বাৰ্তা:বৰ্খা দত্ত

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বৰষা নে বৰখা?[সম্পাদনা কৰক]

Barkha Dutt ৰ নামটো অসমীয়া লিপ্যন্তৰ বৰখা দত্ত হ'ব নালাগেনে বাৰু? হিন্দী ৱিকিতো बरखा दत्त ৰূপত আছে। প্ৰণৱ জ্যোতি ভূঞা (talk) 14:12, 31 March 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

উচ্চাৰণৰ ভিত্তিত লিপ্যান্তৰ কৰিছিলোঁ। হিন্দীৰ "ष"ৰ উচ্চাৰণ "Sh" দৰে হয় আৰু অসমীয়াৰ ৰ উচ্চাৰণ "Kh" দৰে হয়। তদুপৰি অসমীয়াত ইতিমধ্যে বৰষা বুলি শব্দ এটা আছেই, সেয়ে উচ্চাৰণ আৰু অৰ্থ একে হোৱাৰ বাবে "बरखा"ক বৰষা কৰিলোঁ। যুৱৰাজ সিং, ঐশ্বৰ্য ৰায় আদিৰ দৰে... সন্মানীয় সদস্যয়ে যদি বিচাৰে বৰখালৈ স্থানান্তৰ কৰিব পাৰে 😊-অজয় দাস (বাৰ্তা) 02:06, 1 april 2019 (ইউ.টি.চি.)
আচলতে তেওঁৰ নামটো বৰষা/বৰ্ষা নহয় বৰ্খা (বা বৰখা) হে। তেওঁৰ নামটো অসমীয়া বৰষা/বৰ্ষা (বা হিন্দী বৰচা!!) হিচাপে উচ্চাৰণ নহয়, বৰ্খা হিচাপে হে হয়। অন্যান্য সদস্যসকলেওঁ মতামত আগবঢ়াওকচোন। প্ৰণৱ জ্যোতি ভূঞা (talk) 07:07, 1 april 2019 (ইউ.টি.চি.)
পোনপতীয়া লিপ্যন্তৰ আৰু উচ্চাৰণৰ ফালৰ পৰা বৰ্খা বা বৰখাই হ'ব লাগে। অসমীয়াৰ ৰ উচ্চাৰণ "Kh" দৰে হয়? "স"ৰ দৰেই হয়তো! — গীতাৰ্থ বৰদলৈ (talk) 07:21, 1 april 2019 (ইউ.টি.চি.)
বৰ্খা দত্ত-লৈ স্থানান্তৰন কৰা হ'ল। --SlowPhoton (talk) 04:25, 2 april 2019 (ইউ.টি.চি.)