মণিষা ৰামাদাস
মণিষা ৰামাদাস | |||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ব্যক্তিগত তথ্য | |||||||||||||||||||||||||||||||||||||||||||
দেশ | ভাৰত | ||||||||||||||||||||||||||||||||||||||||||
জন্ম | ২৭ জানুৱাৰী, ২০০৫ (১৯ বছৰ) তিৰুৱল্লুৰ, তামিলনাডু, ভাৰত | ||||||||||||||||||||||||||||||||||||||||||
বাসগৃহ | তিৰুৱল্লুৰ, ভাৰত | ||||||||||||||||||||||||||||||||||||||||||
সক্ৰিয়তাৰ সময় | ২০২১–বৰ্তমান | ||||||||||||||||||||||||||||||||||||||||||
হাত | বাঁও | ||||||||||||||||||||||||||||||||||||||||||
মহিলাৰ একক এছইউ৫ মহিলাৰ দ্বৈত এছএল৩–এছইউ৫ | |||||||||||||||||||||||||||||||||||||||||||
সৰ্বোচ্চ ৰেংকিং | ১ (WS ২২ আগষ্ট ২০২২) ১ (WD মনদীপ কৌৰৰ সৈতে ৪ জুলাই ২০২২) ১২ (XD প্ৰমোদ ভগতৰ সৈতে ২২ আগষ্ট ২০২২) | ||||||||||||||||||||||||||||||||||||||||||
বৰ্তমান ৰেংকিং | ১ (WS ১০ জানুৱাৰী ২০২৩) ১ (WD মনদীপ কৌৰৰ সৈতে ১০ জানুৱাৰী ২০২৩) ১২ (XD প্ৰমোদ ভগতৰ সৈতে ১০ জানুৱাৰী ২০২৩) (১০ জানুৱাৰী ২০২৩) | ||||||||||||||||||||||||||||||||||||||||||
পদক অভিলেখ
|
মণিষা ৰামাদাস (জন্ম: ২৭ জানুৱাৰী ২০০৫) তামিলনাডুৰ এগৰাকী ভাৰতীয় পেছাদাৰী পেৰা-বেডমিণ্টন খেলুৱৈ।[1] তেওঁ ২০২৪ চনত পেৰিছত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰাৰ লগতে মহিলাৰ একক এছইউ৫ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।[2][3]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]মণিষা তামিলনাডুৰ তিৰুৱল্লুৰত মণিষাৰ জন্ম হৈছিল।[4][5] বেচৰকাৰী সংস্থা অলিম্পিক গোল্ড কুৱেষ্টে (Olympic Gold Quest) তেওঁক ক্ৰীড়াক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় কৰে।
কেৰিয়াৰ
[সম্পাদনা কৰক]২০২২ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটে। ২০২২ চনৰ ২২ আগষ্টত মণিষাই এছইউ৫ শাখাত বিশ্বৰ ১ নম্বৰ স্থান দখল কৰে।[6] তেওঁ ২০২২ চনত স্পেনিছ (লেভেল ২) পেৰা-বেডমিণ্টন ইণ্টাৰনেশ্যনেলত প্ৰথম খিতাপ দখল কৰিবলৈ সক্ষম হয়। ২০২২ চনত তেওঁ ১১টা সোণৰ পদক আৰু ৫টা ব্ৰঞ্জৰ পদক লাভ কৰে।
বঁটা
[সম্পাদনা কৰক]তেওঁৰ প্ৰভাৱশালী প্ৰদৰ্শনৰ বাবে তেওঁ ২০২২ বৰ্ষৰ বি ডব্লিউ এফৰ মহিলা পেৰা বেডমিণ্টন খেলুৱৈৰ সন্মান লাভ কৰে।[7]
ইয়াৰ উপৰিও তেওঁ ২০২৩ চনত পেৰাস্প'ৰ্টছ স্প'ৰ্টষ্টাৰ এছেছ বঁটা লাভ কৰে।[8]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Player Profile". https://bwfpara.tournamentsoftware.com/player-profile/2dd0094d-9af9-46bd-b2fc-3fd9ab12f629/biography.
- ↑ Sportstar, Team (2024-08-14). "India at Paris Paralympics 2024: Complete list of 84 athletes at Paralympic Games" (en ভাষাত). Sportstar. https://sportstar.thehindu.com/olympics/paris-paralympics-2024/news/paris-2024-india-paralympics-contingent-full-list-of-84-indian-athletes-qualified-sports-ministry-paralympic-games-news/article68512627.ece। আহৰণ কৰা হৈছে: 2024-08-29.
- ↑ "Paris Paralympics: Manisha Ramdass Sets Up Semifinal Duel With Thulasimathi Murugesan To Assure India Another Medal". NDTV. https://sports.ndtv.com/paralympic-games-2024/paris-paralympics-manisha-ramdass-sets-up-semifinal-duel-with-thulasimathi-murugesan-to-assure-india-another-medal-6465159.
- ↑ Desk, SportsCafe (2022-12-06). "Manisha Ramadass named best BWF Female Para-Badminton player, HS prannoy best dressed shuttler" (en ভাষাত). SportsCafe.in. https://sportscafe.in/badminton/articles/2022/dec/06/manisha-ramadass-has-been-named-the-bwf-female-para-badminton। আহৰণ কৰা হৈছে: 2023-01-16.
- ↑ "मनीषा रामदास ने देश को नाम किया रोशन, BWF ने चुना साल की सर्वश्रेष्ठ पैरा बैडमिंटन खिलाड़ी" (hi ভাষাত). Times Now Navbharat. 2022-12-06. https://www.timesnowhindi.com/sports/bwf-chooses-manisha-ramadass-of-india-as-best-para-badminton-player-of-the-year-article-96026086। আহৰণ কৰা হৈছে: 2023-01-16.
- ↑ "BWF Para-Badminton - BWF Para Badminton World Rankings". https://bwfbadminton.com/player/P77103/manisha-ramdass/.
- ↑ "Manisha Ramadass wins BWF Female Para-Badminton Player of the Year award". The Times of India. 2022-12-06. ISSN 0971-8257. https://timesofindia.indiatimes.com/sports/badminton/manisha-ramadass-wins-bwf-female-para-badminton-player-of-the-year-award/articleshow/96024668.cms.
- ↑ Sportstar, Team (2023-02-27). "Sportstar Aces Awards 2023: Manisha Ramadass wins Sportswoman of the Year (Parasports)" (en ভাষাত). Sportstar. https://sportstar.thehindu.com/aces-awards/manisha-ramadass-wins-sportswoman-of-the-year-parasports-sportstar-aces-awards-2023-badminton/article66551000.ece। আহৰণ কৰা হৈছে: 2024-08-29.