সদস্য বাৰ্তা:Nayan j Nath

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা
(সদস্য বাৰ্তা:নয়ন জ্যোতি নাথৰ পৰা পুনঃনিৰ্দেশিত)

সহযোগিতা পদক[সম্পাদনা কৰক]

সহযোগিতা পদক
হে ৱিকিসতীৰ্থ, অসম সাহিত্য সভাৰ উদ্যোগত জুন মাহত অনুষ্ঠিত অসমীয়া ৱিকিপ্ৰকল্পৰ অনলাইন কৰ্মশালাত সহযোগিতা আগবঢ়োৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে এই সামান্য সন্মান আগবঢ়ালোঁ। ধন্যবাদ। -অসমীয়া ৱিকিমিডিয়া সমাজ

-ধন্যবাদ!


ৱিকিপিডিয়াৰ গৌৰৱ, ২০২৩[সম্পাদনা কৰক]

ৱিকিপিডিয়াৰ গৌৰৱ

  ভাতৃপ্ৰতীম ৱিকি সতীৰ্থ নয়ন; অসমীয়া ৱিকিপিডিয়াৰ একৈশ বৰ্ষত, অসমীয়া ৱিকিমিডিয়া সমাজৰ এগৰাকী অক্লান্ত সদস্য ৰূপে ছয় শতাধিক প্ৰৱন্ধ সৃষ্টি কৰি যি এক বিৰল অৱদান আপুনি আগবঢ়াইছে; ই কাললৈ আপোনাৰ খ্যাতি ৰাখিব আৰু ৱিকি কৰ্মী মাত্ৰেই আপোনাক সুঁৱৰিব। আপোনাৰ এই মনোবল অটুত থাকক আৰু ভাষাৰ হকে কৰা এই পৰিশ্ৰমী যাত্ৰা অব্যাহত ৰাখিবলৈ সৰ্বতোপ্ৰকাৰে স্বাস্থ্যবান হৈ থাকক; এয়ে আন্তৰিক কামনা।

__অসমীয়া ৱিকিমিডিয়া সমাজ

You have been a medical translators within Wikipedia. We have recently relaunched our efforts and invite you to join the new process. Let me know if you have questions. Best Doc James (talk · contribs · email) 12:34, 13 August 2023 (UTC)

স্বাধীনতা সংগ্ৰামী এডিটাথন পদক[সম্পাদনা কৰক]

ৱিকিডাটা পদক
ৱিকিডাটা পদক
হে ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত চলি থকা স্বাধীনতা সংগ্ৰামীৰ জীৱন-ভিত্তিক পষেকীয়া এডিটাথনলৈ আগবঢ়োৱা অনবদ্য বৰঙনিৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। -অসমীয়া ৱিকিমিডিয়া সমাজ

সমন্বয়ক পদক[সম্পাদনা কৰক]

সমন্বয়ক পদক
হে ৱিকিসতীৰ্থ, ২০২৩ বৰ্ষৰ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা পৰম বীৰ চক্ৰ সম্পাদনা মেলা প্ৰতিযোগিতাখন সুচলভাৱে চলাই নিয়াত আপুনি সমন্বয়ক হিচাপে যি ভূমিকা পালন কৰিলে, সেইয়া প্ৰকৃততেই প্ৰশংসাযোগ্য৷ পৰৱৰ্তী সময়তো আপোনাৰ পৰা অনুৰূপ সহযোগিতা আশা কৰি উক্ত পদকটি আন্তৰিকতাৰে আপোনালৈ আগবঢ়ালোঁ৷ ধন্যবাদেৰে-
অসমীয়া ৱিকিমিডিয়া সমাজ

অতন্দ্ৰ প্ৰহৰী পদক[সম্পাদনা কৰক]

অতন্দ্ৰ প্ৰহৰী পদক
প্ৰিয় ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ লগতে অন্যান্য ৱিকিপ্ৰকল্পসমূহত তীক্ষ্ণ দৃষ্টি ৰাখি নকাৰাত্মক সম্পাদনা বা ধ্বংসাত্মক কাৰ্যকলাপ ৰোধ কৰাত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে কৃতজ্ঞতা সহকাৰে আপোনালৈ এই পদকটি আগবঢ়াবলৈ পাই অত্যন্ত গৌৰৱবোধ কৰিছোঁ। আশাকৰোঁ আপুনি একেই সক্ৰিয়তাৰে ৱিকিমিডিয়াৰ লগত জড়িত হৈ থাকি অসমীয়া ৱিকিমিডিয়াক শক্তিশালী কৰাত অৱদান যোগাই যাব। -Pranamikaadhikary (বাৰ্তা) 15:52, 27 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Pranamikaadhikary বা, আন্তৰিক ধন্যবাদ! Nayan j Nath (বাৰ্তা) 02:44, 28 September 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Image Description Month in India Campaign[সম্পাদনা কৰক]

Dear Wikimedian,

A2K has conducted an online activity or campaign which is an ongoing Image Description Month in India description-a-thon, a collaborative effort known as Image Description Month. This initiative aims to enhance image-related content across Wikimedia projects and is currently underway, running from October 1st to October 31st, 2023. Throughout this event, our focus remains centered on three primary areas: Wikipedia, Wikidata, and Wikimedia Commons. We have outlined several tasks, including the addition of captions to images on Wikipedia, the association of images with relevant Wikidata items, and improvements in the organization, categorization, and captions of media files on Wikimedia Commons.

To participate, please visit our dedicated event page. We encourage you to sign up on the respective meta page and generously contribute your time and expertise to make essential and impactful edits.

Should you have any questions or require further information, please do not hesitate to reach out to me at nitesh@cis-india.org or Nitesh (CIS-A2K).

Your active participation will play a significant role in enriching Wikimedia content, making it more accessible and informative for users worldwide. Join us in this ongoing journey of improvement and collaboration. Regards MediaWiki message delivery (বাৰ্তা) 16:09, 10 October 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মহাত্মা গান্ধী এডিটাথন, ২০২৩[সম্পাদনা কৰক]

The Epic Barnstar
The Epic Barnstar
প্ৰিয় ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত সদ্য সমাপ্ত মহাত্মা গান্ধী এডিটাথন,২০২৩ প্ৰতি আপুনি আগবঢ়োৱা অৱদানৰ শলাগ ল'লোঁ। আপোনাৰ ৱিকি-যাত্ৰা ক্ৰমাৎ অধিক শক্তিশালী হওঁক। শুভকামনা।

JyotiPN (বাৰ্তা) 04:08, 12 October 2023 (ইউ.টি.চি.)JyotiPN[উত্তৰ দিয়ক]

এছিয়ান মাহৰ সহযোগী[সম্পাদনা কৰক]

এছিয়ান মাহৰ সহযোগী
হে ৱিকিসতীৰ্থ,

বৰ্তমান ৱিকিপিডিয়াত চলি থকা এছিয়ান মাহ ২০২৩ এডিটাথনত অংশগ্ৰহণ কৰি বৰঙণি আগবঢ়োৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য সন্মান আগবঢ়ালোঁ। ধন্যবাদেৰে, -অসমীয়া ৱিকিমিডিয়া সমাজ

ৱিকি গৌৰৱ[সম্পাদনা কৰক]

ৱিকি গৌৰৱ

  শেহতীয়াকৈ মাজুলীৰ গড়মূৰত অনুষ্ঠিত হোৱা অসমীয়া ৱিকিমিডিয়া সমাজৰ প্ৰীতিমেল আৰু কৰ্মশালা, ২০২৩ খন সফল কৰি তোলাৰ ক্ষেত্ৰত বলিষ্ঠ নেতৃত্ব আৰু সমন্বয়েৰে তুমি যি অপূৰ্ব বৰঙণি যোগালা তাৰেই কৃতজ্ঞতা স্বৰূপে এই পদক আগবঢ়ালোঁ। অসমীয়া ৱিকিত তোমাৰ এই যাত্ৰা চিৰযুগমীয়া হওক, এই কামনাৰে -অসমীয়া ৱিকিমিডিয়া সমাজ

Joli Rumi (বাৰ্তা) 14:40, 29 November 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ব্যবহাৰিক পতংগ খাদ্য[সম্পাদনা কৰক]

ব্যবহাৰিক পতংগ খাদ্য অংশটো কিয় আতৰাই দিলে? KHI-LAN-TZI 01:53, 27 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ইমানদিনৰ ৱিকি অভিজ্ঞতাৰ পৰা এইকথা আপুনি নিশ্চয় জানে যে, ইয়াত কোনো মৌলিক চিন্তা, গৱেষণা বা নিজা কোনো পৰীক্ষা-নিৰীক্ষা কৰা নহয়। আপোনাৰ উক্ত অংশটোৱে এনে ভাৱৰ বাদে প্ৰবন্ধটোত কোনো সমল যোগোৱা নাই, ইয়াৰোপৰি উক্ত অংশত প্ৰয়োজনীয় তথ্যসূত্ৰৰো অভাৱ। Nayan j Nath (বাৰ্তা) 05:04, 27 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
মৌলিক গৱেষণা নহয় Srivastava, K. P. (1996) ৰ ওপৰত ভিত্তি কৰি লিখা হৈছিল। যিটো প্ৰকাশিত উৎস। অপ্ৰকাশিত উৎস দিলে মৌলিক গৱেষণা হ'ল হয়! আৰু তাত থকা প্ৰতিটো শাৰীৰ ওপৰত বৈজ্ঞানিক উৎস আছে। কিন্তু অতিৰিক্ত উৎস মই প্ৰদান কৰালৈকে আপুনি ৰখিল জানো?? KHI-LAN-TZI 05:44, 27 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
আপুনি লিখা বাক্য আদিৰ ধৰণ মৌলিক হৈছে। ৱিকিশৈলী বৰ্তাই সঠিক তথ্যসূত্ৰ প্ৰদান কৰি লিখক, তেতিয়া ক'ব লগা বা মচিবলগা একো নাই। Nayan j Nath (বাৰ্তা) 07:23, 27 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
পূৰ্বৰ এজন সম্পাদকে এই অংশ লিখিছিল মই লিখা নাই মই মাত্ৰ ঘূৰাই দিছোঁ আৰু ৰচনাশৈলী আৰু নতুন উৎস দিয়াৰ কাম আৰম্ভ কৰিছিলোঁ কিন্তু আপুনি উভতাই দিলে। তেঁওৰ ৰচনাশৈলী ঠিক নাছিল কিন্তু সেয়া মৌলিক গৱেষণা বা উৎস বিহীন নাছিল আৰু আতৰাই দিয়াৰ যোগ্যও নাছিল কাৰণ তেওঁ Srivastava, K. P. (1996) অনুসৰি লিখিছিল কিন্তু উৎস প্ৰসংগ সঠিক ভাবে বহাব জনা নাছিল। আনকি তেওঁ Heading তে উৎস দিছিল। ৰচনাশৈলী ঠিক নহলে বা সম্পাদনা কৰিব ভালকৈ নাজানিলে wikify সাঁচৰ প্ৰয়োগ কৰিলে বা শুধৰাই দিলে ভাল হ'ব, উভতাই দিলে WP:BITE হবগৈ চাগৈ! KHI-LAN-TZI 12:02, 27 December 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Thank you for being a medical contributors![সম্পাদনা কৰক]

The 2023 Cure Award
In 2023 you joined us as a medical translator. Thank you from Wiki Project Med for helping bring free, complete, accurate, up-to-date health information to the public. We really appreciate you and the vital work you do! Wiki Project Med Foundation is a thematic organization whose mission is to improve our health content. Consider joining here, there are no associated costs and we look forwards to working together in 2024.

Thanks again :-) -- Doc James along with the rest of the team at Wiki Project Med Foundation

Invitation to Organize Feminism and Folklore 2024 Writing Competition[সম্পাদনা কৰক]

অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক

Dear Nayan j Nath,

Hope you are doing well, Wishing you a Happy New Year!.

We extend a heartfelt invitation to you to organize the Feminism and Folklore 2024 writing competition, which is scheduled to take place from February 1, 2024, to March 31, 2024. This year's edition of Feminism and Folklore will concentrate on feminism, women's issues, and gender-focused topics, aligning with a Wiki Loves Folklore gender gap focus and featuring a folk culture theme on Wikipedia.

This year we have created two new Tools for the Feminism and Folklore project. The tool is called Campwiz. This tool is created by the international Tech team of Wiki Loves Folkore especially crafted for Feminism and Folklore project. The tool works as same as fountain or dashboard but has extra abilities required for jury and submission of articles.

To create a new campaign on Campwiz, organizers to follow these steps:

  1. Go to the tool link: https://tools.wikilovesfolklore.org/
  2. Select your wiki on which you want to organize the campaign (enter the name or short code, such as "as" for অসমীয়া অসমীয়া ৱিকিপিডিয়া).
  3. Give your campaign a name example "Feminism and Folklore 2024 on অসমীয়া অসমীয়া ৱিকিপিডিয়া)".
  4. Select the start and end dates (note: keep your start date as Feb 1 and end date as March 31).
  5. Provide a description for your campaign (you can briefly describe the campaign in this section).
  6. Make sure to keep the checkboxes ticked for "Allow users to submit articles that were not created but expanded." if you want to use the campaign for expanded articles also.
  7. Keep minimum added bytes as 4000 and minimum added words as 400 and click next.
  8. In the jury section, keep the checkboxes ticked for "Allow jury members to participate in the campaign" and "Prevent jury members from seeing each other's votes." As per your preference.
  9. Under the jury search box, type the username of your jury and click on the "+" button to add; you can add multiple jury members.
  10. Click next to review and then click on save.

With this we have also created a Missing article tool. This tool identifies articles in the English Wikipedia that are absent from your native language Wikipedia. You can customize your selection criteria, and our tool will provide you with a table displaying the missing articles along with suggested titles. You also have the option to download the list in both CSV and wikitable formats.

Both tools, the Missing Article Tool and the Campwiz Tool, are now available for public use during the Feminism and Folklore campaign. You can find more information about these tools here: https://tools.wikilovesfolklore.org/

There are also some changes in the rules and criteria's. Please go through the rules below.

  1. Minimum Length: The expanded or new article should have a minimum of 4000 bytes or 400 words, ensuring sufficient depth and coverage of the chosen topic. The local organizers are free to choose the minimum length criteria as per needs of their local Wikipedia and must be clearly mention on local project page.
  2. Language Quality: Articles should not be poorly machine-translated, ensuring that language quality and readability are maintained at a high standard.
  3. Timeline of Creation or Expansion: The article should be created or expanded between 1 February and 31 March, aligning with the specified contest timeline.
  4. Theme Relevance: Articles should directly address the theme of feminism and folklore, exploring connections between gender, cultural traditions, and intangible heritage.
  5. No Orphaned Articles: Articles must not be orphaned, meaning they should be linked from at least one other article to ensure visibility within the Wikipedia ecosystem.
  6. No Copyright violations: There should be no copyright violations, and articles should adhere to local Wikipedia policies on notability, ensuring that the content meets the standards for notability.
  7. Adequate references and Citations: Each article should include proper references and citations following local Wikipedia policies, ensuring the reliability and credibility of the information presented.

Learn more about the contest details and prizes on our project page here. Should you require any assistance, please feel free to contact us on our meta talk page or via email.

We eagerly anticipate your enthusiastic coordination and participation in Feminism and Folklore 2024.

Thank you and Best wishes,

Feminism and Folklore 2024 International Team

--MediaWiki message delivery (বাৰ্তা) 06:51, 18 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা- ২০২৪[সম্পাদনা কৰক]

প্ৰিয় Nayan j Nath,

আশাকৰোঁ কুশলে আছে। এই বছৰৰে জানুৱাৰী মাহত ৪ তাৰিখৰ পৰা ১০ তাৰিখলৈ আয়োজিত “অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা- ২০২৪’’ ত সম্পাদনা কৰি ৱিকিপিডিয়াক অধিক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত আপোনাৰ উৎসৰ্গীকৃত সেৱাৰ বাবে আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ।

এই সম্পাদনা মেলাৰ এগৰাকী অংশগ্ৰহণকাৰী হিচাপে আপোনাৰ প্ৰাপ্য মানপত্ৰৰ বাবে আমি আপোনাৰ বিষয়ে কিছু তথ্য জনাৰ প্ৰয়োজন। অনুগ্ৰহ কৰি তলত সন্নিৱিষ্ট ফৰ্মখন ভৰ্তি কৰি আমাক পৰৱৰ্তী কাৰ্যসূচী পালন কৰিবলৈ সহযোগ কৰক। আপোনাৰ সহযোগিতাই আমাৰ প্ৰেৰণা। (ইতিমধ্যেই যদি ফৰ্মখন পূৰণ কৰা হৈছে, তেন্তে দ্বিতীয়বাৰ পূৰণ কৰাৰ প্ৰয়োজন নাই)

আন্তৰিক শুভকামনা জানিব।
ধন্যবাদ।

Dolon Prova (বাৰ্তা) 16:55, 13 February 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
সংগঠক,
অসমীয়া - বাংলা আন্তঃৱিকি সম্পাদনা মেলা ২০২৪

অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতা পদক[সম্পাদনা কৰক]

অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতা পদক
হে ৱিকিসতীৰ্থ, অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা ২০২৪-ত আপুনি দেখুওৱা আন্তৰিক উৎসাহ আৰু নিস্বাৰ্থ অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনাৰ শলাগ ল'লোঁ। ইয়াৰেই কৃতজ্ঞতা হিচাপে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। - Dolon Prova (বাৰ্তা) 16:49, 13 February 2024 (ইউ.টি.চি.) [উত্তৰ দিয়ক]

সব্যসাচী ৱিকিমিডিয়ান পদক[সম্পাদনা কৰক]

সব্যসাচী ৱিকিমিডিয়ান পদক
প্ৰিয় সতীৰ্থ, আপুনি অসমীয়া ৱিকিৰ সকলো সক্ৰিয় প্ৰকল্প (ৱিকিপিডিয়া, ৱিকিউৎস, ৱিকিউদ্ধৃতি, ৱিকিকমন্স আৰু ৱিকিডাটা) তে উল্লেখযোগ্য অৱদান আগবঢ়াই অসমীয়া ৱিকিমিডিয়াক সমৃদ্ধ কৰাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই পদক আগবঢ়ালোঁ। ৱিকিত আপোনাৰ এই যাত্ৰা চিৰযুগমীয়া হওক।-অসমীয়া ৱিকিমিডিয়া সমাজ

-Joli Rumi (বাৰ্তা) 13:57, 28 February 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]