সৰভোগ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
টেগ্‌: উলটিওৱা হৈছে ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
69 নং শাৰী: 69 নং শাৰী:
সৰভোগ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ সৈতে ৰে'লপথ আৰু আলিবাটেৰে সংযোজিত হৈ আছে৷ ইয়াৰ মাজেৰে পাৰ হৈ যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথে ইয়াক ভাৰতৰ অন্যন্য অংশ সমূহৰ সৈতে সংযোগ কৰিছে৷
সৰভোগ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ সৈতে ৰে'লপথ আৰু আলিবাটেৰে সংযোজিত হৈ আছে৷ ইয়াৰ মাজেৰে পাৰ হৈ যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথে ইয়াক ভাৰতৰ অন্যন্য অংশ সমূহৰ সৈতে সংযোগ কৰিছে৷
==শিক্ষা==
==শিক্ষা==
শিক্ষাৰ ক্ষেত্ৰত সৰভোগ কোনো গুণে কম নহয়। উঠি অহা প্ৰজন্মই হৈছে একোটা অঞ্চলৰ ভৱিষ্যত । সৰভোগৰ মহাবিদ্যালয় বুলিলে বৰনগৰ মহাবিদ্যালয় এখন ঐতিহ্যমণ্ডিত শিক্ষানুস্থান। তাৰ উপৰি বৰনগৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়, বৰনগৰ ছোৱালী হাইস্কুল এই দুয়োখন উচ্চ মানৰ শিক্ষানুষ্ঠান। শিক্ষাৰ মানদণ্ড অতি উন্নত।


==ৰাজনীতি==
==ৰাজনীতি==

09:28, 6 August 2023ৰ সংস্কৰণ

সৰভোগ
—  নগৰ  —
সৰভোগ is located in Assam
সৰভোগ
অসমত অৱস্থান
ভৌগোলিক স্থানাংক: 26°30′N 90°52′E / 26.50°N 90.87°E / 26.50; 90.87স্থানাংক: 26°30′N 90°52′E / 26.50°N 90.87°E / 26.50; 90.87
দেশ  ভাৰত
ৰাজ্য অসম
জিলা বৰপেটা
উচ্চতা ৫০ মিটাৰ (১৬৪.০৪ ফুট)
জনসংখ্যা (২০০১)
 - মুঠ ৭,৫৫৩ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)

সৰভোগ {IPA:ˈsə(r)ˌbɒg} (ইংৰাজী: Sarbhog) অসমবৰপেটা জিলাত অৱস্থিত এখন ঠাই৷ এই অঞ্চলটো বেঁকী নৈৰ পাৰত অৱস্থিত৷

ইতিহাস

সৰভোগৰ নামটো গাখীৰৰ প্ৰাচুৰ্যতাৰ পৰা অহা বুলি কোৱা হয়৷ এই অঞ্চলত স্থানীয়ভাৱে উৎপাদন কৰা গাখীৰ আৰু অন্যান্য দুগ্ধজাত সামগ্ৰীৰ বাবে অঞ্চলটো প্ৰখ্যাত৷

ভৌগোলিক বিৱৰণ

ভৌগোলিকভাৱে সৰভোগ 26°30′N 90°52′E / 26.50°N 90.87°E / 26.50; 90.87 ত অৱস্থিত৷ [1] এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ৫০ মিটাৰ ৷

আন্ত:গাঁথনি

২০১১ চনৰ লোকপিয়ল অনুসৰি,[2] সৰভোগৰ মুঠ জনসংখ্যা ৭৫৫৩ জন৷[3] ইয়াৰে ৫১% পুৰুষ আৰু ৪৯% মহিলা৷ সৰভোগৰ গড় সাক্ষৰতাৰ হাৰ ৭৮% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৮৩% আৰু ৭২% ৷ সৰভোগৰ জনসংখ্যাৰ ১০% ছয় বছৰ বয়সৰ অনুৰ্ধৰ৷

যাতায়ত ব্যৱস্থা

সৰভোগ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ সৈতে ৰে'লপথ আৰু আলিবাটেৰে সংযোজিত হৈ আছে৷ ইয়াৰ মাজেৰে পাৰ হৈ যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথে ইয়াক ভাৰতৰ অন্যন্য অংশ সমূহৰ সৈতে সংযোগ কৰিছে৷

শিক্ষা

শিক্ষাৰ ক্ষেত্ৰত সৰভোগ কোনো গুণে কম নহয়। উঠি অহা প্ৰজন্মই হৈছে একোটা অঞ্চলৰ ভৱিষ্যত । সৰভোগৰ মহাবিদ্যালয় বুলিলে বৰনগৰ মহাবিদ্যালয় এখন ঐতিহ্যমণ্ডিত শিক্ষানুস্থান। তাৰ উপৰি বৰনগৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়, বৰনগৰ ছোৱালী হাইস্কুল এই দুয়োখন উচ্চ মানৰ শিক্ষানুষ্ঠান। শিক্ষাৰ মানদণ্ড অতি উন্নত।

ৰাজনীতি

সৰভোগ কোকৰাঝাৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷.[4]

উল্লেখযোগ্য ঠাই

উল্লেখযোগ্য ব্যক্তি

১। স্বৰ্গীয় ঘনশ্যাম তালুকদাৰ, জননেতা/বৰনগৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাতা ২৷ সৰভোগ অঞ্চলৰ প্ৰতিষ্ঠিত শিক্ষাবিদ সকলৰ ভিতৰত হ'ল শিক্ষাবিদ কালীনাথ গোস্বামী,হৰমোহন নাথ,গৰ্গেশ্বৰ দাস,অশ্বিনী তালুকদাৰ,সত্যতিংকৰ ভট্টাচাৰ্য আদি মহান ব্যক্তি আৰু শিক্ষাবিদ সকল ৷

তথ্যসূত্ৰ