বাৰ্তা:শ্ৰী গুনসিংহে
বিষয় যোগ কৰকঅৱয়ব
Latest comment: 2 বছৰৰ পূৰ্বে by Babulbaishya in topic শিৰোনামৰ বানান
|
|
This article was created as part of Wikipedia Asian Month 2023 online edit-a-thon. |
|
শিৰোনামৰ বানান
[সম্পাদনা কৰক]@JyotiPN:, Siri-ৰ অসমীয়া লিপ্যন্তৰ শ্ৰী হ'ব জানো? চিৰি বা ছিৰিহে হব লাগিছিল মোৰ বোধেৰে। শ্ৰীলংকাক সিংহলীসকলে ইংৰাজীত Sri Lanka লিখে, Siri Lanka নিলিখে। বাবুল বৈশ্য (বাৰ্তা) 16:57, 20 November 2023 (ইউ.টি.চি.)