ৰাজীৱ গান্ধী: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Bishnu Saikia (আলোচনা | বৰঙণি) সজ্জা |
|||
60 নং শাৰী: | 60 নং শাৰী: | ||
[[Image:Rajiv Gandhi Memorial bombsite.jpg|thumb|left|150px|ৰাজীৱ গান্ধীক হত্যা কৰা স্থানত শিলৰ এক কাৰুকাৰ্য্য ]] |
[[Image:Rajiv Gandhi Memorial bombsite.jpg|thumb|left|150px|ৰাজীৱ গান্ধীক হত্যা কৰা স্থানত শিলৰ এক কাৰুকাৰ্য্য ]] |
||
ৰাজীৱ গান্ধীৰ অন্তিম ৰাজহুৱা সভা আছিল ১৯৯১ চনৰ ২১ মাৰ্চ তাৰিখে, [[চেন্নাই]]ৰ পৰা প্ৰায় ৩০ মাইল নিলগৰ এখন গাঁৱত। তাত তেওঁ [[শ্ৰীপেৰুম্বুদূৰ]] [[লোকসভা]] আসনৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাইছিল।<ref>{{cite web|url=http://www.rediff.com/news/1998/jan/11soni1.htm |title=Sonia checks her emotions, but her interpreter goes full throttle |author=N Sathiya Moorthy |work=Rediff On The NeT |publisher=Rediff.com |date = January 1998|accessdate=7 March 2010}}</ref> এই সভাতেই তেওঁক [[এল টি টি ই]]ৰ এগৰাকী সদস্যাই হত্যা কৰিছিল। |
ৰাজীৱ গান্ধীৰ অন্তিম ৰাজহুৱা সভা আছিল ১৯৯১ চনৰ ২১ মাৰ্চ তাৰিখে, [[চেন্নাই]]ৰ পৰা প্ৰায় ৩০ মাইল নিলগৰ এখন গাঁৱত। তাত তেওঁ [[শ্ৰীপেৰুম্বুদূৰ]] [[লোকসভা]] আসনৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাইছিল।<ref>{{cite web|url=http://www.rediff.com/news/1998/jan/11soni1.htm |title=Sonia checks her emotions, but her interpreter goes full throttle |author=N Sathiya Moorthy |work=Rediff On The NeT |publisher=Rediff.com |date = January 1998|accessdate=7 March 2010}}</ref> এই সভাতেই তেওঁক [[এল টি টি ই]]ৰ এগৰাকী সদস্যাই হত্যা কৰিছিল। |
||
==তথ্য সংগ্ৰহ== |
|||
{{reflist}} |
|||
[[en:Rajiv Gandhi]] |
14:59, 19 June 2012ৰ সংস্কৰণ
এই পৃষ্ঠাটো শেহতীয়াভাৱে সৃষ্টি কৰা হৈছে। ইয়াৰ লিখকজন ৱিকিপিডিয়াত সন্নিবিষ্ট নিৰ্দেশনাসমূহৰ বিষয়ে অৱগত আৰু সেইবোৰ ভাল ভাব ৰাখিয়েই কৰিছে যদিওবা এই প্ৰবন্ধৰ মানদণ্ড উন্নত কৰিবলৈ অধিক থল আছে। অনুগ্ৰহ কৰি এই প্ৰবন্ধক খৰখেদাকৈ বিলোপনৰ বাবে প্ৰস্তাৱ নিদিব, প্ৰথমে প্ৰবন্ধৰ ইতিহাস পৰীক্ষা কৰক আৰু প্ৰবন্ধৰ সৃষ্টিকৰ্তাৰ সৈতে তেওঁৰ পৰৱৰ্তী পৰিকল্পনাসমূহৰ আভাষ লওক। যদিহে সৃষ্টিকৰ্তাজনে প্ৰবন্ধটো এলাগী কৰি ৰাখে আৰু যোগাযোগৰ কৰিলেও আওকান কৰে, তেন্তে আপুনি প্ৰবন্ধটো বিলোপ কৰাৰ সাঁচ বাৰ্তা নাইবা সদস্যকৃত হিচাপে সৃষ্টিকৰ্তাৰ সদস্য পৃষ্ঠাত (যেনে সদস্য:সৃষ্টিকৰ্তাৰ নাম/এই প্ৰবন্ধৰ শিৰোনাম) লৈ স্থানান্তৰ কৰিবৰ বাবে সাঁচ বাৰ্তা সংযোগ কৰিব পাৰে। এই প্ৰবন্ধটো শেহতীয়াকৈ সম্পাদনা কৰিছিল Bishnu Saikia (আলোচনা| বৰঙনি) 11 বছৰ আগত. (শেহতীয়া ভাষ্য) |
ৰাজীৱ ৰত্ন গান্ধী | |
---|---|
চিত্ৰ:Rajiv Gandhi, PM of India official portrait from the PM of India website.jpg | |
ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী | |
কাৰ্যকাল ৩১ অক্টোবৰ ১৯৮৪ – ২ ডিচেম্বৰ ১৯৮৯ | |
ৰাষ্ট্ৰপতি | Zail Singh ৰামস্বামী ভেংকটৰমন |
পূৰ্বসূৰী | ইন্দিৰা গান্ধী |
উত্তৰসূৰী | ভি পি সিং |
Minister of External Affairs | |
কাৰ্যকাল ২৫ জুলাই, ১৯৮৭ – ২৫ জুন, ১৯৮৮ | |
পূৰ্বসূৰী | নাৰায়ণ দত্ত তিৱাৰী |
উত্তৰসূৰী | Narasimha Rao |
কাৰ্যকাল ৩১ অক্টোবৰ ১৯৮৪ – ২৫ছেপ্তেম্বৰ ১৯৮৫ | |
পূৰ্বসূৰী | ইন্দিৰা গান্ধী |
উত্তৰসূৰী | বালি ৰাম ভগত |
বৃত্ত মন্ত্ৰী | |
কাৰ্যকাল ২৪ জানুৱাৰি, ১৯৮৭ – ২৫ জুলাই, ১৯৮৭ | |
পূৰ্বসূৰী | ভি পি সিং |
উত্তৰসূৰী | নাৰায়ণ দত্ত তিৱাৰী |
প্ৰতিৰক্ষা মন্ত্ৰী | |
কাৰ্যকাল ২৫ছেপ্তেম্বৰ ১৯৮৫ – ২৪ জানুৱাৰি, ১৯৮৭ | |
পূৰ্বসূৰী | Narasimha Rao |
উত্তৰসূৰী | ভি পি সিং |
ব্যক্তিগত তথ্য | |
জন্ম | ২০ আগষ্ট, ১৯৪৪ বম্বে, ব্ৰিটিছ ইণ্ডিয়া |
মৃত্যু | ২১ মে', ১৯৯১ (৪৬ বছৰ) Sriperumbudur, India |
ৰাজনৈতিক দল | ভাৰতীয় জাতীয় কংগ্ৰেছ |
দাম্পত্যসঙ্গী | ছোনিয়া গান্ধী |
সন্তান | ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী |
শিক্ষানুষ্ঠান | ত্ৰিনিটি কলেজ, কেমব্ৰিজ ইম্পেৰিয়েল কলেজ, লণ্ডন |
স্বাক্ষৰ | চিত্ৰ:Rajiv Gandhi Signature.svg |
ৰাজীৱ ৰত্ন গান্ধী /ˈrɑːdʒiːv ˈɡɑːndiː/ ( উচ্চাৰণ (সহায়·তথ্য); ভাৰতবৰ্ষৰ ষষ্ঠ প্ৰধানমন্ত্ৰী আছিল(১৯৮৪–১৯৮৯)। তেওঁৰ মাতৃৰ হত্যাৰ পাছত (৩১ অক্টোবৰ, ১৯৮৪) তেওঁৱেই প্ৰধানমন্ত্ৰীৰ পদৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁ মাত্ৰ ৪০ বছৰ বয়সতে প্ৰধানমন্ত্ৰীৰ পদত অধিস্থিত হৈ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়।
ৰাজীৱ গান্ধী ইন্দিৰা গান্ধী আৰু ফিৰোজ গান্ধীৰ বৰপুত্ৰ আছিল। তেওঁ ট্ৰিনিটি কলেজ, কেমব্ৰিজ আৰু তাৰ পিছত লণ্ডনৰ ইম্পেৰিয়েল কলেজত অধ্যয়ন কৰিছিল। কিন্তু কোনো এখন মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী ল'বলৈ সক্ষম নহ'ল। কেমব্ৰিজত থাকোতেই তেওঁ ইটালীত জন্ম, সেই সময়ৰ এখন ৰেষ্টুৰেণ্টৰ এগৰাকী পৰিচাৰক, এণ্ট'নিয়া এলবিনা মাইন' লগ পায় আৰু পাছলৈ এওঁকেই বিয়া কৰায়। বিশ্ববিদ্যালয় এৰাৰ পিছত তেওঁ ইণ্ডিয়ান এয়াৰলাইঞ্চৰ এজন পেচাদাৰী পাইলট হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। তেওঁৰ কণিষ্ঠ ভাতৃ সঞ্জয় গান্ধীৰ ১৯৮০ চনত মৃত্যু হোৱাৰ পাছত ৰাজীৱ গান্ধীৰ ৰাজনীতিত আগমন ঘটে। তেওঁৰ মাতৃ ইন্দিৰা গান্ধীৰ ১৯৮৪ চনত হোৱা হত্যাকাণ্ডৰ পাছত, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বিষয়ববীয়া সকলে ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰী পদৰ বাবে মনোনীত কৰে।
জন্ম
১৯৪৪ চনত মুম্বাইত ৰাজীৱ গান্ধীৰ জন্ম হৈছিল।
শিক্ষা
তেওঁৰ পিতৃৰ মৃত্যুৰ সময়ত, ৰাজীৱ গান্ধী আৱাসিক ছাত্ৰাবাসত আছিল: প্ৰথমতে উত্তৰাখণ্ডৰ ডেৰাডুনত অৱস্থিত ৱেলহাম বয়ছ স্কুল (Welham Boys' School) আৰু পাছলৈ ডুন স্কুলত। তেওঁক ১৯৬১ চনত লণ্ডনলৈ এ-লেভেল অধ্যয়নৰ বাবে যায়। ১৯৬২ চনত, ট্ৰিনিটি কলেজ, কেম্ব্ৰিজত তেওঁ অভিযান্ত্ৰিক বিভাগত পঢ়িবলৈ সুবিধা পায়। ৰাজীৱ গান্ধী ১৯৬৫ চনলৈকে ট্ৰিনিটি কলেজত আছিল। কিন্তু পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ আগতেই, তেওঁ বিশ্ববিদ্যালয় ত্যাগ কৰে। ১৯৬৬ চনত, তেওঁ পুনৰ লণ্ডনৰ ইম্পেৰিয়েল কলেজত অধ্যয়নৰ সুবিধা পাই যদিও স্নাতক ডিগ্ৰী অবিহনেই অধ্যয়ন সমাপ্ত কৰে।
ৰাজনীতিত প্রৱেশ
১৯৮০ চনত তেওঁৰ ভাতৃৰ মৃত্যুৰ পাছত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰাজনৈতিক নেতা আৰু তেওঁৰ মাতৃ ইন্দিৰা গান্ধীয়ে ৰাজীৱ গান্ধীক ৰাজনীতিত প্ৰৱেশ কৰিবলৈ গুৰুত্ব দিছিল। তেওঁ আৰু তেওঁৰ পত্নী ইয়াৰ বিৰূদ্ধে আছিল, আৰু ৰাজীৱ গান্ধীয়ে তেওঁৰ ভাতৃৰ লোকসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দিতা নকৰে বুলি ৰাজহুৱাভাৱে প্ৰকাশ কৰিছিল। সৰ্বশেষত, তেওঁ লোকসভাৰ আসনৰ বাবে প্ৰতিদ্বন্দিতা কৰিব বুলি ঘোষণা কৰিছিল। তেওঁৰ ৰাজনীতিত প্ৰৱেশ কৰাত বহুটো প্ৰেছ, জনসাধৰণ তথা ৰাজনৈতিক দলসমূহে সমালোচনা কৰিছিল। তেওঁ আমেথি লোকসভা আসনৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰতিদ্বন্দিতাত নামিছিল। সেই নিৰ্বাচনত তেওঁ লোকদলৰ নেতা শৰদ যাদৱক দুই লক্ষাধিকৰো অধিক ভোটত পৰাস্ত কৰিছিল।
উত্তৰ প্ৰদেশৰ আমেথিৰ পৰা ১৯৮১ চনৰ ফেব্ৰুৱাৰীত সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত, ৰাজীৱ গান্ধী তেওঁ মাতৃৰ এজন গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰামৰ্শক হৈ পৰিছিল। ইয়াৰ পৰাই বুজিব পাৰি যে, ৰাজীৱ গান্ধীক প্ৰধানমন্ত্ৰীৰ পদ যাচিবলৈ তেওঁৰ মাতৃ ইন্দিৰা গান্ধী উঠি-পৰি লাগিছিল। ইয়াৰ পাছতেই তেওঁ জাতীয় যুৱ কংগ্ৰেছ দলৰ সভাপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে।
হত্যা
ৰাজীৱ গান্ধীৰ অন্তিম ৰাজহুৱা সভা আছিল ১৯৯১ চনৰ ২১ মাৰ্চ তাৰিখে, চেন্নাইৰ পৰা প্ৰায় ৩০ মাইল নিলগৰ এখন গাঁৱত। তাত তেওঁ শ্ৰীপেৰুম্বুদূৰ লোকসভা আসনৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাইছিল।[1] এই সভাতেই তেওঁক এল টি টি ইৰ এগৰাকী সদস্যাই হত্যা কৰিছিল।
তথ্য সংগ্ৰহ
- ↑ N Sathiya Moorthy (January 1998). "Sonia checks her emotions, but her interpreter goes full throttle". Rediff On The NeT. Rediff.com. http://www.rediff.com/news/1998/jan/11soni1.htm। আহৰণ কৰা হৈছে: 7 March 2010.