বিমান চন্দ্ৰ চেতিয়া
অৱয়ব
বিমান চন্দ্ৰ চেতিয়া | |
---|---|
জন্ম | লখিমপুৰ, অসম |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
বিষয় | গণিত আৰু কবিতা |
সহযোগী | স্বপ্নালী গগৈ |
বিমান চন্দ্ৰ চেতিয়া (ইংৰাজী: Biman Chandra Chetia) তেখেত নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষ৷ গণিতজ্ঞ আৰু কবি হিচাপেও তেখেত পৰিচিত। তেখেতৰ এখন প্ৰসিদ্ধ গ্ৰন্থ হ’ল Fuzzy Modeling of the Boundary-Layer Theory[1]
সাহিত্যৰাজি
- পানচৈৰ ঘাটৰ কবিতা
- Fuzzy Modeling of the Boundary-Layer Theory
- Continuity in Topological Spaces[2]
- Fuzzy Rule-based Modelling on River Study (স্বপ্নালী গগৈৰ সৈতে যুতীয়াভাৱে)[3]
- পাণীন্দ্ৰ নাথ গগৈ (অৰবিন্দ ৰাজখোৱাৰ সৈতে যুতীয়াভাৱে, পূৰ্বাঞ্চল টাই সাহিত্য সভা, ২০১১)
- চৌ আইজেপ ফুকনৰ ৰচনাৱলী (অৰবিন্দ ৰাজখোৱাৰ সৈতে, পূৰ্বাঞ্চল টাই সাহিত্য সভা, ২০১১)
তথ্যসূত্ৰ
- ↑ Biman Chandra Chetia. Fuzzy Modeling of the Boundary-Layer Theory. https://www.bookdepository.com/Fuzzy-Modeling-Boundary-Layer-Theory-Biman-Chandra-Chetia/9783639299366?ref=grid-view&qid=1565888766075&sr=1-2.
- ↑ Biman Chandra Chetia. Continuity in Topological Spaces. ISBN 9783639304824. https://www.bookdepository.com/Continuity-Topological-Spaces-Biman-Chandra-Chetia/9783639304824?ref=grid-view&qid=1565888835936&sr=1-1.
- ↑ Biman Chandra Chetia, Swapnali Gogoi. Fuzzy Rule-based Modelling on River Study. https://www.morebooks.de/store/gb/book/fuzzy-rule-based-modelling-on-river-study/isbn/978-3-8465-3484-7.