প্ৰবীণ কুমাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰবীণ কুমাৰ
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ১৫ মে', ২০০৩ (২০ বছৰ)
নয়ডা, উত্তৰ প্ৰদেশ, ভাৰত
ক্ৰীড়া
ক্ৰীড়া পেৰা-এথলেটিকছ
শিতান হাই জাম্প

প্ৰবীণ কুমাৰ (ইংৰাজী: Praveen Kumar; ১৫ মে' ২০০৩, নয়ডা, উত্তৰ প্ৰদেশ)[1] এজন ভাৰতীয় পেৰা হাই জাম্প এথলীট। তেওঁ ২০২১ চনত অনুষ্ঠিত টকিঅ' ২০২০ গ্ৰীষ্মকালীন পেৰালিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰি ২.০৭ মিটাৰ অতিক্ৰম কৰি পুৰুষৰ হাই জাম্প টি৬৪ শ্ৰেণীত ৰূপৰ পদক অৰ্জন কৰিছিল।[2][3][4] তেওঁ মতিলাল নেহৰু মহাবিদ্যালয়ৰ স্নাতক শিক্ষাৰ্থী।[5]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]