মৰশাল গছ
অৱয়ব
| মৰশাল গছ | |
|---|---|
| সংৰক্ষণ স্থিতি | |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Plantae |
| (অশ্ৰেণীকৃত): | Tracheophytes |
| (অশ্ৰেণীকৃত): | Angiosperms |
| (অশ্ৰেণীকৃত): | Eudicots |
| (অশ্ৰেণীকৃত): | Rosids |
| বৰ্গ: | Malvales |
| পৰিয়াল: | Dipterocarpaceae |
| গণ: | Vatica |
| প্ৰজাতি: | V. lanceaefolia |
| বৈজ্ঞানিক নাম | |
| Vatica lanceaefolia Blume | |
মৰশাল গছ (বৈজ্ঞানিক নাম: Vatica lanceaefolia) ডাইপ্টেৰ’কাৰপাচিয়া (Dipterocarpaceae) পৰিয়ালৰ অন্তৰ্গত ভাটিকা (Vatica) গণৰ এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি।
বিতৰণ
[সম্পাদনা কৰক]মড়ল গছ বাংলাদেশ, ভাৰত, আৰু ম্যানমাৰ-বাৰ্মাত পোৱা যায়।
বাসস্থানৰ অভাৱৰ বাবে এই উদ্ভিদ প্ৰজাতিটোক আই ইউ চি এন ৰঙা তালিকাৰ ঘোৰ সংকটজনক প্ৰজাতি হিচাহে তালিকাভূক্ত কৰা হৈছে।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Ashton, P. (1998). Vatica lanceifolia. 1998. p. e.T33031A9751387. doi:10.2305/IUCN.UK.1998.RLTS.T33031A9751387.en.