সদস্য বাৰ্তা:Krishna Kure

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিলোপন প্ৰত‍্যাহ্বান[সম্পাদনা কৰক]

সৎনামী পৃষ্ঠাটো প্ৰকাশ কৰাটো বিচাৰিছো।বিভিন্ন জাতি জনজাতিৰ লগতে সৎনামী জাতিও অসমত অতীজৰে পৰাই বাস কৰি আহিছে।ব্ৰিটিছ শাসনৰ সময়ত চাহ বাগানত কাম কৰাৰ উদ্দেশ্যে ভাৰতৰ ছতীশগড়, পঞ্জাৱ, হাৰিয়ানা আদি ঠাইৰ পৰা বিভিন্ন জাতিৰ লগতে সৎনামী জাতিও আহিছে আৰু তেতিয়াৰ পৰাই নিগাজিকৈ বাস কৰি আছে।ঔৰংজেৱৰ লগত হোৱা সৎনামী বিদ্ৰোহো উল্লেখনীয়। Krishna Kure (talk) 12:22, 24 February 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

উদ্ধৃতিৰ বাবে[সম্পাদনা কৰক]

উদ্ধৃতি কেনেকৈ সংযোগ কৰিব লাগে ইয়াত‌ ক্লিক কৰি সহায়িকাখন চাওক৷ ধন্যবাদ৷ কুলধৰ ৰাভা (talk) 14:43, 22 June 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মই এগৰাকী নতুন ব‍্যক্তি, ইমান ভালকৈ নাজানো। সেয়েহে অলপ সহায় কৰিব। Krishna Kure (talk) 19:03, 23 June 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

@Krishna Kure: উদ্ধৃতি দিবলৈ শ্ৰী @Kuldhar Rabha:ই দিয়া লিংকটোৰ লগতে ৪:১৫ মিনিটৰ এই ভিডিঅ'টোও চাব পাৰে। --ন্দন চিৰিং ফুকন 15:32, 23 July 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

অনলাইন ৱিকি কৰ্মশালা[সম্পাদনা কৰক]

আজি ৯-৮-২০২০ তাৰিখে নিশা ৮ বজাত গুগল মিটৰ যোগে এখন অনলাইন ৱিকি কৰ্মশালা অনুষ্ঠিত হব। সময়-সুবিধা হ'লে অনুগ্ৰহ কৰি উপস্থিত থাকিব। লিংকটো দিছো।গুগল মিট

বাবুল বৈশ্য (talk) 13:42, 9 August 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.