মক্কাৰ মছজিদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


মছজিদ আল-হাৰাম, (পৱিত্ৰ মছজিদ)
সাধাৰণ তথ্য
স্থান মক্কা, চৌদি আৰৱ[1]
ভৌগোলিক স্থানাংক 21°25′19″N 39°49′34″E / 21.422°N 39.826°E / 21.422; 39.826স্থানাংক: 21°25′19″N 39°49′34″E / 21.422°N 39.826°E / 21.422; 39.826
ৱেবছাইট www.gph.gov.sa
Architectural description
Specifications
Capacity 900,000 (increased to 4,000,000 during the Hajj period)
Minaret(s)
Minaret height 89 মিটাৰ (292 ফুট)

মছজিদ আল-হাৰাম (আৰবী: المسجد الحرام) ইছলামৰ আটাইতকৈ পৱিত্ৰ স্থান যিটো কাবাক আগুৰি আছে।[2] এই মছজিদখন চৌদি আৰৱমক্কা চহৰত অৱস্থিত।

ভিতৰত আৰু বাহিৰত নামাজৰ স্থান মিলি মছজিদৰ বৰ্তমান অৱস্থান প্ৰায় 3,56,800 square metres (88.2 একৰs) জুৰি অৱস্তিত। মছজিদ সকলো সময়তেই খোলা ৰখা হয়। হজ্জৰ সময়ত ইয়াত উপস্থিত হোৱা মানুহৰ জমায়াত পৃথিৱীৰ বৃহত্তম মানৱ সমাৱেশৰ অন্যতম।

চৌদি আৰৱত অৱস্থিত মক্কা হʼল ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে আটাইতকৈ পৱিত্ৰ স্থান। মুছলমানসকল বিশ্বৰ যʼতেই নাথাকক, মক্কাৰ কাবাৰ ফালেহে মুখ কৰি দৈনিক পাঁচবাৰ প্ৰাৰ্থনা কৰে। জীৱনকালত অন্ততঃ এবাৰ মক্কালৈ আহি আল্লাহক উপাসনা কৰাটো (বা হজ্জ যাত্ৰা কৰা) মুছলমানসকলৰ কৰ্তব্যৰ ভিতৰত পৰে। ৫৭০ খ্ৰীষ্টাব্দত মক্কাতে ইছলাম ধৰ্মৰ প্ৰৱৰ্তক হজৰত মুহাম্মাদ(দঃ)ৰ জন্ম হৈছিল। অৱশ্যে পাছৰ সময়ত তেওঁ মক্কাৰ পৰা মদিনালৈ স্থানান্তৰ হ'বলগীয়া হৈছিল (হিজৰত কৰিবলগীয়া হৈছিল)। পৰৱৰ্তীসময় কালত এই মক্কাতে এক অতি বৃহৎ মছজিদ সজা হয়। মছজিদৰ প্ৰায় কেন্দ্ৰস্থলতে আছে ঘনক আকৃতিৰ বিখ্যাত কাবা, যʼত এক ডাঙৰ কৃষ্ণ শিল আছে৷ প্ৰবাদ মতে এই কৃষ্ণ শিলছটা বিশ্বৰ প্ৰথম মানৱ আদমক দিয়া হৈছিল আৰু আল্লাহৰ নিৰ্দেশত কাবা নিৰ্মাণ কৰা হৈছিল৷ বিশ্বৰ ষাঠিখন দেশৰ প্ৰায় ৬ লাখ পুণ্যাৰ্থী প্ৰতিবছৰে এই মছজিদ দৰ্শন কৰিবলৈ আৰু হজ্জ কৰিবলৈ মক্কালৈ আহে।[3]

ইতিহাস[সম্পাদনা কৰক]

ধৰ্মীয় গুৰুত্ব[সম্পাদনা কৰক]

গুৰুত্বপূৰ্ণ স্থাপনা[সম্পাদনা কৰক]

লগতে পঢ়ক[সম্পাদনা কৰক]

  1. মছজিদে নববী, মদিনা।
  2. মছজিদ আল আকছা, জেৰুজালেম।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Google maps. al-Haram&aq=&sll=24.46844,39.611807&sspn=0.011894,0.021136&vpsrc=0&ie=UTF8&hq=&hnear=&t=m&z=16&cid=6183997883437107077&iwloc=A "Location of Masjid al-Haram". Google maps. https://maps.google.com/maps?f=q&source=s_q&hl=en&geocode=&q=Masjid al-Haram&aq=&sll=24.46844,39.611807&sspn=0.011894,0.021136&vpsrc=0&ie=UTF8&hq=&hnear=&t=m&z=16&cid=6183997883437107077&iwloc=A। আহৰণ কৰা হৈছে: 24 September 2013. 
  2. "The 40 Steps Towards the Grave of the Prophet Muhammad صلى الله عليه و آله و صحبه وسلم . The Virtues of Madinah. #1 | Muwatta.com - The People of Madina". muwatta.com. http://www.muwatta.com/the-40-steps-towards-the-grave-of-the-prophet-muhammad-صلى-الله-عليه-و-آله-و-صحبه-وسل/। আহৰণ কৰা হৈছে: 7 August 2014. 
  3. বিশ্ব ঐতিহ্য,শান্তনু কৌশিক বৰুৱা,পৃষ্ঠা নং ২২৮ ৰ সহযোগত