সমললৈ যাওক

বাৰ্তা:লগুণ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

একত্ৰিতকৰণ

[সম্পাদনা কৰক]

@নয়ন জ্যোতি নাথ: প্ৰবন্ধটোৰ অধিকাংশ উপনয়ন-ৰ প্ৰতিলিপি। প্ৰবন্ধ দুটা বেলেগে নাৰাখি এক কৰাই ভাল। আন ভাষাৰ ৱিকিটো বেলেগ বেলেগ প্ৰবন্ধ নাই। --SlowPhoton (talk) 06:49, 2 December 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

@SlowPhoton: লগুণ উপনয়নৰ অংশ হিচাপে নীতি, সময় ইত্যাদি বোৰত বেলেগ কথা আহিব লগা নাই, মই ইয়াৰ গুৰুত্বৰ অংশত কিছু সংযোগ কৰিছোঁ। তালিকাত নাম থকা বাবেহে মই বিষয়টো সংযোগ কৰিছোঁ। ইয়াত একত্ৰি কৰণ কৰা নকৰাক লৈ মোৰ ক'ব লগা একো নাই, উপনয়ন পৃষ্ঠা খনো যিহেতু ময়ে সৃষ্টি কৰা গতিকে মোৰ ওচৰত ইয়াতকৈ অধিক তথ্য নাই, নয়ন জ্যোতি নাথ (talk)
@নয়ন জ্যোতি নাথ: লগুণ প্ৰবন্ধটো তালিকাত নাই। উপনয়ন-হে আছে। উপনয়ন প্ৰবন্ধটোতে লগুণ নামৰ অনুচ্ছেদ এটা সৃষ্টি কৰি তথ্যসমূহ সংযোগ কৰি দিয়ক। দুয়োটা ঠাইত বেলেগে বেলেগে নৰখাই ভাল। পাছত লগুণ-ক উপনয়ন-লৈ পুনঃনিৰ্দেশ কৰি দিলেই হ'ল। --SlowPhoton (talk) 07:24, 2 December 2019 (ইউ.টি.চি.)উত্তৰ দিয়ক

@SlowPhoton:তেন্তে তেনে কৰাই ভাল হ'ব।