বাৰ্তা:লক্ষ্মীনন্দন বৰা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মই আজি Mozilla Firefox 6.0.2 ব্যৱহাৰ কৰিছিলোঁ৷ সংখ্যাবোৰ ঠিকেই পাইছোঁ, অসমীয়াত কৰিবও পাৰিছোঁ৷ কিন্তু IE-ত সংখ্যাবোৰ ইংৰাজীতে দেখা যায়৷ কথাটো মই এতিয়াহে লক্ষ্য কৰিলোঁ৷

Anjal Borah ১২:২১, ১৪ চেপ্তেম্বৰ ২০১১ (UTC)

তথ্যবিলাক ইমান বিশৃংখল কিয়?[সম্পাদনা কৰক]

গ্ৰন্থপঞ্জীৰ কোনো শৃংখলাবদ্ধতা নাই, একেখন গ্ৰন্থৰ নামৰ পুনৰাবৃত্তিৰ ঘটিছে। তথ্যসমূহ কিমান নিৰ্ভৰযোগ্য সন্দেহ আছে। পৰাগ জ্যোতি (talk) 06:09, 18 November 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

আপোনাৰ ওচৰত তথ্য খিনি থাকিলে উপযুক্ত সমল উল্লেখ কৰি নিজেই শৃংখলাবন্ধ কৰিব পাৰে।-অজয় দাস (বাৰ্তা) 09:20, 18 November 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]