মানৱজাতিৰ ইতিহাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইতিহাসৰ তিনি প্ৰতীক: বালিঘড়ী, কিতাপ আৰু মানচিত্ৰ

বিশ্বৰ ইতিহাস হৈছে পৃথিৱী নামৰ গ্ৰহত বসবাস কৰা মানৱজাতিৰ ইতিহাস, গ্ৰহ হিচাপে পৃথিৱীৰ ইতিহাস নহয়। মানুহৰ ইতিহাস মূলত প্ৰস্তৰ যুগৰ পৃথিৱীৰ সময়ৰ পৰা আৰম্ভ হয়। আদিম যুগৰ পৰা প্ৰাপ্ত সকলো প্ৰত্নতাত্ত্বিক আৰু লিখিত ইতিহাসৰ আওতাভুক্ত। যদিও লিখন পদ্ধতি আবিষ্কাৰৰ আগতেই সভ্যতাৰ নিদৰ্শন পোৱা গৈছে, তথাপি লিখন পদ্ধতিৰ আবিষ্কাৰৰ মাধ্যমেৰেই প্ৰাচীন প্ৰামাণ্য ইতিহাসৰ[1] আৰম্ভ হয়।[2][3]। পস্তৰ যুগৰ পৰা প্ৰাক ঐতিহাসিক যুগৰ সূচনা ঘটে। তাৰ পিছত মানৱ সভ্যতা নৱপ্ৰস্তৰ যুগত প্ৰৱেশ কৰে আৰু শিল্প বিপ্লৱৰ সূচনা ঘটে। নৱপ্ৰস্তৰ যুগৰ বিপ্লৱে উদ্ভিদ আৰু পশুৰ গৃহপালন আৰু উন্নত কৃষিপদ্ধতিৰ আবিস্কাৰ মানৱ সভ্যতাৰ এক অনন্য নিদৰ্শন ৰূপে চিহ্নিত।[4][5][6] কৃষিৰ উন্নয়নৰ লগে লগে মানুহে অঘৰী জীৱন ত্যাগ কৰি স্থায়ীভাবে বসবাস কৰিবলৈ লয়। তথাপি বহু সমাজত অঘৰী জীৱনব্যৱস্থা বৰ্তী থাকে, বিশেষকৈ ভৌগোলিকভাবে বিচ্ছিন্ন আৰু আবাদযোগ্য উদ্ভিদ প্ৰজাতিৰ অভাৱ থকা অঞ্চলবোৰত। কৃষি পৰা প্ৰাপ্ত খাদ্য নিৰাপত্তা আৰু অধিক উৎপাদনৰ ফল মানৱ গোষ্ঠীবোৰৰ আকাৰ ধীৰে ধীৰে বৃদ্ধি পায় আৰু ডাঙৰ সামাজিক প্ৰতিষ্ঠানৰ জন্ম দিয়ে। যোগাযোগ ব্যবস্থাৰ উন্নয়নেও এইক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Crawford, O. G. S. (1927). Antiquity. [Gloucester, Eng.]: Antiquity Publications [etc.]. (cf., History education in the United States is primarily the study of the written past. Defining history in such a narrow way has important consequences ...)
  2. According to David Diringer ("Writing", Encyclopedia Americana, 1986 ed., vol. 29, p. 558), "Writing gives permanence to men's knowledge and enables them to communicate over great distances.... The complex society of a higher civilization would be impossible without the art of writing."
  3. Webster, H. (1921). World history. Boston: D.C. Heath. Page 27.
  4. Tudge, Colin (1998). Neanderthals, Bandits and Farmers: How Agriculture Really Began. প্ৰকাশক London: Weidenfeld & Nicolson. ISBN 0-297-84258-7. 
  5. Bellwood, Peter. (2004). First Farmers: The Origins of Agricultural Societies, Blackwell Publishers. আই.এচ.বি.এন. 0-631-20566-7
  6. Cohen, Mark Nathan (1977) The Food Crisis in Prehistory: Overpopulation and the Origins of Agriculture, New Haven and London: Yale University Press. আই.এচ.বি.এন. 0-300-02016-3.