বাৰ্তা:হাৰমাইনি গ্ৰেইঞ্জাৰ

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

হাৰমাইনিৰ সম্পূৰ্ণ নামটোৰ উচ্ছাৰণ "হাৰমাইনি জেন গ্রেইঞ্জাৰ" হ'ব লাগে। চিলেবল বোৰ ভাঙিলে এনে হয়:

হাৰ'মাঈ.হ্নি 'জীন 'গ্রেঈন্‌জাৰ

(সাবধান: এইবুলি ক'তো নিলিখে যেন। মই সহজকৈ বুজাবলৈহে লিখিছোঁ। ৱিকিত মই ইতিমধ্যেই IPA টো দি দিছোঁ, এইটো বুজিবলৈ সহজ, আখৰবোৰৰ ওপৰত কাৰচ'ৰডাল ৰাখিলেই উচ্ছাৰণ টো উদাহৰণেৰে সৈতে দি দিয়ে )

ইয়াৰে "হ্ন" উচ্ছাৰণ টো মন কৰিবলগীয়া - হ টো উচ্ছাৰণ হওঁ-নহওঁ কৈ থাকে, আমাৰ ভাষাত এইটো উচ্ছাৰণ নাই। ইয়াক "schwa" বোলে - উচ্ছাৰণ "about" ৰ a টোৰ দৰে। IPA ত ইয়াক /ə/ লিখে।

The আলোচনা স্থানান্তৰ[সম্পাদনা কৰক]

এই আলোচনাসমূহ সন্ধানৰ সুবিধাৰ্থে এই পৃষ্ঠালৈ স্থানান্তৰ কৰা হ’ল, ভোটিং আৰু অন্যান্য ইংৰাজী শবদৰ আলোচনা তাতেই কৰিলে ভাল হ’ব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 08:22, 17 অক্টোবৰ 2012 (UTC)

তথ্যসূত্র[সম্পাদনা কৰক]

{{reflist}} আছে কিন্তু ৰেফাৰেন্সবোৰ নোহোৱা হৈছে। পূর্বৱত নহয়।সহায় বিচাৰিছোঁ। Niyorporosh (talk) 04:28, 21 অক্টোবৰ 2012 (UTC)

থিক কৰিলোঁ। "</ref>" লিখিবলৈ থাকি গৈছিল। Ani ttbr (talk) 04:54, 21 অক্টোবৰ 2012 (UTC)