গ্ৰীষ্মকালীন পেৰালিম্পিক ২০২৪ত ভাৰত
২০২৪ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতবৰ্ষ | ||||||||
---|---|---|---|---|---|---|---|---|
| ||||||||
পেৰিছ, ফ্ৰান্সত আগষ্ট ২৮, ২০২৪ - ছেপ্টেম্বৰ ৮, ২০২৪ |
||||||||
প্ৰতিযোগী | ৮৪ জন | |||||||
আৰম্ভনি পতাকা বহনকাৰী | ভাগ্ৰশ্ৰী যাদৱ সুমিত আন্তিল |
|||||||
সামৰণি পতাকা বহনকাৰী | প্ৰীতি পাল হৰবিন্দৰ সিং |
|||||||
পদক স্থান: ১৮ |
স্বৰ্ণ ৭ |
ৰূপ ৯ |
ব্ৰঞ্জ ১৩ |
মুঠ ২৯ |
||||
গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতবৰ্ষ | ||||||||
২০১৬ . ২০২০ . ২০২৪ |
২০২৪ চনৰ ২৮ আগষ্টৰ পৰা ৮ ছেপ্টেম্বৰলৈকে পেৰিছত অনুষ্ঠিত হোৱা ২০২৪ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতে অংশগ্ৰহণ কৰে। ১৯৬৮ চনৰ গ্ৰীষ্মকালীন পেৰালিম্পিকত দেশখনে আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰিছিল আৰু ১৯৮৪ চনৰ পৰা গ্ৰীষ্মকালীন পেৰালিম্পিকৰ প্ৰতিটো সংস্কৰণতে অংশগ্ৰহণ কৰি আহিছে।[1]
ইয়াৰ পূৰ্বে ভাৰতে পেৰালিম্পিক গেমছত যোগদান কৰি সৰ্বমুঠ ৩১টা পদক অৰ্জন কৰিছে। ভাৰতৰ বাবে সকলোতকৈ সফল পেৰালিম্পিক অভিযান আছিল ২০২০ চনত টকিঅ’ত অনুষ্ঠিত পেৰালিম্পিক গেমছত। এই প্ৰতিযোগিতাত ভাৰতে ৫টা স্বৰ্ণ, আঠটা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদককে ধৰি মুঠ ১৯টা পদক লাভ কৰিছিল।
২০২৪ চনৰ পেৰালিম্পিক গেমছলৈ ভাৰতে ১২খন খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ ৮৪জন খেলুৱৈৰে গঠিত এটা দল প্ৰেৰণ কৰে।[2] ভাৰতৰ হৈ উন্মোচনী অনুষ্ঠানৰ পতাকা বহন কৰে ভাগ্যশ্ৰী জাধৱ আৰু সুমিত আন্তিলে।[3] আনহাতেদি, প্ৰীতি পাল আৰু হৰবিন্দৰ সিং আছিল সামৰণি অনুষ্ঠানৰ পতাকা বাহক।
পেৰালিম্পিকৰ এই পেৰিছৰ সংস্কৰণটো এতিয়ালৈকে দেশৰ বাবে আটাইতকৈ সফল সংস্কৰণ হিচাপে পৰিগণিত হৈছে। এই সফলতাৰ ভিতৰত আছে ৭টা সোণ, ৯টা ৰূপ, আৰু ১৩টা ব্ৰঞ্জৰ পদকেৰে মুঠ ২৯টা পদক। এয়া ভাৰতৰ পেৰালিম্পিক গেমছত বৰ্তমানলৈ সৰ্বাধিক পদকৰ পৰিসংখ্যা আছিল যিয়ে টকিঅ’ ২০২০ টেলিৰ ১৯টা পদকক অতিক্ৰম কৰিবলৈ সক্ষম হয়।
পদক তালিকা
[সম্পাদনা কৰক]পদক | নাম | খেল | শাখা | তাৰিখ |
---|---|---|---|---|
![]() |
অৱনী লেখাৰা | শ্বুটিং | মহিলাৰ আৰ২ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ | ৩০ আগষ্ট |
![]() |
নিতেশ কুমাৰ | বেডমিণ্টন | পুৰুষৰ একক এছএল৩ | ২ ছেপ্তেম্বৰ |
![]() |
সুমিত আন্তিল | এথলেটিক্স | পুৰুষৰ যাঠী দলিওৱা এফ৬৪ | |
![]() |
হৰবিন্দৰ সিং | আৰ্চাৰি | পুৰুষৰ একক ৰেকাৰ্ভ অপেন | ৪ ছেপ্তেম্বৰ |
![]() |
ধৰ্মবীৰ নৈন | এথলেটিক্স | ক্লাৱ থ্ৰ' এফ৫১ | ৪ ছেপ্টেম্বৰ |
![]() |
প্ৰবীণ কুমাৰ | ওখ জাপ টি৬৪ | ৬ ছেপ্টেম্বৰ | |
![]() |
নৱদীপ সিং | পুৰুষৰ যাঠী দলিওৱা এফ৪১ | ৭ ছেপ্টেম্বৰ | |
![]() |
মনীষ নাৰৱাল | শ্বুটিং | পুৰুষৰ পি১ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ | ৩০ আগষ্ট |
![]() |
নিশাদ কুমাৰ | এথলেটিক্স | পুৰুষৰ ওখ জাপ টি৪৭ | ১ ছেপ্তেম্বৰ |
![]() |
যোগেশ কাথুনিয়া | পুৰুষৰ কাঁহী দলিওৱা এফ৫৬ | ২ ছেপ্তেম্বৰ | |
![]() |
তুলসীমতি মুৰুগেছান | বেডমিণ্টন | মহিলাৰ একক এছইউ৫ | |
![]() |
সুহাস ললিনাকেৰী য়াথিৰাজ | বেডমিণ্টন | পুৰুষৰ একক এছএল৪ | |
![]() |
অজিত সিং যাদৱ | এথলেটিক্স | পুৰুষৰ যাঠী দলিওৱা এফ৪৬ | ৩ ছেপ্তেম্বৰ |
![]() |
শাৰদ কুমাৰ | পুৰুষৰ ওখ জাপ টি৬৩ | ||
![]() |
শচীন চাৰ্জেৰাও খিলাৰী | পুৰুষৰ গধূৰবস্তু দলিওৱা এফ৪৬ | ৪ ছেপ্তেম্বৰ | |
![]() |
প্ৰণৱ চুৰমা | ক্লাৱ থ্ৰ' এফ৫১ | ||
![]() |
মোনা আগৰৱাল | শ্বুটিং | মহিলাৰ আৰ২ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ | ৩০ আগষ্ট |
![]() |
প্ৰীতি পাল | এথলেটিক্স | মহিলাৰ ১০০ মিটাৰ টি৩৫ | ৩০ আগষ্ট |
![]() |
ৰুবিনা ফ্ৰান্সিছ | শ্বুটিং | মহিলাৰ পি২ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ | ৩১ আগষ্ট |
![]() |
প্ৰীতি পাল | এথলেটিক্স | মহিলাৰ ২০০ মিটাৰ টি৩৫ | ১ ছেপ্তেম্বৰ |
![]() |
মণিষা ৰামাদাস | বেডমিণ্টন | মহিলাৰ একক এছইউ৫ | ২ ছেপ্তেম্বৰ |
![]() |
শীতল দেৱী, ৰাকেশ কুমাৰ | আৰ্চাৰি | মিশ্ৰিত দল কম্পাউণ্ড | |
![]() |
নিত্যা শিৱন | বেডমিণ্টন | মহিলাৰ একক এছএইচ৬ | |
![]() |
দীপ্তি জীৱনজী | এথলেটিক্স | মহিলাৰ ৪০০ মিটাৰ টি২০ | ৩ ছেপ্তেম্বৰ |
![]() |
মাৰীয়াপ্পান থানগাভেলু | পুৰুষৰ ওখ জাপ টি৬৩ | ||
![]() |
সুন্দৰ সিং গুৰ্জাৰ | পুৰুষৰ যাঠী দলিওৱা এফ৪৬ | ||
![]() |
কপিল পৰমাৰ | জুডো | পুৰুষৰ জে১ -৬০কেজি | ৫ ছেপ্তেম্বৰ |
![]() |
হোকাটো হোটোঝে ছেমা | এথলেটিক্স | পুৰুষৰ গধূৰবস্তু দলিওৱা এফ ৫৭ | ৬ ছেপ্তেম্বৰ |
![]() |
চিমৰন শৰ্মা | মহিলাৰ ২০০ মিটাৰ টি১২ | ৭ ছেপ্তেম্বৰ |
নাম | শাখা | ![]() |
![]() |
![]() |
মুঠ |
---|---|---|---|---|---|
প্ৰীতি পাল | এথলেটিক্স | ০ | ০ | ২ | ২ |
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "India at the Paralympics: A brief history". Olympics.com. 19 December 2020. https://olympics.com/en/news/india-at-the-paralympics-a-brief-history। আহৰণ কৰা হৈছে: 1 June 2024.
- ↑ "All Indian athletes qualified for Paris 2024 Paralympics". Olympics.com. 16 August 2024. https://olympics.com/en/news/indian-athletes-qualified-paris-2024-paralympics। আহৰণ কৰা হৈছে: 31 August 2024.
- ↑ "Paralympic Games: Indian contingent led out by Sumit Antil, Bhagyashri Jadhav at opening ceremony". The Hindu. 29 August 2024. https://www.thehindu.com/sport/olympics/paralympic-games-indian-contingent-led-out-by-sumit-antil-bhagyashri-jadhav-at-opening-ceremony/article68579929.ece.
- ↑ "Paris 2024 Paralympics medal tally: India’s results, medal table - full list and table". Olympics.com. https://olympics.com/en/news/paris-2024-paralympics-medal-india-tally-winners-table। আহৰণ কৰা হৈছে: 31 August 2024.