কৰিব লাগে ‘ৎ’ বিলাক শুদ্ধ কৰিব লাগে। দেখিবলৈ বেয়া হৈছে।

অভিজিত কলিতা; নীপক’; দুলিয়াজান

display of assamese characters[সম্পাদনা কৰক]

মোই কিয ভাল্কে দেখ নাপাও? ঈ চন্ সী ওথ্যেৰ্ পগেস্ (ম্ৰ্.বিকিপেদিঅ.ওৰ্গ্) বিথ্ চোৰ্ৰেচ্ত্ বোবেল্ প্লচেমেন্ত্স্ বুত্ নোত্ ইন্ থিস্ অস্সমেসে বেৰ্সিওন্ দীপ্ৰজ্ দাস 134.146.0.22 ১৪:৫০, ১৪ March ২০০৭ (UTC)

Can you see proper verb placement in other wikipedia such as Bangla and Bishnupriya Manipuri? If not, please download the fonts that are linked from there.--Eukesh ১৯:৩৩, ১৫ March ২০০৭ (UTC)


Please do something about the font size, I have been saying this since the beginning...there is no point creating pages which people cannot read... Priyankoo ১৯:১২, ৩ May ২০০৭ (UTC)

Wikipedia Assamese font[সম্পাদনা কৰক]

Hi all, There is some inconsistency about the transliteration of the term "wikipedia". I would suggest that as the english pronunciation is পি not পে and as Assamese uses the for loan words, the transliteration of the word should be ৱিকিপিডিয়া

What do you guys think?


মইও এইটোকেই চিন্তা কৰিচিলো। এতিয়া ৱিকিপিডিয়া বুলি সকলো ঠাইটেই শুদ্ধ্ কৰিব লাগে। --Sangeeta ১৭:২৭, ২৮ May ২০০৭ (UTC)

Font size is too large in Assamese wikipedia template(s)[সম্পাদনা কৰক]

The font size is way too large in the Assamese wikipedia. This is particularly so for the Monobook (default) skin.Can the admins/sysops please set the size to standard? If you need help let me know. -দীপৰাজ ১৫:৪৬, ৫ জুন ২০০৭ (UTC)

Blatant "ৰ" vs "ৰ" mismatch on Main page needs correction.[সম্পাদনা কৰক]

Can someone please cleanup the Main page title? It still uses a Bengali script "ro" (ৰ) instead of an Assamese script "ro"(ৰ). Also, can the admin(s) replace the English language Wikipedia logo with the Assamese version? -দীপৰাজ ১৬:১০, ৫ জুন ২০০৭ (UTC)

চিত্ৰ:As.wikipedia.1024x768 W2K Firefox2.0.png
Prothom Pristha of as.wikipedia.org as viewed using Firefox2.0 in W2K op. sys. and standard display res of 1024x768
Thanks to User:Priyankoo for following up. Screenshot of Bengali "ro" in the Main page. It shows up in the page title itself. I am aware that the view does not show Indic characters in combination but the character itself should not be wrongly displayed. PLease also notice that the login name itself is half hidden behind the logo on the top left -দীপৰাজ ০৮:৩৫, ১১ জুন ২০০৭ (UTC)

Please help update following list[সম্পাদনা কৰক]

Please help update following list Purpose of followng list at Meta is to have ease of communicatin with most active and experienced Indic wikipedian community.Please use following tools while upadating followng list.One can add his own user name in following list

We believe that it is important to spread the concept of free knowledge in India and So It is proposed to start an India chapter of the Wikimedia(http://wikimediafoundation.org/ Wikimedia Foundation website].

Such a chapter can help coordinate various Indian language Wikipedias and spread the Wikipedia word in India.Contribution participation in related discussion from local Indian language wikipedians is missing and local wikipedians are kindly requested to participate in the same on priority you may visit related pages on meta at Category:Wikimedia India

Thanks and regards

অসমীয়া ৱিকিপিডিয়াৰ কেইবাতাও পৃষ্ঠাত হিন্দি দেখিব পোৱা গৈছে যে??

-আজিকালি ৱিকিপেডীয়াৰ মেচেজবোৰ ট্ৰেন্সলেট কৰিবলৈ http://translatewiki.net -ত সুবিধা দিয়া হৈছে। তাত ট্ৰেন্সলেট নকৰা মেচেজবোৰ দেখুৱাবলৈ হিন্দী ভাষা ব্যৱহাৰ কৰা হৈছে। সলনি কৰিব খুজিলে তাত এটা একাউন্ট খুলি লৈ কৰিব লাগে।

প্ৰসংগক্ৰমে, আপুনিও বিভিন্ন মেচেজবোৰ তাত অসমীয়া কৰিব পাৰে। আচলতে এই কামটো ইতিমধ্যেই আমি কৰি শেষ কৰিব লাগিছিল।

Psneog ১৯:২৬, ২৭ জুন ২০০৮ (UTC)

মই কথাতো ইতিমধ্যে ধৰিব পাৰিছো। translatewikiত মই যথেষ্ট সংখ্যক মেচেজ অনুবাদ কৰিলো, কিন্তু এটিয়ালৈকে কমিত হোৱা নাই।

Raju ১৭:০১, ৩০ জুন ২০০৮ (UTC)

এতিযাও বহুতো পৃষ্ঠাত হিন্দী ভাষা দেখিবলৈ পোৱা যায় । উদাহৰণঃ অসমীয়া - विकिपीडिया वार्ता: প্ৰথম পৃষ্ঠা প্ৰথম পৃষ্ঠা - विकिपीडिया ... ইত্যাদি ।

এই আসোঁৱাহবোৰ দূৰ কৰিব পৰা নাযায় নেকি?

Biraj ০৮:১০, ২৪ আগষ্ট ২০০৮ (UTC)

'সুপ্ৰসিদ্ধ মনুহ' বানানটো শুদ্ধকৈ লিখিব লাগে, কাৰণ সেই নামৰ পৃষ্ঠা এটা আছেই, লিংকটো নিজে নিজেই লৈ ল'ব। ‌‌‌‌উদ্দীপ ১৯:৩০, ২৯ মে' ২০০৯ (UTC)

অসমীয়া ৱিকি সমাজ পৃষ্ঠা ব্যৱহাৰ কৰক[সম্পাদনা কৰক]

প্ৰিয় ৱিকিপেডীয়াৰ সংকলক বৃন্দ,

ৱিকিপেডীয়া সম্পৰ্কীয় সাধাৰণ বিষয়সমূহ আলোচনা কৰিবলৈ অসমীয়া ৱিকি সমাজ পৃষ্ঠা ব্যৱহাৰ কৰক।

বি: "অসমীয়া ৱিকি সমাজ" -অৰ পৰিবৰ্তে এই লিংকটোৰ নাম "মুখ্য সদন" ৰাখিব পৰা যায়। এই পৃষ্ঠাৰ পৰা আৰু অন্যান্য বিষয়ৰ কাৰণেও সদন খুলিব পৰা যায়।

Psneog ০৩:৩৬, ২ জুলাই ২০০৮ (UTC)

সমূহ বানান ভুল[সম্পাদনা কৰক]

সমূহ বানানটো বাৰে বাৰে সমুহ বুলি লিখা হৈছে, যেনে - ৰাষ্ট্ৰসমুহ, অৱদানসমুহ আদি । অনুগ্ৰহ কৰি শুদ্ধ্ কৰি দিয়ে যেন ।

WRONG CODING IN মনোৰঞ্জন SECTION[সম্পাদনা কৰক]

PLEASE MAKE CORRECTION IN CODING IN SECTION মনোৰঞ্জন .

Vkborah ১৪:৩৮, ১৭ জুলাই ২০০৯ (UTC)

Hello! I am a Polish wikipedian and I would like to ask you for your help - writing a new article about former Polish President who won the Nobel Peace Prize in 1983 – Lech Wałęsa. I have looked for his biography in your Wikipedia but without success. Polish Wikipedians will be grateful for your help. Thank you so much in advance! PS you can find the English version of the article here. Best wishes from Poland, Patrol110 ১৮:৫৮, ২৫ ডিচেম্বৰ ২০০৯ (UTC)

where is the page for these they are speake this Language  ?

Hi. I am a Wikipedian from Nepali Wikipedia. We want to add your language in List of Languages on Nepali Wikipedia. Please help us to add your language in List of Languages please click here. Thank you. --Nepaboy১৬:৪৭, ২৭ এপ্ৰিল ২০১০ (UTC)

ভাৰতীয় জাতীয় কংগ্ৰেছ[সম্পাদনা কৰক]

আপুনাৰা ভাৰতীয় জাতীয় কংগ্ৰেছ নিবন্ধেৰ উন্নতি ঘটাইতেছেন না কেনে। দয়া কৈৰা কৰেন। মুই ভাল অসমীয়া না জানে। আপুনাৰা ঠিক কৈৰা দেবেন। -117.194.225.20 ১৫:০৫, ২৭ জুন ২০১০ (UTC)

Assamese Wikipedia Community on Facebook[সম্পাদনা কৰক]

In order to discuss about the betterment of the Assamese Wikipedia I have started a facebook group. Please actively participate in the group using your facebook account. Also, ask your like minded friends, too, to join the group.

The link for the group ia: http://www.facebook.com/home.php?sk=group_162520527119843

Dear friends, may I ask you to add a hyperlink to our Tatar Wikipedia (http://tt.wikipedia.org) to yourr Front page. Tatars - are turkic nation living in Tatarstan Republic, second biggest nation in Russian Federation. hope to hear from you soon. sincerely yours, Muhtac ২১:৫৯, ২০ মাৰ্চ ২০১১ (UTC)

Exclusion of Assamese UNICODE Typing[সম্পাদনা কৰক]

After the modification of wikipedia lay-out, it has been seen that in our Assamese wikipedia section, UNICODE typing is excluded. It is requested to the competent authority to add the UNICODE typing section as soon as possible. Without this facility, this encyclopedia has no meaning. I hope our appeal will be listen and Assamese wikipedia will survive for ever.

Vkborah ১৪:২৪, ৮ মে' ২০১১ (UTC)

Invite to WikiConference India 2011[সম্পাদনা কৰক]


Hi বেটুপাত,

The First WikiConference India is being organized in Mumbai and will take place on 18-20 November 2011.
You can see our Official website, the Facebook event and our Scholarship form.

But the activities start now with the 100 day long WikiOutreach.

As you are part of WikiProject India community we invite you to be there for conference and share your experience. Thank you for your contributions.

We look forward to see you at Mumbai on 18-20 November 2011


Please forward to revelent folks in the community. If you want the bot to do the job please sign up at [1] --Naveenpf ০৫:০৬, ৬ আগষ্ট ২০১১ (UTC)

প্ৰবন্ধৰ সংখ্যা[সম্পাদনা কৰক]

অসমীয়া প্ৰবন্ধৰ সংখ্যাটো প্ৰথম পৃষ্ঠাত থকা হ'লে ভাল আছিল৷

Anjal Borah ০৬:৩৭, ২২ আগষ্ট ২০১১ (UTC)

"অসম" শ্ৰেণীত কিছুমান প্ৰবন্ধ থকা দেখি ইয়াক বেটুপাতত সংযোগ কৰিলোঁ। অসুবিধাৰ সৃষ্টি কৰিলে আঁতৰাই দিব পৰা যাব। Gitartha.bordoloi 09:24, 7 অক্টোবৰ 2011 (UTC)