মায়াবন সাহিত্য বঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰদান কৰা হয় অসমৰ সাহিত্য জগতত
অৱস্থান মায়াবন, মাৰ্ঘেৰিটা, অসম
দেশ ভাৰত
পুৰস্কাৰ এখন স্মাৰক, মানপত্ৰ, কিছু উপহাৰ আৰু ৪ লাখ টকা

মায়াবন সাহিত্য বঁটা (ইংৰাজী: Mayaban Sahitya Award) হ'ল প্ৰসিদ্ধ সাহিত্যিক ৰীতা চৌধুৰীৰ জ্যেষ্ঠ ভগ্নী ৰূপা চৌধুৰীৰ স্মৃতিত প্ৰৱৰ্তিত অসমীয়া সাহিত্য জগতৰ এক বঁটা। এই বঁটা ২০২২ চনত মাৰ্ঘেৰিটাত আয়োজন কৰিবলৈ লোৱা মায়াবন উৎসৱত প্ৰদান কৰা হ’ব।[1][2]

তথ্য উৎস[সম্পাদনা কৰক]