ব্ৰক্সকাট ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Brokskat
Minaro
থলুৱা অঞ্চল India, Pakistan
অঞ্চল Ladakh, Baltistan
জাতীয়তা Brokpa(Minaro)
স্থানীয় ভাষিক
(about 3000 cited 1996)[1]
ভাষা পৰিয়াল
লিখন প্ৰণালী Tibetan script, Nastaliq script[উদ্ধৃতিৰ প্ৰয়োজন]
ভাষা সংকেত
ISO 639-3 bkk
গ্লোটোলগ brok1247[2]

ব্ৰক্সকাট[3] বা মিনাৰ'[4] এটি বিপদাপন্ন দাৰ্দিক ভাৰতীয়-আৰ্য ভাষা। এই ভাষা মুখ্যতঃ ভাৰতলাদাখৰ নামনী সিন্ধু উপত্যকা আৰু তাৰ ওচৰৰ ঠাইসমূহত বাস কৰা ব্ৰকপা লোকে ব্যৱহাৰ কৰে।[1][5] এই ভাষা প্ৰাচীন দাৰ্দিক ভাষা পৰিয়ালৰ আতাইতকৈ পুৰণি অস্তিত্বত থকা সদস্য।[6] ইয়াক কোনো কোনোৱে শ্বিনা ভাষাৰ বিপথগামী প্ৰকাৰো আখ্যা দিয়ে,[7] পিচে ই শ্বিনাৰ আন কোনো উপভাষাৰ সৈতে পৰস্পৰ বোধগম্য নহয়।[8] এই ভাষা লাদাখত কেৱল ২৮৫৮জন লোকে কয় আৰু চুবুৰীয়া বলতিস্তানত ৪০০ লোকে।

শব্দ সম্ভাৰ[সম্পাদনা কৰক]

পাঠ্য
অসমীয়া ভাষা অসমীয়া লিপিত ব্ৰক্সকাট ভাষাত বদ্যিগ লিপিত ব্ৰক্সকাট ভাষাত
পানী ৱা ཝུའ་
জুই ঘুৰ གཱུར
বেলি চুৰি སུརིའ་
জোন গ্যুন གྱུན
পৰ্বত চুৰ ཆུར
মানুহ মুশ্ব མུཤ
ভূমি বুন བུན
ল'ৰা ব্য' བྱོ
ছোৱালী ম'লায় མོལེའ་
কেচুৱা বুবু བུའབུའ
কটাৰী কুটাৰ ཀཊའར

ক্ৰিয়াৰ কাল[সম্পাদনা কৰক]

পাঠ্য
অসমীয়াত ব্ৰক্সকাট বৰ্তমান ব্ৰক্সকাট অতীত ব্ৰক্সকাট ভৱিষ্যৎ Imperative
যোৱা ব্যাছ গ' ব্যুংছ বয়াই
ঠিয় হোৱা আউথেইছ আউথাইট আউথিয়ুংছ আউথি
ভঙা ফিথাইছ ফিটাইআট ফিটিআউংছ ফিটাই
খোলা আউনিছ আউনিআট আউনিউংছ আউনি
হঁহা হাজিছ হাজিট হাজিউংছ হাজি
বহা বাঝাইছ বাঝিট বাঝিউং বাঝি
খোজ কঢ়া জাজিছ জাজিট জাজিউংছ জাজি
দলিওৱা ফাইটিছ ফাইটিআট ফাটিউংছ ফাটি
চোৱা স্কিছ স্কাইট স্কিউংছ স্কি
কটা চ্ছিনিছ চিনাইট চ্ছিনিউংছ চ্ছিনি
গণা গ্যানিছ গ্যানিআট গ্যানিউংছ গ্যানি

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Jain, Danesh; Cardona, George (2007-07-26) (en ভাষাত). The Indo-Aryan Languages. Routledge. পৃষ্ঠা. 889. ISBN 978-1-135-79711-9. https://books.google.com/books?id=OtCPAgAAQBAJ&pg=PA889. 
  2. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Brokskat". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/brok1247. 
  3. Bray, John (2008). "Corvée transport labour in 19th and early 20th century Ladakh: a study in continuity and change". Modern Ladakh: Anthropological Perspectives on Continuity and Change. BRILL. পৃষ্ঠা. 46. ISBN 978-90-474-4334-6. https://books.google.com/books?id=ZO95DwAAQBAJ&pg=PA46. 
  4. Bhagabati, Dikshit Sarma (2018-08-03). "Onstage and Offstage". Economic and Political Weekly খণ্ড 53 (31). https://www.academia.edu/43104591. "The mother tongue of the Brokpa is Minaro, an Indo–Aryan language, though their vocabulary heavily borrows from Ladakhi.". 
  5. Ethnologue, 15th Edition, SIL International, 2005, p. 357, https://archive.org/details/ethnologuelangua0000unse_g7e1/pagae=357, "Minaro is an alternate ethnic name. "Brokpa" is the name given by the Ladakhi for the people. "Brokskat" is the language." 
  6. Ethnologue, 15th Edition, SIL International, 2005, p. 357, https://archive.org/details/ethnologuelangua0000unse_g7e1/pagae=357, "Brokskat’ is the language. This is the oldest surviving member of the ancient Dardic language." 
  7. Ethnologue : languages of the world. Internet Archive. Dallas, Tex. : SIL International. 2005. ISBN 978-1-55671-159-6. http://archive.org/details/ethnologuelangua0000unse_g7e1. "A very divergent variety of Shina" 
  8. Jain, Danesh; Cardona, George (2007-07-26). The Indo-Aryan Languages. Routledge. ISBN 978-1-135-79711-9. https://books.google.com/books?id=OtCPAgAAQBAJ&pg=PA889. "And is not mutually intelligible with the other shina language"