সদস্য বাৰ্তা:Krishna Kure
নমস্কাৰ, Krishna Kure
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
বিলোপন প্ৰত্যাহ্বান
[সম্পাদনা কৰক]সৎনামী পৃষ্ঠাটো প্ৰকাশ কৰাটো বিচাৰিছো।বিভিন্ন জাতি জনজাতিৰ লগতে সৎনামী জাতিও অসমত অতীজৰে পৰাই বাস কৰি আহিছে।ব্ৰিটিছ শাসনৰ সময়ত চাহ বাগানত কাম কৰাৰ উদ্দেশ্যে ভাৰতৰ ছতীশগড়, পঞ্জাৱ, হাৰিয়ানা আদি ঠাইৰ পৰা বিভিন্ন জাতিৰ লগতে সৎনামী জাতিও আহিছে আৰু তেতিয়াৰ পৰাই নিগাজিকৈ বাস কৰি আছে।ঔৰংজেৱৰ লগত হোৱা সৎনামী বিদ্ৰোহো উল্লেখনীয়। Krishna Kure (talk) 12:22, 24 February 2020 (ইউ.টি.চি.)
উদ্ধৃতিৰ বাবে
[সম্পাদনা কৰক]উদ্ধৃতি কেনেকৈ সংযোগ কৰিব লাগে ইয়াত ক্লিক কৰি সহায়িকাখন চাওক৷ ধন্যবাদ৷ কুলধৰ ৰাভা (talk) 14:43, 22 June 2020 (ইউ.টি.চি.)
মই এগৰাকী নতুন ব্যক্তি, ইমান ভালকৈ নাজানো। সেয়েহে অলপ সহায় কৰিব। Krishna Kure (talk) 19:03, 23 June 2020 (ইউ.টি.চি.)
- @Krishna Kure: উদ্ধৃতি দিবলৈ শ্ৰী @Kuldhar Rabha:ই দিয়া লিংকটোৰ লগতে ৪:১৫ মিনিটৰ এই ভিডিঅ'টোও চাব পাৰে। --চন্দন চিৰিং ফুকন 15:32, 23 July 2020 (ইউ.টি.চি.)
অনলাইন ৱিকি কৰ্মশালা
[সম্পাদনা কৰক]আজি ৯-৮-২০২০ তাৰিখে নিশা ৮ বজাত গুগল মিটৰ যোগে এখন অনলাইন ৱিকি কৰ্মশালা অনুষ্ঠিত হব। সময়-সুবিধা হ'লে অনুগ্ৰহ কৰি উপস্থিত থাকিব। লিংকটো দিছো।গুগল মিট
বাবুল বৈশ্য (talk) 13:42, 9 August 2020 (ইউ.টি.চি.)
2021 Wikimedia Foundation Board elections: Eligibility requirements for voters
[সম্পাদনা কৰক]Greetings,
The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.
You can also verify your eligibility using the AccountEligiblity tool.
MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)
Note: You are receiving this message as part of outreach efforts to create awareness among the voters.