বেহাৰবাৰী আউটপ’ষ্ট (ধাৰাবাহিক)
অৱয়ব
| বেহাৰবাৰী আউটপ’ষ্ট | |
|---|---|
| শৈলী | হাস্য-ৰসিক |
| লিখক | পল্লৱ পৱন বৰা |
| পৰিচালক | মনোজ শইকীয়া |
| সৃষ্টিশীল পৰিচালক | শ্বাহীন আজমী বৰা |
| উপস্থাপক | এ এম টেলিভিচন |
| অভিনয়ত | সিদ্ধাৰ্থ শৰ্মা, দীপজ্যোতি কেওট, প্ৰিতম বৰুৱা, হিৰণ্য ডেকা, অশ্বিনী ডেকা, সীমা বৰুৱা, চুমকি শইকীয়া, হিৰকজ্যোতি বৰুৱা, ৰিন্টু বৰা, ৰিছা চেত্ৰী, কৃষ্টিনা বৰুৱা, কমল ঠাকুৰীয়া, বিষ্ণু নাথ |
| শীৰ্ষ সংগীত পৰিচালক | নিলোতপল বৰা |
| শীৰ্ষ সংগীত | "বেহাৰবাৰী আউটপ’ষ্ট" |
| সমাপ্তি সংগীত | "বেহাৰবাৰী আউটপ’ষ্ট" |
| দেশ | |
| ভাষা | অসমীয়া |
| চিজনৰ সংখ্যা | ১ |
| খণ্ডৰ সংখ্যা | ৩৪২৮(০৭-১১-২০২৫ পৰ্যন্ত) |
| প্ৰযোজনা | |
| প্ৰযোজক | এ এম টেলিভিচন |
| সম্পাদক | গৌৰাঙ্গ মাধৱ শইকীয়া |
| স্থান | গুৱাহাটী, অসম |
| কেমেৰাৰ ছেটআপ | আলোক সোনোৱাল |
| দৈৰ্ঘ্য | ২০ মিনিট |
| ষ্টুডিঅ’ | এ এম টেলিভিছন |
| সম্প্ৰচাৰ | |
| মূল ছেনেল | ৰেঙণি |
| প্ৰদৰ্শনৰ সময় | ৭ অক্টোবৰ ২০১৩ – বৰ্তমান |
বেহাৰবাৰী আউটপ’ষ্ট হৈছে ৰাজেশ ভূঞাৰ পৰিকল্পনাৰে ৰেঙণি চেনেল-যোগে সস্প্ৰচাৰিত এখন অসমীয়া ভাষাৰ ধাৰাবাহিক। ধাৰাবাহিকখনে দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰে। ই হৈছে চেনেলটোত সম্প্ৰচাৰ হোৱা আটাইতকৈ দীঘল ধাৰাবাহিক।[1][2]
চৰিত্ৰসমূহ
[সম্পাদনা কৰক]- এছআই প্ৰীতম খাৰঘৰীয়া
- কে.কে. (কৃষ্ণ কমল) খাটনিয়াৰ
- মণি
- মোহন (চিআইডি )
- কমল
- বিউটী বাইলুং:
- সুস্মিতা সেন:
- মুকুতা
- বসুমতাৰী
- ৰাকেশ:
- নেহা
- কুমকুম
- ৰিছা
- লুটুকন বৰুৱা
- তৰামাঈ নগঁয়ানী
- ৰাজীৱ টেনশ্বন
- শইকীয়া চুৰ
- সিং
- কিপাবৰ
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Rengoni TV Official website, premium Assamese entertainment TV channel of North East India, Assam.". rengonitv.com. Archived from the original on 6 July 2019. https://web.archive.org/web/20190706064138/http://rengonitv.com/schedule_page.asp?UploadID=4। আহৰণ কৰা হৈছে: 15 July 2019.
- ↑ "Beharbari Outpost". http://www.imdb.com/title/tt8523160/। আহৰণ কৰা হৈছে: 15 July 2019.