ভগৱন্ত সিং মান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ভগৱন্ত সিং মান
A delegation of Aam Aadmi Party leaders, - MP (Lok Sabha), Shri Bhagwant Mann, Shri Sanjay Singh and Shri Ashutosh, calling on the Union Home Minister, Shri Rajnath Singh, in New Delhi on October 22, 2015 (cropped).jpg
পঞ্জাৱৰ সপ্তদশ মুখ্যমন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৬ মাৰ্চ,২০২২
ৰাজ্যপাল বানোৱাৰিলাল পুৰোহিত
পূৰ্বসূৰী চৰণজিৎ সিং চান্নী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৬ মাৰ্চ,২০২২
মন্ত্ৰালয় আৰু বিভাগসমূহ * প্ৰশাসনিক সংস্কাৰ
  • অসামৰিক বিমান পৰিবহন
  • সাধাৰণ প্ৰশাসন
  • গৃহ পৰিক্ৰমা আৰু ন্যায়
  • কৰ্মচাৰী
  • সতৰ্কতা
  • গৃহ আৰু নগৰ উন্নয়ন
  • স্থানীয় চৰকাৰ
  • উদ্যোগ আৰু বাণিজ্য
  • কৃষি আৰু কৃষকৰ কল্যাণ
  • উদ্যানশস্য
  • ভূমি আৰু পানীৰ সংৰক্ষণ
  • খাদ্য প্ৰক্ৰিয়াকৰণ
  • বিনিয়োগ প্ৰচাৰ
  • বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ
  • সংসদীয় পৰিক্ৰমা
  • নিৰ্বাচন
  • অভিযোগ নিৰাময়
  • স্বাধীনতা সংগ্ৰামী
  • কাৰিকৰী শিক্ষা আৰু ঔদ্যোগিক প্ৰশিক্ষণ
  • নিযুক্তি সৃষ্টি আৰু প্ৰশিক্ষণ
  • শ্ৰমিক
  • প্ৰিণ্টিং আৰু ষ্টেচনেৰী
  • প্ৰতিৰক্ষা সেৱা কল্যাণ
  • শাসন সংস্কাৰ
  • নতুন আৰু নৱীকৰণযোগ্য শক্তিৰ উৎস
  • তথ্য আৰু জনসম্পৰ্ক
আন মন্ত্ৰীৰ হাতত নথকা পদসমূহ মুখ্যমন্ত্ৰীৰ হাতত অৰ্পিত
পূৰ্বসূৰী চৰণজিৎ সিং চান্নী
পঞ্জাৱ বিধানসভাৰ সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৬ মাৰ্চ,২০২২
পূৰ্বসূৰী দলবীৰ সিং খাংগুৰা
সমষ্টি ধুৰি
সংখ্যা গৰিষ্ঠতা ৫৮,২০৬
লোকসভাৰ সদস্য
কাৰ্যকাল
১৬ মে',২০১৪ – ১৪ মাৰ্চ,২০২২
পূৰ্বসূৰী বিজয় ইন্দেৰ সিংলা
উত্তৰসূৰী খালী
সমষ্টি সংগ্ৰোৰ
আম আদমী পাৰ্টী, পঞ্জাৱৰ আহ্বায়ক
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৩১ জানুৱাৰী,২০১৯[1]
পূৰ্বসূৰী বলবীৰ সিং
ব্যক্তিগত তথ্য
জন্ম
ভগৱন্ত সিং মান

১৭ অক্টোবৰ, ১৯৭৩ (৪৯ বছৰ)
সতোজ, পঞ্জাৱ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল আম আদমি পাৰ্টী
আন ৰাজনৈতিক
সম্পৰ্ক
পিপলছ পাৰ্টী,পঞ্জাৱ (২০১২-২০১৪)
জীৱিকা ৰাজনীতিবিদ, সমাজকৰ্মী, কৌতুক অভিনেতা, গায়ক, অভিনেতা
স্বাক্ষৰ
সাংগীতিক কেৰিয়াৰ
আন নাম "Comedy King", "Jugnu"
সংগীতৰ প্ৰকাৰ কৌতুকধৰ্মী
কাৰ্যকাল ১৯৯২-২০১৫

ভগৱন্ত সিং মান (জন্ম: ১৭ অক্টোবৰ ১৯৭৩) এজন ভাৰতীয় ৰাজনীতিবিদ তথা পঞ্জাৱৰ ১৭তম আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী।[2] তেওঁ পঞ্জাৱৰ কেবিনেট মন্ত্ৰালয়ৰ নেতৃত্ব বহন কৰি আছে। তেওঁ এজন প্ৰাক্তন অভিনেতা, কৌতুক অভিনেতা আৰু ব্যংগকাৰ।[3] তেওঁ পূৰ্বতে লোকসভালৈ দুবাৰকৈ মনোনীত হৈছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. A year after exit Bhagwant Mann reappointed Punjab Aam Aadmi Party Chief
  2. "Punjab govt officials". https://punjab.gov.in/government/whos-who/chief-minister/। আহৰণ কৰা হৈছে: 11 মে' 2022. 
  3. "पंजाब के मान: भगवंत कभी कॉमेडियन थे, अब सीएम बनना तय, इन्हें कट्टर ईमानदार मानते हैं केजरीवाल" (hi ভাষাত). Amar Ujala. https://www.amarujala.com/chandigarh/punjab-election-2022-result-know-all-about-aap-chief-minister-candidate-bhagwant-mann-singh.