সমললৈ যাওক

ভাৰত ৰত্ন প্ৰাপক অসমীয়াৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ভাৰত ৰত্ন অসমীয়াৰ তালিকাৰ পৰা পুনঃনিৰ্দেশিত)

ভাৰত ৰত্ন (হিন্দী: भारत रत्न) ভাৰত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান।[1] ১৯৫৪ চনৰ ২ জানুৱাৰীত স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে এই পুৰস্কাৰৰ প্ৰৱৰ্তন কৰিছিল।[2]

# চন ব্যক্তিৰ নাম আলোকচিত্ৰ অৱদানৰ ক্ষেত্ৰ
১৯৯৯ গোপীনাথ বৰদলৈ
প্ৰশাসনিক সেৱা
২০১৯ ভূপেন হাজৰিকা
কলা

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Pylee, Moolamattom Varkey (1971). The Constitution of India. প্ৰকাশক New Delhi: S. Chand & Company Ltd.. পৃষ্ঠা. 114. ISBN 978-81-219-2203-6. 
  2. Dhawan, S. K. (1991). Bharat Ratnas, 1954-1991. Wave Publications. পৃষ্ঠা. 9.