বিশ্বনাথ কৃষি মহাবিদ্যালয়
অৱয়ব
| বিশ্বনাথ কৃষি মহাবিদ্যালয় | |
|---|---|
| স্থাপিত | ২ ফেব্ৰুৱাৰী, ১৯৮৮ |
| স্থান | বিশ্বনাথ চাৰিআলি, অসম, ভাৰত |
| ভুক্তি | অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট |
| ৱেবছাইট | http://aau.ac.in/dee/bnca/read_more.html |
বিশ্বনাথ কৃষি মহাবিদ্যালয় অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত আৰু বিশ্বনাথ জিলাত অৱস্থিত।
