সমললৈ যাওক

বাৰ্তা:হোমেন বৰগোহাঞি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
অসমীয়া ৱিকিপিডিয়াৰ পৰা

হোমেন বৰগোহাঞি পৃষ্ঠাটো এতিয়া বৰ সুন্দৰ হৈ পৰিল। তাৰবাবে কালিৰেপৰা শেহতীয়াকৈ যিকেইজন সম্পাদকে পৃষ্ঠাটো উন্নততৰ কৰিবৰ বাবে একানপতীয়াকৈ কাম কৰিলে সকলোকে ধন্যবাদ জনালোঁ। ধন্যবাদ জনাবৰ বাবেই যিহেতু এই পৃষ্ঠাটো সৃষ্টি কৰা হ'ল, প্ৰশাসকে নিজ ইচ্ছা অনুসৰি এই পৃষ্ঠাটো মুচি দিব পাৰিব। JyotiPN (বাৰ্তা) 16:44, 13 মে' 2021 (ইউ.টি.চি.)JyotiPN

@JyotiPN: হয় সকলোকে ধন্যবাদ জনালোঁ৷ ভৱিষ্যতেও এইটো পৃষ্ঠাত সংযোজনৰ কাম এইদৰে চলি থাকিব বুলি আশাবাদী৷ ঈশান জ্যোতি বৰা (বাৰ্তা) 03:33, 14 মে' 2021 (ইউ.টি.চি.)

হোমেন বৰগোহাঞিৰ বিষয়ে এক আলোচনা আৰম্ভ কৰক

আলোচনা আৰম্ভ কৰক