সদস্য:নয়ন জ্যোতি নাথ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

নমস্কাৰ,

অসমীয়া ৱিকিপিডিয়াৰ মোৰ সদস্যপৃষ্ঠালৈ স্বাগতম । মই, নয়ন জ্যোতি নাথ । মোৰ ঘৰ শোণিতপুৰ জিলাজামুগুৰি হাট ত,। মই মূলতঃ অসমীয়া ৱিকিপিডিয়াত অৱদান আগবঢ়াও। ইয়াৰোপৰি ৱিকিৰ ভগ্নী প্ৰকল্প ৱিকি উৎস, ৱিকি কমন্স, আদিতো সৰু-সুৰা কাম কৰোঁ।

চিৰ চেনেহী মোৰ ভাষা জননী

User:নয়ন জ্যোতি নাথ   মই লাভ কৰা বঁটা   মোৰ সদস্য বাৰ্তা পৃষ্ঠা    
নয়ন জ্যোতি নাথ
Aswiki19-Tezpur.jpg
নাম নয়ন জ্যোতি নাথ
জন্ম দিন ২২ মাৰ্চ, ১৯৯৫
জন্ম স্থান শোণিতপুৰ
বৰ্তমানৰ ঠিকনা তেজপুৰ
জাতীয়তা ভাৰতীয়ভাৰত
যোগাযোগ
ই-মেইল nathnayanj123@gmail.com
ফেচবুক [1]

১৯৯৫ চনৰ ২২মাৰ্চ তাৰিখে শোণিতপুৰ জিলাৰ তেজপুৰত মোৰ জন্ম হয়। কিছুদিন তেজপুৰত থকাৰ পিছত মই শোণিতপুৰ জিলাজামুগুৰি হাট অঞ্চলত ডাঙৰ হওঁ। খাদৈচুক প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰোঁ। সাধাৰণতে মই শিল্প সাধনা কৰি ভাল পাওঁ যদিও আজৰি পৰত দুই এখন কিতাপ পঢ়োঁ। সাহিত্য আৰু সৃজনীশীল কলাৰ প্ৰতি আগ্ৰহৰ বীজ এটা মোৰ দেউতায়েই মোৰ মনত ৰোপণ কৰি দিছিল।


পৰিয়াল

আমাৰ পৰিয়ালত মা, দেউতা মই আৰু মোৰ এজন দাদা আছে। মোৰ দেউতা নগেন নাথ এজন সহজ-সৰল ৰসিক ব্যক্তি আৰু মা ৰঞ্জু দেৱী এগৰাকী গৃহিণী। মোৰ দাদা পবিত্ৰ নাথ এজন ব্যৱসায়ি।

শিক্ষা

মই জামুগুৰি হাটৰ খাদৈচুক প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰোঁ। তাৰ পিছত জামুগুৰি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত মাধ্যমিক শিক্ষা আৰু অ'ৰিয়েন্ট ফ্লাৱাৰ জুনিয়ৰ কলেজত বাণিজ্য শাখাত উচ্চতৰ মাধ্যমিক শিক্ষা লাভ কৰোঁ। তাৰপিছত মই তেজপুৰ মহাবিদ্যালয়ৰ পৰা বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী লাভ কৰোঁ। ইয়াৰ পিছত মই দৰং মহাবিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে নাম ভৰ্ত্তি কৰোঁ। কলিয়াবৰ শিক্ষণ-প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পৰা বৰ্তমান শিক্ষণ বিষয়ত স্নাতক ডিগ্ৰীৰ বাবে অধ্যয়নৰত।

Noia 64 apps karm.svg এই সদস্যজন ৱিকিপিডিয়াত '৩ বছৰ, ৮ মাহ, আৰু ৮ দিন ধৰি আছে।
Rhino logo Assam1.png This user comes from Assam.
এই সদস্যজন অসমৰ
Assamese Jaapi.png “জয় আই অসম”
এই সদস্যজনে নিজকে অসমীয়া বুলি গৰ্ব কৰে।
Wikipedia:Babel
as এই সদস্যজন থলুৱা অসমীয়া ভাষী।
en-3 This user is able to contribute with an advanced level of English.
bn-2 এই ব্যবহারকারী বাংলা ভাষার মধ্যবর্তী প্রয়োগ করতে পারেন।
Search user languages
এইখন ৱিকিপিডিয়াৰ এখন সদস্য পৃষ্ঠা

এইটো বিশ্বকোষৰ প্ৰবন্ধ নহয়। যদি আপুনি ৱিকিপিডিয়াৰ বাহিৰে অন্য ক'ৰবাত এই পৃষ্ঠাখন দেখা পায় তেন্তে সেয়া ইয়াৰ এক প্ৰতিলিপিহে মাথোন। এই পৃষ্ঠাৰ ম্যাদ উকলি যাব পাৰে বাবে সতৰ্ক হওক। এই সদস্যপৃষ্ঠাখন যিজন ব্যক্তিৰ, তেওঁ ৱিকিপিডিয়াৰ বাহিৰে অন্য কোনো ৱেবছাইটৰ সৈতে ব্যক্তিগতভাৱে জড়িত নহবও পাৰে। মূল ব্যৱহাৰকাৰীসকলৰ তালিকাখন তলৰ লিংকত পাব:
সক্ৰিয় ব্যৱহাৰকাৰীসকল

ৱিকিমিডিয়া ফাউণ্ডেশ্যন
এইখন ৱিকিপিডিয়াৰ এখন সদস্য পৃষ্ঠা

এইটো বিশ্বকোষৰ প্ৰবন্ধ নহয়। যদি আপুনি ৱিকিপিডিয়াৰ বাহিৰে অন্য ক'ৰবাত এই পৃষ্ঠাখন দেখা পায় তেন্তে সেয়া ইয়াৰ এক প্ৰতিলিপিহে মাথোন। এই পৃষ্ঠাৰ ম্যাদ উকলি যাব পাৰে বাবে সতৰ্ক হওক। এই সদস্যপৃষ্ঠাখন যিজন ব্যক্তিৰ, তেওঁ ৱিকিপিডিয়াৰ বাহিৰে অন্য কোনো ৱেবছাইটৰ সৈতে ব্যক্তিগতভাৱে জড়িত নহবও পাৰে। মূল ব্যৱহাৰকাৰীসকলৰ তালিকাখন তলৰ লিংকত পাব:
সক্ৰিয় ব্যৱহাৰকাৰীসকল

ৱিকিমিডিয়া ফাউণ্ডেশ্যন