25,725
টা সম্পাদনা
টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
SlowPhoton (আলোচনা | বৰঙণি) অNo edit summary |
||
{{unreferenced}}{{পোখালি}}
[[চিত্ৰ:AlfedPalmersmokestacks.jpg|right|thumb|220px|
মানুহৰ দৈনন্দিন জীৱনৰ বিভিন্ন কাৰ্য্যই পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাই৷ কেতিয়াবা কোনো অনিষ্টকাৰী [[পদাৰ্থ]] আমাৰ চৌপাশে থকা [[মাটি]], [[পানী]] আৰু বায়ুত প্ৰৱেশ কৰি এইবোৰৰ স্বাভাৱিক বৈশিষ্ট্যবোৰ (যেনে: মাটিত থকা [[খনিজ পদাৰ্থ]], বেক্টেৰিয়া, [[কেঁচু]] আদি অনেক সৰু সৰু জীৱ, পানীত থকা [[অক্সিজেন]], [[হাইড্ৰ'জেন]] আৰু বায়ুত থকা [[অক্সিজেন]] [[কাৰ্বন-ডাই-অক্সাইড]] আদি) নষ্ট কৰে। তাৰ ফলত বায়ু, পানী, মাটি জীৱ-জগতৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰে আৰু জীৱ-জগতৰ ক্ষতি সাধন হয়৷ পৰিৱেশৰ এনেদৰে দূষিত হোৱা ঘটনাই হ'ল '''প্ৰদূষণ''' বা পৰিৱেশ দূষিতকৰণ।
== প্ৰকাৰভেদ ==
▲[[চিত্ৰ:AlfedPalmersmokestacks.jpg|right|thumb|220px|২য় বিশ্বযুদ্ধৰ সময়ৰ এটা কাৰখানাৰ পৰা নিৰ্গত বায়ু প্ৰদূষণ]]
▲মানুহৰ দৈনন্দিন জীৱনৰ বিভিন্ন কাৰ্য্যই পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলাই৷ কেতিয়াবা কোনো অনিষ্টকাৰী [[পদাৰ্থ]] আমাৰ চৌপাশে থকা [[মাটি]], [[পানী]] আৰু বায়ুত প্ৰৱেশ কৰি এইবোৰৰ স্বাভাৱিক বৈশিষ্ট্যবোৰ (যেনে: মাটিত থকা [[খনিজ পদাৰ্থ]], বেক্টেৰিয়া, [[কেঁচু]] আদি অনেক সৰু সৰু জীৱ, পানীত থকা [[অক্সিজেন]], [[হাইড্ৰ'জেন]] আৰু বায়ুত থকা [[অক্সিজেন]] [[কাৰ্বন-ডাই-অক্সাইড]] আদি) নষ্ট কৰে। তাৰ ফলত বায়ু, পানী, মাটি জীৱ-জগতৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰে আৰু জীৱ-জগতৰ ক্ষতি সাধন হয়৷ পৰিৱেশৰ এনেদৰে দূষিত হোৱা ঘটনাই হ'ল '''প্ৰদূষণ''' বা পৰিৱেশ দূষিতকৰণ।
প্ৰদূষণ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে।
* '''[[বায়ু প্ৰদূষণ]]'''
* '''[[জল প্ৰদূষণ]]'''
* '''শব্দ প্ৰদূষণ'''
* '''স্থল প্ৰদূষণ'''
* '''তেজস্ক্ৰীয় প্ৰদূষণ'''
==মানুহৰ জীৱনত প্ৰদূষণৰ প্ৰভাৱ==
প্ৰতিকূল বায়ু সেৱন কৰাৰ ফলত মানুহকে আদি কৰি অন্যান্য জীৱ-জন্তু মৃত্যু মুখত পৰিব পাৰে। অজন গেছৰ প্ৰদূষণৰ ফলত মানুহৰ শ্বাস- প্ৰশ্বাস জনিত ৰোগ,হৃদৰোগ,বুকুৰ বিষ আদিয়ে দেখা দিব পাৰে। বীজানুযুক্ত পানী খোৱাৰ ফলত প্ৰতিদিনে প্ৰায় ১৪০০ জন লোক মৃত্যু মুখত পৰিব লগা হয়। প্ৰায় ১০০০ জন শিশুৱে গ্ৰহনী জনিত ৰোগত প্ৰতি দিনে ভাৰতত মৃত্যুক সাৱতি লয়। শব্দ প্ৰদূষণৰ ফলত আমাৰ শ্ৰৱণ ক্ষমতা হ্ৰাস হোৱাৰ উপৰিও উচ্চ ৰক্ত-চাপ,নিদ্ৰাহীনতা আদিৰ দৰে ৰোগ হোৱাৰ সম্ভাৱনা দেখা দিয়ে।
==তথ্য সংগ্ৰহ==
|
টা সম্পাদনা