বাৰ্তা:মৈত্ৰেয়ী দেৱী
অৱয়ব
এই পৃষ্ঠাখন মৈত্ৰেয়ী দেৱী-ৰ আলোচনাৰ বাবে আলোচনা পৃষ্ঠা | |||
---|---|---|---|
|
|
দুটামান তথ্য ইয়াতে যোগ দি থ'লো। সম্পাদকৰ সহায় হ'ব পাৰে।
- ১৯৬১ চনত ৰবীন্দ্ৰ শতবাৰ্ষিকীত তেওঁক ছোভিয়েত ইউনিয়নে আমন্ত্ৰণ কৰি ৰবীন্দ্ৰ শতবাৰ্ষিকী পদকেৰে ভূষিত কৰে।
- ১৯৭৫ চনত লেখিকা সংঘই ন হন্যতে উপন্যাসৰ বাবে সন্মানসূচক পদক যাচে।
- ১৯৭৬ চনত একেই গ্ৰন্থৰ বাবে তেওঁ সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰে।
- ১৯৭৭ চনৰ জানুৱাৰীত 'চীনৰ জনগণৰ বিদেশৰ স'তে মৈত্ৰী সমিতি'ৰ (CHINESE PEOPLES' ASSOCIATION OF FRIENDSHIP WITH FORFIGN COUNTRIES) আমন্ত্ৰণক্ৰমে তেওঁ চীনলৈ যায়।
- তাৰেই অভিজ্ঞতাৰে তেওঁ 'অচিনাকি চীন' গ্ৰন্থ ৰচনা কৰে।
- এই তথ্যসমূহ উপৰোক্ত গ্ৰন্থৰপৰা সংগ্ৰহ কৰা হৈছে। (অচিনাকি চীন, অসমীয়া অনুবাদ: মনু সেন, প্ৰথম প্ৰকাশ: ফেব্ৰুৱাৰী ১৯৭৮, প্ৰকাশক: বনবিহাৰী চক্ৰৱৰ্তী, ভৱানী পাবলিচিং কনছাৰ্ণ)
নিয়ৰপৰশ (talk) 11:46, 23 জানুৱাৰী 2013 (UTC)
নাম
[সম্পাদনা কৰক](?) মৈত্ৰেয়ী দেবী নে মৈত্ৰেয়ী দেৱী? বিষ্ণু শইকীয়া⇒✉ 19:03, 29 জানুৱাৰী 2013 (UTC)
- নামটোৰ অসমীয়াকৰণ কৰিলে "দেৱী" হ'ব। — গীতাৰ্থ বৰদলৈ (talk) 07:41, 6 ফেব্ৰুৱাৰী 2013 (UTC)