সদস্য:Nayan j Nath/Awards
ৱিকিউৎস পদক
[সম্পাদনা কৰক]
পদক
[সম্পাদনা কৰক]| The Teamwork Barnstar | ||
| লৈংগিক সমতা ৰক্ষা কৰাৰ উদেশ্যেৰে অসমীয়া ৱিকিপিডিয়াত আয়োজিত ৱিকি লাভ্ছ ৱুমেন ২০১৯ - ভাৰত শীৰ্ষক সম্পাদনা মাৰাথনত আগবঢ়োৱা অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি তোমালৈ এই বঁটা আগবঢ়ালো। আগলৈকে একেই উৎসাহেৰে অসমীয়া ৱিকিপিডিয়াত কাম কৰি যাবা বুলি আশা ৰাখিছোঁ। -- জলি বৰা (talk) 12:52, 31 March 2019 (ইউ.টি.চি.) |
প্ৰতিভাবান ন-সম্পাদকৰ পদক
[সম্পাদনা কৰক]| প্ৰতিভাবান ন-সম্পাদকৰ পদকসঠিক পথত এজন নতুন সম্পাদক | ||
| অসমীয়া ৱিকিপিডিয়াত এজন নৱাগত লেখকৰূপে আগবঢ়োৱা অমূল্য বৰঙণিৰ বাবে তোমালৈ এই পদক আগবঢ়ালোঁ। ৱিকি লাভ্ছ ৱুমেন ২০১৯ - ভাৰতত ভাগ লৈ ভালেকেইটা নতুন প্ৰবন্ধ সৃষ্টি কৰাৰ বাবেও তুমি শলাগৰ পাত্ৰ। আশা কৰোঁ, একেই উৎসাহেৰে তুমি ভৱিষ্যতেও ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই থাকিবা। Priyankush Deka 13:53, 31 March 2019 (ইউ.টি.চি.) |
WLWI2019 Special Award
[সম্পাদনা কৰক]| WLWI2019 Special Award | |
| ৱিকি লাভ্ছ ৱুমেন ২০১৯ - ভাৰত শীৰ্ষক সম্পাদনা মাৰাথনত আপুনি আগবঢ়োৱা অৱদানৰ প্ৰতি লক্ষ্য ৰাখি দ্বিতীয় পুৰস্কাৰ হিচাপে আপোনাক এই পদক প্ৰদান কৰিলোঁ। আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ! -- ViśvakoṣaSampādaka (talk) 02:31, 1 april 2019 (ইউ.টি.চি.) |
অক্লান্ত কৰ্মী পদক
[সম্পাদনা কৰক]
|
অক্লান্ত কৰ্মী পদক | |
| অসমীয়া ৱিকিপিডিয়াত তোমাৰ অক্লান্ত অৱদানৰ বাবে কৃতজ্ঞতা জনাই এই পদক আগবঢ়ালো। আশা কৰোঁ তুমি আগলৈও এই প্ৰকল্পক সমৃদ্ধিশালী কৰাৰ নিঃস্বাৰ্থ প্ৰয়াস কৰি থাকিবা। |
টাইগাৰ প্ৰবন্ধকাৰ পদক
[সম্পাদনা কৰক]| টাইগাৰ প্ৰবন্ধকাৰ পদক | ||
| প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত স্থানীয় ভাষাৰ সমল বৃদ্ধিৰ উদেশ্যেৰে আয়োজিত প্ৰজেক্ট টাইগাৰ ২.০ শীৰ্ষক সম্পাদনা মেলাত আপুনি বাঘৰ দৰে উদ্দ্যমেৰে ৩৯টা প্ৰবন্ধ যোগ দি আগবঢ়োৱা অমূল্য অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি এই পদক আগবঢ়ালোঁ। অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ অৱদান অতুলনীয়। আপোনাক জনাব পাই সুখী হৈছোঁ যে প্ৰজেক্ট টাইগাৰ ২.০-ত অসমীয়া ৱিকিপিডিয়া সমাজৰ ১৮জন অংশগ্ৰহণকাৰীয়ে ২০৫টা প্ৰবন্ধ সৃষ্টি কৰি সম্পাদনা মেলাখনক সফল কৰি তোলে। আশা ৰাখিছোঁ আগলৈকে একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব। ধন্যবাদ। --SlowPhoton (talk) 10:56, 21 January 2020 (ইউ.টি.চি.) |
ৱিকি লাভ্ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ বাৰ্ণষ্টাৰ
[সম্পাদনা কৰক]| ৱিকি লাভ্ছ ৱুমেন পদক | ||
| প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত আয়োজন কৰা ৱিকি লাভ্ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ শীৰ্ষক সম্পাদনা মেলাত আপুনি আগবঢ়োৱা বহুমূলীয়া অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি এই পদক আগবঢ়ালোঁ। আপোনাক জনাব পাই সুখী হৈছোঁ যে এই সম্পাদনা মেলাত আপোনাৰ দৰে ৯ গৰাকী স্বেচ্ছাসেৱী অংশগ্ৰহণকাৰীয়ে ১৩৫টা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ৱিকিপিডিয়া ভঁৰাল টনকিয়াল কৰিলে। আশা ৰাখিছোঁ আগলৈয়ো একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব। ধন্যবাদ। --SlowPhoton (talk) 04:42, 3 April 2020 (ইউ.টি.চি.) |
অমূল্য অৱদান পদক
[সম্পাদনা কৰক]
|
অমূল্য অৱদান পদক | |
| "মই বিচাৰিছোঁ অস্থিৰ খোজত বলিষ্ঠ বিদ্যুৎ গতি, চেতনাবিহীন নিথৰ স্তব্ধ যুগক দিবলে জ্যোতি।" -ড° ভূপেন হাজৰিকা। মৰমৰ নয়ন,এক শতক মূল্যৱান প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক শক্তিশালী কৰি তোলাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতাসহকাৰে তোমালৈ এই পদকটো আগবঢ়োৱা হ’ল। তোমাৰ এই গতি যাতে সদায়েই অব্যাহত থাকে। --ঈশান জ্যোতি বৰা (talk) 09:49, 22 April 2020 (ইউ.টি.চি.) |
Wiki Loves Women South Asia Barnstar Award
[সম্পাদনা কৰক]|
Greetings! Thank you for contributing to the Wiki Loves Women South Asia 2020. We are appreciative of your tireless efforts to create articles about Women in Folklore on Wikipedia. We are deeply inspired by your persistent efforts, dedication to bridge the gender and cultural gap on Wikipedia. Your tireless perseverance and love for the movement has brought us one step closer to our quest for attaining equity for underrepresented knowledge in our Wikimedia Projects. We are lucky to have amazing Wikimedians like you in our movement. Please find your Wiki Loves Women South Asia postcard here. Kindly obtain your postcards before 15th July 2020. Keep shining! Wiki Loves Women South Asia Team |
MediaWiki message delivery (talk) 13:27, 5 July 2020 (ইউ.টি.চি.)
যৌন শিক্ষা পদক
[সম্পাদনা কৰক]| যৌন শিক্ষা পদক | ||
| গুৰুত্বপূৰ্ণ যৌন শিক্ষা বিষয়ৰ ৱিকিসুলভ মানদণ্ডৰে আপোনাৰ দ্বাৰা সম্পাদিত প্ৰবন্ধ সমূহে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -- অজয় কথা-বতৰা 07:49, 31 December 2020 (ইউ.টি.চি.) |
এই মাহৰ ৱিকিপিডিয়ান: জানুৱাৰী ২০২১
[সম্পাদনা কৰক]
অনামিকা(চুমু) বড়া (talk) 17:52, 31 December 2020 (ইউ.টি.চি.)
মানৱ যৌনতা পদক
[সম্পাদনা কৰক]| মানৱ যৌনতা পদক | ||
| প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত মানৱ যৌনতা সম্পৰ্কীয়া কেইবাটাও উচ্চ মানবিশিষ্ট প্ৰবন্ধৰ সংযোজনেৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ -𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪 (বাৰ্তা) 08:09, 29 মে' 2021 (ইউ.টি.চি.) |
পদক
[সম্পাদনা কৰক]
|
ৰামায়ণ কথকতা পদক | |
| প্ৰিয় সতীৰ্থ, শেহতীয়াকৈ আপুনি হিন্দু কিংবদন্তি, ৰামায়ণ বিষয়ক ভালে সংখ্যক অসাধাৰণ আৰু গুৰুত্বপূৰ্ণ প্ৰবন্ধ সাৱলীল অনুবাদেৰে অসমীয়া ৱিকিপিডিয়াক অনন্য মাত্ৰা প্ৰদান কৰিছে। ৱিকিপিডিয়া সমাজৰ তৰফৰ পৰা কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। অসমীয়া ৱিকিপিডিয়া সমাজৰ হৈ- 𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪 (বাৰ্তা) 08:47, 1 August 2021 (ইউ.টি.চি.) |
আয়োজক পদক
[সম্পাদনা কৰক]| আয়োজক পদক | ||
| প্ৰিয় সতীৰ্থ, শেহতীয়াকৈ অসমীয়া ৱিকিপিডিয়াত ৱিকি লাভ্ছ ৱুমেন দক্ষিণ এছিয়া ২০২১ প্ৰতিযোগিতা অনুষ্ঠিত কৰাত আপোনাৰ অৱদানৰ স্বীকৃতি স্বৰূপে এই বিশেষ আয়োজক পদকটি আগবঢ়ালোঁ। আশা কৰোঁ আগলৈকো ৱিকিমিডিয়া প্ৰকল্পৰ কাম-কাজ ৰাইজৰ মাজলৈ নিয়াত আপোনাৰ প্ৰচেষ্টা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে— অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ- -𝕂𝕦𝕝𝕕𝕙𝕒𝕣 ℝ𝕒𝕓𝕙𝕒𝕋𝕒𝕝𝕜- 16:22, 1 October 2021 (ইউ.টি.চি.) |
বিশেষ নক্ষত্ৰ পদক
[সম্পাদনা কৰক]| বিশেষ নক্ষত্ৰ পদক | ||
| প্ৰবন্ধ সৃষ্টি আৰু ৱিকিপত্ৰিকাৰ সম্পাদনাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অসমীয়া ৱিকিপিডিয়াতক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ ধন্যবাদেৰে — চাণক্য (বাৰ্তা) 05:52, 1 January 2022 (ইউ.টি.চি.) |
এই মাহৰ ৱিকিপিডিয়ান: ফেব্ৰুৱাৰী, ২০২২
[সম্পাদনা কৰক]— চাণক্য (বাৰ্তা) 17:23, 28 February 2022 (ইউ.টি.চি.)
পদক
[সম্পাদনা কৰক]অভিনন্দন! |
ৱিকিপত্ৰিকা পদক
[সম্পাদনা কৰক]| ৱিকিপত্ৰিকা পদক | ||
| মাহেকীয়াভাৱে প্ৰকাশিত ৱিকিপত্ৰিকাৰ প্ৰস্তুতি আৰু উন্নীতকৰণৰ বাবে আপুনি আগবঢ়াই অহা অমূল্য অৱদান আৰু নিৰলস প্ৰচেষ্টাৰ শলাগ লৈছোঁ। ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই পদকটি আগবঢ়ালোঁ। – 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 03:03, 30 May 2022 (ইউ.টি.চি.) |
দিৱস পদক
[সম্পাদনা কৰক]অনামিকা(চুমু) বড়া (বাৰ্তা) 17:51, 1 December 2022 (ইউ.টি.চি.)
যৌন সচেতনতা পদক
[সম্পাদনা কৰক]| যৌন সচেতনতা পদক | ||
| প্ৰিয় সতীৰ্থ, শেহতীয়াকৈ মানৱ যৌনতা সম্পৰ্কীয় একাধিক মানবিশিষ্ট প্ৰবন্ধ সংযোজনেৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ লগতে যৌন সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে তোমালৈ এই পদকটি আগবঢ়ালোঁ।
অসমীয়া ৱিকিমিডিয়া সমাজ ---Joli Rumi (বাৰ্তা) 01:28, 28 February 2023 (ইউ.টি.চি.) |
এডিটাথনৰ তেজীঘোঁৰা ২০২৩
[সম্পাদনা কৰক]| এডিটাথনৰ তেজীঘোঁৰা | ||
| হে ৱিকিসতীৰ্থ, চলিত নাৰীবাদ আৰু লোকগাথা এডিটাথনত তড়িৎ গতিত সৃষ্টি কৰা অমূল্য প্ৰবন্ধসমূহৰ বাবে কৃতজ্ঞতাস্বৰূপে এই সামান্য সন্মান আগবঢ়ালোঁ। ধন্যবাদেৰে, -Joli Rumi (বাৰ্তা) 23:30, 29 March 2023 (ইউ.টি.চি.) |
নাৰীবাদ পদক
[সম্পাদনা কৰক]| নাৰীবাদ পদক | ||
| শ্ৰদ্ধাৰ ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত আয়োজন কৰা নাৰীবাদ আৰু লোকগাথা এডিটাথন ২০২৩ শীৰ্ষক সম্পাদনা মেলাত অংশগ্ৰহণ কৰি এতিয়ালৈকে আপুনি নাৰীৰ জীৱনী, নাৰীৰ সৈতে জড়িত সামাজিক বিষয় আদি সম্পৰ্কীয় অৰ্ধ-শতাধিক প্ৰবন্ধ সৃষ্টিৰে অসমীয়া ৱিকিপিডিয়াৰ ভঁৰাল টনকিয়াল কৰিছে। আপোনাৰ এই অৱদানে প্ৰতিযোগিতাখনিক এক দূৰন্ত গতি প্ৰদান কৰিছে। আপোনাৰ এই বহুমূলীয়া অৱদানৰ ৱিকিমিডিয়া সমাজ আপোনাৰ ওচৰত চিৰকৃতজ্ঞ। আপোনাক এই এই পদক আগবঢ়াবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। অসমীয়া ৱিকিমিডিয়া পৰিয়ালৰ হৈ -Chandan Chiring Phukon Chat 06:17, 9 April 2023 (ইউ.টি.চি.) |
সমন্বয়ক পদক
[সম্পাদনা কৰক]| সমন্বয়ক পদক | ||
| হে সতীৰ্থ, ২০২৩ বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ পৰা চলি থকা নাৰীবাদ আৰু লোকগাথা প্ৰতিযোগিতাখন সুচলভাৱে চলাই নিয়াত আপুনি সমন্বয়ক হিচাপে যি ভূমিকা পালন কৰিলে, সেইয়া প্ৰকৃততেই প্ৰশংসাযোগ্য৷ পৰৱৰ্তী সময়তো আপোনাৰ পৰা অনুৰূপ সহযোগিতা আশা কৰি উক্ত পদকটি আন্তৰিকতাৰে আপোনালৈ আগবঢ়ালোঁ৷ ধন্যবাদেৰে- অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ- ঈশান জ্যোতি বৰা (বাৰ্তা) 13:47, 9 April 2023 (ইউ.টি.চি.) |
সহযোগিতা পদক
[সম্পাদনা কৰক]-ধন্যবাদ!
ৱিকিপিডিয়াৰ গৌৰৱ, ২০২৩
[সম্পাদনা কৰক]

ভাতৃপ্ৰতীম ৱিকি সতীৰ্থ নয়ন; অসমীয়া ৱিকিপিডিয়াৰ একৈশ বৰ্ষত, অসমীয়া ৱিকিমিডিয়া সমাজৰ এগৰাকী অক্লান্ত সদস্য ৰূপে ছয় শতাধিক প্ৰৱন্ধ সৃষ্টি কৰি যি এক বিৰল অৱদান আপুনি আগবঢ়াইছে; ই কাললৈ আপোনাৰ খ্যাতি ৰাখিব আৰু ৱিকি কৰ্মী মাত্ৰেই আপোনাক সুঁৱৰিব। আপোনাৰ এই মনোবল অটুত থাকক আৰু ভাষাৰ হকে কৰা এই পৰিশ্ৰমী যাত্ৰা অব্যাহত ৰাখিবলৈ সৰ্বতোপ্ৰকাৰে স্বাস্থ্যবান হৈ থাকক; এয়ে আন্তৰিক কামনা।
__অসমীয়া ৱিকিমিডিয়া সমাজ
স্বাধীনতা সংগ্ৰামী এডিটাথন পদক
[সম্পাদনা কৰক]| হে ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত চলি থকা স্বাধীনতা সংগ্ৰামীৰ জীৱন-ভিত্তিক পষেকীয়া এডিটাথনলৈ আগবঢ়োৱা অনবদ্য বৰঙনিৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ। ধন্যবাদেৰে। -অসমীয়া ৱিকিমিডিয়া সমাজ |
সমন্বয়ক পদক
[সম্পাদনা কৰক]| সমন্বয়ক পদক | ||
| হে ৱিকিসতীৰ্থ, ২০২৩ বৰ্ষৰ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা পৰম বীৰ চক্ৰ সম্পাদনা মেলা প্ৰতিযোগিতাখন সুচলভাৱে চলাই নিয়াত আপুনি সমন্বয়ক হিচাপে যি ভূমিকা পালন কৰিলে, সেইয়া প্ৰকৃততেই প্ৰশংসাযোগ্য৷ পৰৱৰ্তী সময়তো আপোনাৰ পৰা অনুৰূপ সহযোগিতা আশা কৰি উক্ত পদকটি আন্তৰিকতাৰে আপোনালৈ আগবঢ়ালোঁ৷ ধন্যবাদেৰে- অসমীয়া ৱিকিমিডিয়া সমাজ |
অতন্দ্ৰ প্ৰহৰী পদক
[সম্পাদনা কৰক]| অতন্দ্ৰ প্ৰহৰী পদক | ||
| প্ৰিয় ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ লগতে অন্যান্য ৱিকিপ্ৰকল্পসমূহত তীক্ষ্ণ দৃষ্টি ৰাখি নকাৰাত্মক সম্পাদনা বা ধ্বংসাত্মক কাৰ্যকলাপ ৰোধ কৰাত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে কৃতজ্ঞতা সহকাৰে আপোনালৈ এই পদকটি আগবঢ়াবলৈ পাই অত্যন্ত গৌৰৱবোধ কৰিছোঁ। আশাকৰোঁ আপুনি একেই সক্ৰিয়তাৰে ৱিকিমিডিয়াৰ লগত জড়িত হৈ থাকি অসমীয়া ৱিকিমিডিয়াক শক্তিশালী কৰাত অৱদান যোগাই যাব। -Pranamikaadhikary (বাৰ্তা) 15:52, 27 September 2023 (ইউ.টি.চি.) |
- @Pranamikaadhikary বা, আন্তৰিক ধন্যবাদ! Nayan j Nath (বাৰ্তা) 02:44, 28 September 2023 (ইউ.টি.চি.)
মহাত্মা গান্ধী এডিটাথন, ২০২৩
[সম্পাদনা কৰক]| প্ৰিয় ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত সদ্য সমাপ্ত মহাত্মা গান্ধী এডিটাথন,২০২৩ প্ৰতি আপুনি আগবঢ়োৱা অৱদানৰ শলাগ ল'লোঁ। আপোনাৰ ৱিকি-যাত্ৰা ক্ৰমাৎ অধিক শক্তিশালী হওঁক। শুভকামনা। |
JyotiPN (বাৰ্তা) 04:08, 12 October 2023 (ইউ.টি.চি.)JyotiPN
এছিয়ান মাহৰ সহযোগী
[সম্পাদনা কৰক]| এছিয়ান মাহৰ সহযোগী | ||
| হে ৱিকিসতীৰ্থ,
বৰ্তমান ৱিকিপিডিয়াত চলি থকা এছিয়ান মাহ ২০২৩ এডিটাথনত অংশগ্ৰহণ কৰি বৰঙণি আগবঢ়োৱাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য সন্মান আগবঢ়ালোঁ। ধন্যবাদেৰে, -অসমীয়া ৱিকিমিডিয়া সমাজ |
ৱিকি গৌৰৱ
[সম্পাদনা কৰক]

শেহতীয়াকৈ মাজুলীৰ গড়মূৰত অনুষ্ঠিত হোৱা অসমীয়া ৱিকিমিডিয়া সমাজৰ প্ৰীতিমেল আৰু কৰ্মশালা, ২০২৩ খন সফল কৰি তোলাৰ ক্ষেত্ৰত বলিষ্ঠ নেতৃত্ব আৰু সমন্বয়েৰে তুমি যি অপূৰ্ব বৰঙণি যোগালা তাৰেই কৃতজ্ঞতা স্বৰূপে এই পদক আগবঢ়ালোঁ। অসমীয়া ৱিকিত তোমাৰ এই যাত্ৰা চিৰযুগমীয়া হওক, এই কামনাৰে -অসমীয়া ৱিকিমিডিয়া সমাজ









