মাছুম আজিজ
মাছুম আজিজ | |
---|---|
![]() | |
স্থানীয় নাম | মাসুম আজিজ |
জন্ম | মুহাম্মদ মাছুম আজিজ ২২ অক্টোবৰ, ১৯৫০ পাবনা, পূৰ্ববঙ্গ, ডমিনিয়ন অৱ পাকিস্তান৷ (এতিয়া বাংলাদেশত) |
মৃত্যু | ১৭ অক্টোবৰ, ২০২২ (৭১ বছৰ) ঢাকা, বাংলাদেশ |
ৰাষ্ট্ৰীয়তা | বাংলাদেশী |
পেচা | অভিনেতা, প্ৰযোজক, কণ্ঠশিল্পী |
সক্ৰিয় হৈ থকা সময় | ১৯৮৫–২০২২ |
উল্লেখযোগ্য কৰ্ম | ঘনি, এতো প্ৰেম, গহিন শব্দ |
মুহাম্মদ মাছুম আজিজ (১৯৫২ – ১৭ অক্টোবৰ ২০২২)[1] আছিল এজন বাংলাদেশৰ মঞ্চ, চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেতা।[2][3][4] ১৯৮৫ চনৰ পৰা তেওঁ চাৰিশৰো অধিক নাটক আৰু চলচ্চিত্ৰত অভিনয় কৰিছিল।[5] ঘনি (২০১১) ছবিখনত অভিনয় কৰি তেওঁ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল আৰু ২০২২ চনত বাংলাদেশ চৰকাৰে অভিনয়ৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে একুশে পদক সন্মান লাভ কৰিছিল।[6][7]
কেৰিয়াৰ
[সম্পাদনা কৰক]চট্টগ্ৰাম বিশ্ববিদ্যালয়ত পঢ়া-শুনা কৰি থকাৰ সময়তে আজিজে ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয়ত আত্মপ্ৰকাশ কৰে। ১৯৮৫ চনত তেওঁ টেলিভিছন নাটকত আত্মপ্ৰকাশ কৰে।[8] ঢাকা পদাতিক নামৰ নাট্যদল এটাত অভিনেতা-পৰিচালক উভয় হিচাপে কেইবাবছৰ ধৰি কাম কৰিছিল।[8] তেওঁৰ শেষৰটো মঞ্চ পৰিচালনা আছিল "সূৰ্য্য সেনৰ বিচাৰ"।[8]
আজিজে টেলিভিছনৰ নাটক পৰিচালকৰ এটা গোট ডাইৰেক্টৰ গিল্ডৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[8]
কৰ্ম
[সম্পাদনা কৰক]- চলচ্চিত্ৰসমূহ
- টেলিভিছনৰ নাটক
- উৰে যায় বুক পক্ষী
- ২৪ কেৰেট মেন
- তিন গাধা
- প্ৰিয় প্ৰতিপেক্ষা[13]
- জোৎসা কৰেছে আড়ি[14]
- সাকিন সাৰিসুৰি
তথ্যসমূহ
[সম্পাদনা কৰক]- ↑ "Actor Masum Aziz passes away". 17 October 2022. https://www.tbsnews.net/bangladesh/obituary/actor-masum-aziz-passes-away-515094। আহৰণ কৰা হৈছে: 2022-10-17.
- ↑ Shah Alam Shazu (22 July 2012). "Voice of a veteran". The Daily Star. http://www.thedailystar.net/news-detail-243033। আহৰণ কৰা হৈছে: 2022-10-17.
- ↑ "Camaraderie on the sets". The Daily Star. 20 July 2012. http://www.thedailystar.net/news-detail-242746। আহৰণ কৰা হৈছে: 2022-10-17.
- ↑ "Tonima Hamid to spend birthday with family today". 2015-08-27. https://www.theindependentbd.com/arcprint/details/13345/2015-08-27। আহৰণ কৰা হৈছে: 2022-10-18.
- ↑ "Shammilito Shangshkritik Jote’s Eid reunion in Pabna". The Daily Star. 9 October 2008. http://www.thedailystar.net/news-detail-57805। আহৰণ কৰা হৈছে: 2022-10-17.
- ↑ "আৰ্কাইভ কপি" (bn ভাষাত). Government of Bangladesh. Bangladesh Film Development Corporation. Archived from the original on 23 December 2018. https://web.archive.org/web/20181223211753/http://www.fdc.gov.bd/site/page/f3bb17fe-d9ad-4b61-bd8a-5824262691ad/%E0%A7%A7%E0%A7%AF%E0%A7%AD%E0%A7%AB-%E0%A7%A8%E0%A7%A6%E0%A7%A7%E0%A7%A8। আহৰণ কৰা হৈছে: 25 March 2019.
- ↑ "24 names unveiled for Ekushey Padak" (en ভাষাত). The Daily Star. 2022-02-04. https://www.thedailystar.net/news/bangladesh/news/24-names-unveiled-ekushey-padak-2953816। আহৰণ কৰা হৈছে: 2022-10-17.
- ↑ 8.0 8.1 8.2 8.3 Shazu, Shah Alam (2022-10-18). "An actor to the core exits" (en ভাষাত). The Daily Star. https://www.thedailystar.net/news/bangladesh/obituary/news/actor-the-core-exits-the-stage-3145291। আহৰণ কৰা হৈছে: 2022-10-17.
- ↑ "Bhola To Jaina Tare to be released tomorrow". Daily Sun (Dhaka). Archived from the original on 17 November 2016. https://web.archive.org/web/20161117211921/http://www.daily-sun.com/printversion/details/109953/Bhola-To-Jaina-Tare-to-be-released-tomorrow-.
- ↑ "‘Bhola To Jay Na Taare’ hits cinema Jan 29". Samakal. Archived from the original on 17 November 2016. https://web.archive.org/web/20161117211550/http://www.samakal.net/2016/01/19/2531.
- ↑ (bn ভাষাত)Jugantor. 9 November 2017. https://www.jugantor.com/news-archive/online/entertainment/2017/11/09/63020.
- ↑ (bn ভাষাত)Prothom Alo. 21 October 2018. https://www.prothomalo.com/entertainment/%E0%A6%85%E0%A6%AC%E0%A6%B6%E0%A7%87%E0%A6%B7%E0%A7%87-%E2%80%98%E0%A6%B8%E0%A6%A8%E0%A6%BE%E0%A6%A4%E0%A6%A8-%E0%A6%97%E0%A6%B2%E0%A7%8D%E0%A6%AA%E2%80%99.
- ↑ "Nayeem, Momo together again after Eid play". The Independent (Dhaka). http://www.theindependentbd.com/printversion/details/51745.
- ↑ "Peya Bipasha signs another film with Symon". Daily Sun (Dhaka). http://www.daily-sun.com/post/178599/Peya-Bipasha-signs-another-film-with-Symon.
ব্যহ্যিক সংযোগ
[সম্পাদনা কৰক]- মাছুম আজিজ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।