বিলাতৰ চিঠি
অৱয়ব
বিলাতৰ চিঠি | |
---|---|
লেখক | জ্ঞানদাভিৰাম বৰুৱা |
দেশ | ভাৰত |
ভাষা | অসমীয়া |
প্ৰকাৰ | ভ্ৰমণ কাহিনী |
প্ৰকাশ | ১৯২৯ |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
বিলাতৰ চিঠি গ্ৰন্থখন হৈছে পত্ৰধৰ্মী ভ্ৰমণ সাহিত্যৰ অন্তৰ্গত এখন পুথি৷ গ্ৰন্থখনত জ্ঞানদাভিৰাম বৰুৱাই ইউৰোপলৈ যোৱাৰ অভিজ্ঞতা সম্পৰ্কে লিখিছে৷ এই পত্ৰবোৰ লেখকে বাঁহী কাকতলৈ প্ৰথমতে পঠিয়াইছিল৷ ধাৰাবাহিকভাৱে বাঁহীৰ প্ৰথম বছৰৰ দ্বিতীয় সংখ্যাৰ (১৯০৯ চন) পৰা প্ৰকাশ হয়। গ্ৰন্থ আকাৰে প্ৰথম প্ৰকাশ লাভ কৰে ১৯৪৮ চনত।[1]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]ৱিকিউৎসত বিলাতৰ চিঠি বিষয় সংক্ৰান্তীয় মূল পাঠ্য আছে। |
- ↑ "আধুনিক অসমীয়া ভ্ৰমণ সাহিত্য". http://shodhganga.inflibnet.ac.in/bitstream/10603/195601/11/11_upasanghar.pdf। আহৰণ কৰা হৈছে: ২৩ ফেব্ৰুৱাৰী ২০১৯.