ব্ৰজনাথ ৰথ
অৱয়ব
ব্ৰজনাথ ৰথ ବ୍ରଜନାଥ ରଥ | |
---|---|
ব্ৰজনাথ ৰথ, ২০১১ চন | |
জন্ম | ১২ জানুৱাৰী, ১৯৩৬ সুনহাট, বালেশ্বৰ, ওৰিষ্যা |
মৃত্যু | ৩১ মে', ২০১৪ (৭৮ বছৰ) সুনহাট, বালেশ্বৰ, ওৰিষ্যা |
পেচা | কবি, লেখক, প্ৰবন্ধকাৰ, সমাজ সেৱক |
ভাষা | ওৰিআ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
ধৰণ | কবিতা, philosophical, ব্যংগ |
উল্লেখনীয় কৰ্মৰাজি | সামান্য অসামান্য, মনৰ মানচিত্ৰ |
উল্লেখযোগ্য বঁটা |
|
দাম্পত্যসংগী | পুষ্পলতা দেৱী |
স্বাক্ষৰ |
ব্ৰজনাথ ৰথ (ইংৰাজী: Brajanath Ratha) (১২ জানুৱাৰী ১৯৩৬ – ৩১ মে’ ২০১৪) এগৰাকী আধুনিক ওড়িয়া কবি। ১৯৩৬ চনত ওড়িশাৰ বালেশ্বৰ জিলাৰ সুনহট নামৰ ঠাইত জন্ম। ব্ৰজনাথ ৰথে দেশ, জাতি আৰু সাধাৰণ লোকক লৈ তেওঁৰ কবিতাসমূহ ৰচনা কৰিছিল।[1] বিভিন্ন বঁটা লাভ কৰা কৰিগৰাকীৰ মৃত্যু হয় ২০১৪ চনত।[2]
সাহিত্য কৃতি
[সম্পাদনা কৰক]কবিগৰাকীৰ কাব্যসংকলনবোৰৰ ভিতৰত—
- ‘মৰুগোলাপ’,
- ‘নিজস্ব সংকল্প’,
- ‘মনৰ মানচিত্ৰ’,
- ‘লঘু শতক’,
- ‘সময়ৰ শব্দলিপি’,
- ‘একা একা একপদী’ আদি।
ড° বৰ্ণালী ডেকাই ২০২৩ চনত ‘সময়ৰ শব্দলিপি’ নামেৰে অনুবাদ কৰা কবিতা পুথিখনি প্ৰকাশিত হৈছে।
বঁটা সন্মান
[সম্পাদনা কৰক]- ওৰিআ সাহিত্য একাডেমী পুৰস্কাৰ,
- অতিবাদী জগন্নাথ দাস পুৰস্কাৰ,
- সাহিত্য ভাৰতী সন্মান,
- কবিশেখৰ চিন্তামণি পুৰস্কাৰ,
- শুদ্ৰমুনি সাহিত্য পুৰস্কাৰ আদি
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ ডেকা, বৰ্ণালী (মাৰ্চ, ২০২৩). সময়ৰ শব্দলিপি (অসমীয়া অনুবাদ) (প্ৰথম সংস্কৰণ সম্পাদনা). প্ৰকাশক গুৱাহাটী: এন আৰ পাব্লিকেশ্বন. পৃষ্ঠা. বকলা পৃষ্ঠা. ISBN 978-93-95824-04-0.
- ↑ "Eminent Odisha poet Brajanath Ratha passes away". OdishaSunTimes.com. http://odishasuntimes.com/58913/eminent-odisha-poet-brajanath-ratha-dies/। আহৰণ কৰা হৈছে: 31 May 2014.