লৰীয়তী
লৰীয়তী (Marsh Sandpiper) | |
---|---|
Winter plumage | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Charadriiformes |
পৰিয়াল: | Scolopacidae |
গণ: | Tringa |
প্ৰজাতি: | T. stagnatilis |
বৈজ্ঞানিক নাম | |
Tringa stagnatilis (Bechstein, 1803) |
লৰীয়তী (ইংৰাজী: Marsh Sandpiper, বৈজ্ঞানিক নাম-Tringa stagnatilis) এটা সৰু আকাৰৰ 'wader' গোটৰ চৰাইৰ প্ৰজাতি। ই সাধাৰণতে ইউৰোপ আৰু এছিয়া মহাদেশৰ মুকলি ঘাঁহনি অঞ্চল তথা জলাশয় আদিত প্ৰজনন কৰে বুলি জনা যায়।
বিৱৰণ
[সম্পাদনা কৰক]লৰীয়তীৰ ঠোঁট দীঘলীয়া আৰু ইয়াৰ ঠেং দুখনো দীঘলীয়া আৰু হালধীয়া বৰণৰ। ইয়াৱ দেহৰ দৈৰ্ঘ্য ২২-২৬ ছে: মি: আৰু ওজন প্ৰায় ৪৫-১২০ কি:গ্ৰা। হোৱা দেখা যায়। প্ৰজনন কালত ইয়াৰ দেহৰ বৰণ মুগা-মটিয়া হৈ পৰে। আনহাতে শীত কালত ই শেঁতা বৰণৰ হয়।[2]
বিতৰণ
[সম্পাদনা কৰক]লৰীয়তী চৰাই প্ৰধানকৈ এবিধ পৰিভ্ৰমণকাৰী চৰাইৰ প্ৰজাতি। ইয়াৰ বেছিভাগেই আফ্ৰিকা আৰু এছিয়াত আৰু অন্য কিছুমানে দক্ষিণ-পূব এছিয়া তথা অষ্ট্ৰেলিয়াত শীতকালটো কটায়। ইহঁতে সাধাৰণতে হ্ৰদ, বিল আদিত অকলশৰে বা সৰু গোটত চৰিবলৈ পছন্দ কৰে।
আচৰণ
[সম্পাদনা কৰক]খাদ্য
[সম্পাদনা কৰক]লৰীয়তী চৰায়ে অগভীৰ পানীত বা বোকাত ঠোঁটেৰে খুচৰি খাদ্য খায়। ই প্ৰধানকৈ পোক-পতংগ আদি খাই জীয়াই থাকে।
প্ৰজনন
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ BirdLife International (2012). "Tringa stagnatilis". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106003018। আহৰণ কৰা হৈছে: 16 July 2012.
- ↑ "Marsh Sandpiper". Oiseaux-birds.com. http://www.oiseaux-birds.com/card-marsh-sandpiper.html। আহৰণ কৰা হৈছে: 2011-10-19.
- Hayman, Peter; Marchant, John & Prater, Tony (1986): Shorebirds: an identification guide to the waders of the world. Houghton Mifflin, Boston. ISBN 0-395-60237-8
- Pereira, Sérgio Luiz & Baker, Alan J. (2005): Multiple Gene Evidence for Parallel Evolution and Retention of Ancestral Morphological States in the Shanks (Charadriiformes: Scolopacidae). Condor 107(3): 514–526. DOI: 10.1650/0010-5422(2005)107[0514:MGEFPE]2.0.CO;2 HTML abstract
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Marsh Sandpiper videos, photos & sounds on the Internet Bird Collection
- Marsh Sandpiper - Species text in The Atlas of Southern African Birds.
- Avibase[সংযোগবিহীন উৎস]
- ৱিকিমিডিয়া কমন্সত Tringa stagnatilis সম্পৰ্কীয় মিডিয়া ফাইল।
- ৱিকিপ্ৰজাতিত Tringa stagnatilis সম্পৰ্কীয় তথ্য
- সাঁচ:Field guide birds of the world