বাৰ্তা:মোহনদাস কৰমচান্দ গান্ধী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মোহনদাস কৰমচান্দ গান্ধী[সম্পাদনা কৰক]

ৱিকিপিডিয়াত প্রবন্ধৰ নামত সন্মানীয় খিতাপবোৰ লিখিব পাৰি জানো? প্রভাকৰ শৰ্মা নেওগ 10:06, 19 ডিচেম্বৰ 2011 (UTC)

মোহনদাস কৰমচাঁদ গান্ধী[সম্পাদনা কৰক]

কৰমচান্দ শুদ্ধ নহয়, কৰমচাঁদ হে শুদ্ধ। Debanjan ray (talk) 05:05, 22 মাৰ্চ 2012 (UTC)

দেৱনাগৰী আৰু IPA উচ্চাৰণ মতে কৰমচন্দ (বা কৰমচান্দ) হ'ব। অসমীয়া কিতাপবোৰত সম্ভৱ ভুলকৈ লিখা হৈছে। একেধৰণৰ উচ্চাৰণৰ উদাহৰণ হৈছে "चंद पंक्तियां" (চন্দ পংক্তিয়াঁ), "बूंदे" (বুন্দে) আদি। -- গীতাৰ্থ বৰদলৈ (talk) 09:45, 22 মাৰ্চ 2012 (UTC)

সদস্য:অনুবাদ/মোহনদাস কৰমচান্দ গান্ধী প্ৰবন্ধটোৰ বাকী অংশ আছে| অলপ অনুবাদৰ প্ৰয়োজন| বাংলা জনাসকলে অলপ কষ্ট কৰি প্ৰবন্ধটো উন্নীত কৰাত সহায় কৰিব পাৰে| বিষ্ণু শ‍ইকীয়া বাৰ্তা 22:28, 1 অক্টোবৰ 2012 (UTC)

ভাল প্ৰবন্ধ ?[সম্পাদনা কৰক]