বাৰ্তা:🏳 সৎনামী

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিলোপন প্ৰত্যাহ্বান[সম্পাদনা কৰক]

অসমত বিভিন্ন জাতি জনজাতিৰ লগতে সৎনামী জাতিও অন‍্যতম। ভাৰতৰ বিভিন্ন ৰাজ‍্যত সৎনামী লোক বাস কৰি আছে। ভাৰতীয় সংবিধানত সৎনামী জাতি অনুসূচিত জাতিৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে।১৯৬৯ চনত স্থাপিত সদৌ অসম সৎনামী সমাজ কল‍্যাণ পৰিষদ নামৰ সংগঠনটোৱে সমাজৰ উন্নতিৰ হকে কাম কৰি আহিছে।উক্ত সংগঠনৰ মই এগৰাকী সহকাৰী সম্পাদক।সৎনামী পৃষ্ঠাটো বিলোপ হোৱাটো মই নিবিচাৰোঁ।

Krishna Kure Krishna Kure (talk) 12:16, 24 February 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

সৎনামী পৃষ্ঠাৰ বিকাশ সাধন কৰাটো বিচাৰিছো Krishna Kure (talk) 16:03, 28 February 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

বিলোপন প্ৰত্যাহ্বান[সম্পাদনা কৰক]

এই জাননী খন পৃষ্ঠাৰ পৰা আঁতৰাই দিব লাগে, কাৰণ মই এই পৃষ্ঠাটোৰ বিকাশ সাধন কৰাটো বিচাৰিছোঁ।