সমললৈ যাওক

বাৰ্তা:জানকী অম্মল (ৰামানুজনৰ পত্নী): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

http://fountain.toolforge.org:58825/editathons/wlwsa2021-as
No edit summary
(http://fountain.toolforge.org:58825/editathons/wlwsa2021-as)
 
{{ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২১}}
[[সদস্য:SlowPhoton |SlowPhoton]] দাদা, মই এইটো লিখি থকাৰ সময়ত প্ৰবন্ধটোত টেগ লগোৱাৰ কাৰণ কি?
:{{ping|অনামিকা(চুমু) বড়া}} প্ৰবন্ধটোৱে মোৰ মতে ৱিকিপিডিয়াৰ [[ৱিকিপিডিয়া:উল্লেখযোগ্যতা (ব্যক্তি)|জীৱনীৰ বাবে উল্লেখযোগ্যতাৰ নিৰ্দেশাৱলী]] মানি চলা নাই। নিয়ম অনুসৰি "এজন উল্লেখযোগ্য ব্যক্তিৰ সৈতে সম্পৰ্কিত হোৱা বাবেই আন এজন ব্যক্তি উল্লেখযোগ্য নহ’বও পাৰে। এজন উল্লেখযোগ্য ব্যক্তিৰ প্ৰবন্ধত তেওঁৰ পৰিয়ালৰ সদস্যসকলৰো নাম উল্লেখ কৰিলে বুলিয়ে পৰিয়ালৰ সদস্যসকল কোনোমতেই উল্লেখযোগ্যতাৰ শাৰীত নপৰে।" ৰামানুজন উল্লেখযোগ্য ব্যক্তি হয় বুলিয়েই তেওঁৰ পত্নী উল্লেখযোগ্য হ'ব নোৱাৰে। তেওঁ নিজৰ কামৰ বাবে উল্লেখযোগ্য হোৱাটো প্ৰয়োজন। প্ৰবন্ধটোৱে উল্লেখযোগ্যতা সাব্যস্ত কৰাত ব্যৰ্থ হৈছে। ইয়াৰোপৰি ৱিকিপিডিয়াৰ প্ৰবন্ধত আমোদজনক ঘটনা বা trivia সদৃশ তথ্যৰ স্থান নাই। আপুনি বিচাৰে যদি উৎসসহ তথ্যখিনি থুলমুলকৈ ৰামানুজনৰ প্ৰবন্ধটেই যোগ দিব পাৰে। --[[User:SlowPhoton|SlowPhoton]] ([[User talk:SlowPhoton|talk]]) 14:34, 29 September 2021 (ইউ.টি.চি.)
3,401

টা সম্পাদনা