বেৰিলিয়াম
অৱয়ব
বেৰিলিয়াম হৈছে এটা ৰাসায়নিক মৌল যাৰ ৰাসায়নিক চিহ্ন "Be" পাৰমাণৱিক সংখ্যা ৪। বেৰিলিয়াম হৈছে এক তুলনামূলকভাৱে বিৰল উপাদান। বেৰিলিয়াম পৰ্য্যাবৃত্ত তালিকাৰ ২ পৰ্য্যায়, ২ বৰ্গৰ s-গোষ্ঠীৰ মৌল। নামটো গ্ৰীক শব্দ 'বেৰাইল’'ৰ পৰা আহৰণ আহিছে[1]
ৰাসায়নিক ধৰ্ম আৰু গঠন
[সম্পাদনা কৰক]- ব'ৰণত থকা ইলেক্ট্ৰনৰ সংখ্যা ৪
- ইলেকট্ৰনীয় বিন্যাস 1s11p22s2
- পাৰমাণৱিক সংখ্যা (নিউক্লিয়াছত প্ৰটনৰ সংখ্যা): ৪
- পাৰমাণৱিক ওজন (পৰমাণুৰ গড় ভৰ): ৯.০১২
- ঘনত্ব: ১.৮৫ গ্ৰাম প্ৰতি ঘন চেণ্টিমিটাৰ
- কোঠাৰ তাপমাত্ৰাত অৱস্থা: কঠিন
- গলনাংক: ২৩৪৯ ডিগ্ৰী ফৰেনহেইট (১২৮৭ ডিগ্ৰী চেলচিয়াছ)
- উতলাংক: ৪৪৭৪ ডিগ্ৰী ফৰেনহেইট (২৪৬৮ ডিগ্ৰী চেলচিয়াছ)
- আটাইতকৈ সচৰাচৰ আইছ'টোপ: 9Be
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Boron". Royal Society of ChemistryRoyal Society of Chemistry. https://www.rsc.org/periodic-table/element/4/beryllium। আহৰণ কৰা হৈছে: 19 October 2020.
পৰ্যাবৃত্ত তালিকা | ||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
H | He | |||||||||||||||||||||||||||||||||||||||||
Li | Be | B | C | N | O | F | Ne | |||||||||||||||||||||||||||||||||||
Na | Mg | Al | Si | P | S | Cl | Ar | |||||||||||||||||||||||||||||||||||
K | Ca | Sc | Ti | V | Cr | Mn | Fe | Co | Ni | Cu | Zn | Ga | Ge | As | Se | Br | Kr | |||||||||||||||||||||||||
Rb | Sr | Y | Zr | Nb | Mo | Tc | Ru | Rh | Pd | Ag | Cd | In | Sn | Sb | Te | I | Xe | |||||||||||||||||||||||||
Cs | Ba | La | Ce | Pr | Nd | Pm | Sm | Eu | Gd | Tb | Dy | Ho | Er | Tm | Yb | Lu | Hf | Ta | W | Re | Os | Ir | Pt | Au | Hg | Tl | Pb | Bi | Po | At | Rn | |||||||||||
Fr | Ra | Ac | Th | Pa | U | Np | Pu | Am | Cm | Bk | Cf | Es | Fm | Md | No | Lr | Rf | Db | Sg | Bh | Hs | Mt | Ds | Rg | Cn | Uut | Uuq | Uup | Uuh | Uus | Uuo | |||||||||||
|