বিলাতৰ চিঠি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিলাতৰ চিঠি  
লেখক জ্ঞানদাভিৰাম বৰুৱা
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ ভ্ৰমণ কাহিনী
প্ৰকাশ ১৯২৯
মিডিয়া প্ৰকাৰ মুদ্ৰণ

বিলাতৰ চিঠি গ্ৰন্থখন হৈছে পত্ৰধৰ্মী ভ্ৰমণ সাহিত্যৰ অন্তৰ্গত এখন পুথি৷ গ্ৰন্থখনত জ্ঞানদাভিৰাম বৰুৱাই ইউৰোপলৈ যোৱাৰ অভিজ্ঞতা সম্পৰ্কে লিখিছে৷ এই পত্ৰবোৰ লেখকে বাঁহী কাকতলৈ প্ৰথমতে পঠিয়াইছিল৷ ধাৰাবাহিকভাৱে বাঁহীৰ প্ৰথম বছৰৰ দ্বিতীয় সংখ্যাৰ (১৯০৯ চন) পৰা প্ৰকাশ হয়। গ্ৰন্থ আকাৰে প্ৰথম প্ৰকাশ লাভ কৰে ১৯৪৮ চনত।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]