বিনীতা বৰুৱা
অৱয়ব
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত কৰ্মৰত সময়ত ড॰ বিনীতা বৰুৱা | |
জন্ম | ২২ এপ্ৰিল, ১৯৬১ (৬৩ বছৰ) ডিগবৈ, তিনিচুকীয়া, অসম |
মৃত্যু | ২২ ফেব্ৰুৱাৰী, ২০২১ (৫৯ বছৰ) গুৱাহাটী, কামৰূপ, অসম |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা |
|
উল্লেখযোগ্য কৰ্ম | প্ৰবন্ধ প্ৰপঞ্চ অসমীয়া সাহিত্যত নাৰী (সম্পাদনা) |
বঁটা, সন্মান, পুৰস্কাৰ আদি | শিক্ষাৰত্ন পুৰস্কাৰ |
ড° বিনীতা বৰুৱা (১৯৬১-২০২১) অসমৰ এগৰাকী শিক্ষাবিদ তথা ভাষাবিজ্ঞানৰ গৱেষিকা আছিল। তেওঁ কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা আছিল।