ভেকুৰী তিতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Solanum|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}
Solanum torvum
ফুল আৰু গুটি সহ ভেকুৰী তিতা।
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Solanum
প্ৰজাতি: S. torvum
দ্বৈৰাশিক নামকৰণ
Solanum torvum
Sw.
সমাৰ্থক[1]

Solanum ferrugineum Jacq.
Solanum mayanum Lundell
Solanum verapazense Standl. & Steyerm.

ভেকুৰী তিতা(ইংৰাজী: Solanum torvum, the turkey berry, devil's fig, pea eggplant, platebrush আৰু susumber,[2])বহল পাতেৰে এবিধ কাঁইটীয়া গুল্ম জাতীয় উদ্ভিদ। ভেকুৰী তিতা এবিধ বনৌষধি। ইয়াৰ ফলৰ সোৱাদ তিতা।

বৰ্ণনা[সম্পাদনা কৰক]

ভেকুৰী তিতাৰ গছ সাধাৰণতে ২ ৰে পৰা ৩ মিটাৰ পৰ্যন্ত ওখ হয়। গা-গছৰ তলৰ অংশটো গোলাকাৰে প্ৰায় ২ চেণ্টিমিটাৰ ব্যাসৰ। অৱশ্যে এই গছ ৫ মিটাৰ পৰ্যন্ত ওখ আৰু গা-গছৰ গুৰি অংশৰ ব্যাস ৮ চেণ্টিমিটাৰ পৰ্যন্ত হ'ব পাৰে। এই গুল্ম জাতীয় উদ্ভিদ জোপাৰ গুৰি অংশত এডাল মাত্ৰ কাণ্ডৰে আগ বাঢ়ি সামান্য ওপৰলৈ শাখা-প্ৰশাখাৰে জোপোহা হৈ পৰে। কাণ্ডৰ কাঠৰ বৰণ ধোঁৱা বৰণীয়া আৰু চাল অংশ প্ৰায় মসৃণ। এই গছৰ শিপাৰ বৰণ বগা আৰু ইয়াৰ গঠন দৃঢ় নহয়।

গুণাগুণ[সম্পাদনা কৰক]

ভেকুৰী এবিধ বনৌষধি। ইয়াৰ গুণাগুণ সমূহ:

  1. ভেকুৰীৰ শিপা, জালুক আৰু নিমখ দি এমাহ দিন দিনে এবাৰকৈ ৰান্ধি খালে বহুদিনীয়া পিত্ত ৰোগ ভাল হয়।
  2. পাথৰি ৰোগত ইয়াৰ শিপাৰ ৰস খাব লাগে।
  3. টকৌৱে খোৱা ৰোগত ভেকুৰী তিতাৰ পাত খুন্দি মূৰত প্ৰলেপ দিলে সুফল পোৱা যায়।
  4. দুষ্টবৰ্ণ (septic ulcer) , কুষ্ঠ, হাঁপানি ৰোগত ভেকুৰী সুপথ্য।
  5. বমি ভাব বন্ধ কৰিবলৈ ভেকুৰী তিতাৰ ৰস খাব লাগে।

চিত্ৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Name - ভেকুৰী তিতা Sw. synonyms". Tropicos. প্ৰকাশক Saint Louis, Missouri: Missouri Botanical Garden. http://www.tropicos.org/Name/29600147। আহৰণ কৰা হৈছে: February 19, 2010. 
  2. USDA, ARS, Germplasm Resources Information Network. ভেকুৰী তিতা in the Germplasm Resources Information Network (GRIN), U.S. Department of Agriculture Agricultural Research Service.