বাৰ্তা:হাক্হ্মানী সাম্ৰাজ্য

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

শিৰোনাম[সম্পাদনা কৰক]

শিৰোনামটো অদ্ভুত হৈছে। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 19:27, 27 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

কেৱল শিৰোনামেই নহয়, এইজন সদস্যই সৃষ্টি কৰা প্ৰবন্ধসমূহৰ বাক্য গাঁ‌থনিও বৰ অদ্ভুত। অসমীয়া বঙালী মিহলি যান্ত্ৰিক ভাষা। - চন্দন চিৰিং ফুকন ✉️ 02:12, 28 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
আকীমেনিদ সাম্রাজ্য বুলি ক’ৰবাত পঢ়া মনত পৰিছে।- অজয়  কথা-বতৰা 07:14, 28 May 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]