সমললৈ যাওক

ব্লগাৰ (সেৱা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ব্লগাৰ
Blogger logo
ইউ আৰ এল www.blogger.com
বাণিজ্যক প্ৰচলিত
প্ৰকাৰ ব্লগ হোষ্ট
পঞ্জীয়ন বিনামূলীয়া, বিকল্প
স্বত্বাধিকাৰী গুগল
মুকলি ২৩ আগষ্ট ১৯৯৯; ২৫ বছৰ আগত (1999-08-23)[1]
এলেক্সা স্থান সাঁচ:Alexa[2]
বৰ্তমান স্থিতি সক্ৰিয়

ব্লগাৰ (ইংৰাজী: Blogger; পূৰ্বৰ নাম: ব্লগস্পট; Blogspot) হৈছে এক ৱৰ্ল্ড ৱাইড ৱেবত প্ৰকাশিত এখন তথ্যপূৰ্ণ বা আলোচনামূলক মুক্ত মঞ্চ। WordPress, Tumblr, Gator, Medium, Ghost, Wix, Squarespace আদিৰ দৰে ব্লগাৰো এক আলোচনামূলক মুক্ত মঞ্চ। ইয়াক প্ৰথমে ১৯৯৯ চনত প্ৰকাশ কৰে প্যৰা লাবছে (Pyra Labs)। এই ব্লগাৰত দুই ধৰণে তথ্যবোৰ (ইউনিকোডত) প্ৰকাশ কৰিব পাৰি (ক) প'ষ্ট (Post) আকাৰে নাইবা (খ) পৃষ্ঠা (Page) আকাৰে। ব্লগাৰত সন্নিৱিষ্ট ডাকবোৰ সাধাৰণতে ওলোটা ক্ৰমত সজোৱা হয় যাতে শেহতীয়াকৈ প্ৰকাশিত ডাকবোৰ ৱেবপৃষ্ঠাটোৰ একেবাৰে শীৰ্ষত থাকে আৰু সহজে পঢ়িব পাৰে।

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "The Story of Blogger". Blogger.com. মে ১৩, ২০২০. http://www.blogger.com/about। আহৰণ কৰা হৈছে: ১৩ মে ২০২০. 
  2. "blogger.com Competitive Analysis, Marketing Mix and Traffic - Alexa". www.alexa.com. Archived from the original on 2017-11-28. https://web.archive.org/web/20171128161435/https://www.alexa.com/siteinfo/blogger.com। আহৰণ কৰা হৈছে: ১৩ মে ২০২০.