বিনীতা বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা



কটন বিশ্ববিদ্যালয়ৰ অসম‍ীয়া বিভাগত কৰ্মৰত সময়ত ড॰ বিনীতা বৰুৱা
জন্ম ২২ এপ্ৰিল, ১৯৬১ (৬২ বছৰ)
ডিগবৈ, তিনিচুকীয়া, অসম
মৃত্যু ২২ ফেব্ৰুৱাৰী, ২০২১ (৫৯ বছৰ)
গুৱাহাটী, কামৰূপ, অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা
  • শিক্ষকতা
  • ভাষাবিজ্ঞানৰ গৱেষক
উল্লেখযোগ্য কৰ্ম প্ৰবন্ধ প্ৰপঞ্চ
অসমীয়া সাহিত্যত নাৰী (সম্পাদনা)
বঁটা, সন্মান, পুৰস্কাৰ আদি শিক্ষাৰত্ন পুৰস্কাৰ

ড° বিনীতা বৰুৱা (১৯৬১-২০২১) অসমৰ এগৰাকী শিক্ষাবিদ তথা ভাষাবিজ্ঞানৰ গৱেষিকা আছিল। তেওঁ কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা আছিল।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]