বিডি ক্লিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিডি ক্লিন
প্ৰতিষ্ঠা ৩ জুন ২০১৬ (৭ বছৰ আগত) (2016-06-03)
ধৰণ বেচৰকাৰী সংগঠন
উদ্দেশ্য বাহিৰৰ পৃথিৱীৰ বাবে বাংলাদেশক অন্যতম পৰিষ্কাৰ দেশ হিচাপে প্ৰতিষ্ঠা কৰা আৰু বাংলাদেশৰ প্ৰতিজন নাগৰিকৰ বাবে এক অনুকৰণীয় ভাল নাগৰিকৰ উদাহৰণ স্থাপন কৰা
মুখ্য সমন্বয়ক জহিৰুল ইছলাম ৰবি
ৱেবছাইট bdclean.org

বিডি ক্লিন হৈছে বাংলাদেশক স্বচ্ছ দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ কাম কৰা স্বেচ্ছাসেৱী যুৱ সংগঠন।[1] সংস্থাটোৱে দেশজুৰি প্ৰতি শুকুৰবাৰে এটা নিৰ্দিষ্ট ঠাই বাছি লৈ চাফা কৰি চৌপাশৰ মানুহক স্বচ্ছ বাংলাদেশৰ উপকাৰিতাৰ বিষয়ে অৱগত কৰে তেওঁলোকৰ মাজত সজাগতা সৃষ্টি কৰি আৰু সকলোতে আৱৰ্জনা পেলোৱাৰ পৰিৱৰ্তে নিৰ্দিষ্ট ঠাইত অৰ্থাৎ ডাষ্টবিনত পেলাবলৈ উৎসাহিত কৰে।[2] [3]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "স্বেচ্ছাসেৱী সংগঠন "বিডি ক্লিন"-এ এখন পৰিষ্কাৰ বাংলাদেশ গঢ়ি তুলিবলৈ কাম কৰি আছে". voabangla.com. https://www.voabangla.com/amp/bd-clean/5056292.html। আহৰণ কৰা হৈছে: 2023-11-13. 
  2. Sun, Daily (2022-06-03). "BD Clean marks 6th anniv" (en ভাষাত). daily-sun. https://www.daily-sun.com/printversion/details/624283। আহৰণ কৰা হৈছে: 2023-11-14. 
  3. "About Us" (en-US ভাষাত). BD Clean. https://pages.bdclean.org/about-us/। আহৰণ কৰা হৈছে: 2023-11-14.