বাৰ্তা:ভূপেন্দ্ৰ সংগীত

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

অনিমেষ, এনেকুৱা বিশ্লেষণাত্মক লেখা বোধকৰোঁ ৱিকিপিডিয়াৰ বাবে উপযুক্ত নহ'ব! বাকী সদস্যৰ মতামত বাঞ্চনীয়। — গীতাৰ্থ বৰদলৈ (talk) 06:46, 8 জুলাই 2013 (UTC)

ৱিকিপিডিয়াৰ প্ৰৱন্ধ বিশ্বকোষীয় ধাৰণাৰ হোৱাতো প্ৰয়োজন। মই গীতাৰ্থ বৰদলৈক সমৰ্থন জনাইছো। Jyoti Prakash Nath (talk) 20:26, 2 নৱেম্বৰ 2013 (UTC)

পুৰণি (ইয়াত একত্ৰিত কৰা) "ভূপেন্দ্ৰ সংগীত"ৰ আলোচনা পৃষ্ঠাত থকা আলোচনাখিনি=[সম্পাদনা কৰক]

শিৰোনামাত থকা "ভুপেন" শব্দটোৱেই ভুল। আনহাতে "ভূপেন হাজৰিকাৰ সংগীত" বুলি লিখাতকৈ "ভূপেন্দ্ৰ সংগীত" বুলি লিখিলেহে ভাল হ'ব। নে কি কয়? ‍Gitartha.bordoloi 14:20, 15 নভেম্বৰ 2011 (UTC)

"ভূপেন্দ্র সংগীত" টো মান্য হয় জানো? কোৱা তো শুনিছোঁ, কিন্তু ক'ৰবাত কোনোবাই ক'ব নালাগে বুলি কোৱাও শুনিছোঁ। সেই কাৰণে এনেকৈ লিখিলোঁ।

প্রভাকৰ শৰ্মা নেওগ 04:21, 16 নভেম্বৰ 2011 (UTC)

http://www.youtube.com/watch?v=kT7FLNoqdm0 এই ভিডিঅ'টোত তেখেতে নিজেই "ভূপেন্দ্ৰ সংগীত" বুলি কৈছে। আমি মূল প্ৰবন্ধটো "ভূপেন্দ্ৰ সংগীত" কৰি আগৰটো পুনৰ্নিৰ্দেশ হিছাপে থ'ব পাৰোঁ। Gitartha.bordoloi 19:07, 19 নভেম্বৰ 2011 (UTC)